ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী | Rabindranath Thakur Quotes In Assamese


ৰবীন্দ্ৰনাথ ঠাকুৰ

বন্ধু বান্ধুৱী সকল আজি আমি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী

মানুহক খেদি নিবলৈ সহজ,
টান হ'ল তেওঁলোকক আগুৱাই নিয়াটো।




নিৰক্ষৰতা মানে জ্ঞানবিহীনতা নহয়।





ভগৱানে সেইসকলক ঘৃণা,
যি নিজৰ প্রশংসা কৰে।





জুইক যি ভয় কৰে
তেওঁ জুই ব্যৱহাৰ কৰিব নোৱাৰে।





বেদনাৰ পৰা যি আনন্দৰ উৎপত্তি হয়,
সেই আনন্দৰ তুলনা নাই।





ক্ষমা যদি কৰিব নোৱাৰা, তেনেহলে
ভালপোৱা কিয় ?




আনন্দ ভাগ কৰিলে,
দুটা বস্তু পোৱা যায়। এটা হৈছে জ্ঞান,
আনটো হৈছে ভালপোৱা।




ভালপোৱাৰ আনন্দ থাকে অলপ সময়,
কিন্তু বেদনা থাকে গোটেই জীৱন।




গোলাপ যেনে এটা প্রজাতিৰ ফুল,
বন্ধু তেনে এটা বিশেষ 
জাতৰ মানুহ।




আমি বন্ধুৰ পৰা
ভালপোৱা বিচাৰো,
সমবেদনা বিচাৰো,
সাহায্য বিচাৰো,
সেই বাবেই তো বন্ধুক ভালপাওঁ।




যদি তোমাত কথাত কোনেও নাহে
তেনেহলে অকলে যোৱা।




নিন্দা কৰিবলৈ হ'লে বাহিৰৰ পৰা
কৰিব পাৰি।
কিন্তু বিচাৰ কৰিবলৈ হ'লে ভিতৰত
সোমাব লাগে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post