100 টা মহাত্মা গান্ধীৰ বাণী অসমীয়াত | মহান বাণী | Mahatma Gandhi Quotes In Assamese

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান মহাত্মা গান্ধীৰ মহান বাণী লিখিম আশা কৰোঁ মহাত্মা গান্ধীৰ মহান বাণী সমূহ ভাল লাগিব। 

মহাত্মা গান্ধীৰ বাণী

মহাত্মা গান্ধীৰ মহান বাণী


ভীৰুৰ দৰে জীয়াই থকাতকৈ
বীৰৰ দৰে মৃত্যুবৰণ কৰায়েই শ্রেয়।








চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি,
নিজৰ দোষ ত্রুটিবােৰ লুকাই ৰখা
জনহে প্ৰকৃতাৰ্থত অন্ধ।







লােকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম,
কিন্তু নিজক নির্দোষী কৰাটো
তাতােকৈ বুদ্ধিমানৰ কাম।





Mahatma Gandhi Quotes In Assamese


আদর্শহীন মানুহ গুৰি
বঠা নােহােৱা নাৱৰ দৰে।







মানুহৰ সেৱাৰ মাজেদিহে মই
ঈশ্বৰক লগ পাবলৈ বিছাৰোঁ। কাৰণ
ঈশ্বৰ আছে মানুহৰ অন্তৰত।







দৃঢ় সংকল্প নহ'লে কোনাে ভাল কাম
কৰা সম্ভৱপৰ নহয়।







প্রেমবিহীন জীৱন
শলিতা নােহােৱা চাকিৰ দৰে।







ভিক্ষা কৰাৰ কথা কেতিয়াও
মনলৈ নানিবা।





মহাত্মা গান্ধীৰ মহান বাণী


মৰমৰ শৰে যাক বিন্ধিছে তেওঁহে
মৰমৰ শক্তি জানে।







মদপী স্বামী থকা স্ত্রীয়েহে জানে
তেওঁৰ সংসাৰত কেনে অশান্তি, আৰু
ধ্বংসলীলা চলি থাকে।







সত্যক জানিবলৈ চেষ্টা কৰা,
ই তােমাক মুক্তি দিব।







তুমি যি ভাবা, যি কোৱা আৰু যি কৰা
সেইবােৰৰ মাজত যেতিয়া সমন্বয় থাকে,
সেয়াই সুখ।







নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে
তুমি সকলােকে ভদ্ৰ বুলি ভাবিবা।







তুমি কি কৰিছা সেইটো তাৎপর্যপূর্ণ কথা নহয়,
কিন্তু তুমি যে কিবা কৰিছা
সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।







আমি যদি প্রবল ধুমুহা কঢ়িয়াই অনা
আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰাে
তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন
এৰি দিব লাগিব।







মানুহৰ সেৱাৰ মাজেদি মই ইশ্বৰক
লগ পাবলৈ বিচাৰে,
কাৰণ ঈশ্বৰ স্বর্গ বা পাতালত নাই,
আছে মানুহৰ অন্তৰত।







মোৰ ধৰ্মৰ ভিত্তি হ'ল সত্য,
আৰু ভগৱানক লাভ কৰাৰ প্রধান উপায়
হ'ল অহিংসা।







অহিংসা কেৱল ঋষি মনিৰ বাবেই নহয়,
ই সর্ব-সাধাৰনৰ বাবেও।
অহিংসা মানৱীয় ধর্ম আৰু সিংসা
হৈছে পশুৰ ধর্ম।







দেশৰ হকে প্রান দিবা কিন্তু
কাৰো প্রানত আঘাত নিদিবা।







অসিংসাৰ পূজাৰী
সকল ভয়াতুৰ লোক নহয়,
তেওঁলোক হ'ল মানৱ জাতিৰ ত্রাণকর্তা।







সত্যক আন্ধাৰে ধাকি ৰাখিব নোৱেৰে,
সত্যৰ সদায় জয়।






মই একেৰাহে কেবাদিনো উপবাসে
থাকিব পাৰোঁ,
কিন্তু ভগৱানক প্রার্থনা নকৰাকৈ এদিনো
থাকিব নোৱাৰো।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মহাত্মা গান্ধীৰ মহান বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহাত্মা গান্ধীৰ মহান বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !