ৰাজনীতিৰ বাণী | Politics Quotes In Assamese

0
বন্ধু বান্ধৱী সকল আজি আমি কেইটামান ৰাজনীতিৰ বাণী ও ৰাজনীতিৰ উক্তি লিখিম আশা কৰোঁ এই ৰাজনীতিৰ বাণী সমূহ আপোনালোকৰ ভাল লাগিব।


ৰাজনীতিৰ বাণী

আমাৰ নেতা সকলৰ
ৰাজনীতি হ'ব লাগে দুখীয়া মানুহৰ কাৰণে,
দুখীয়া মানুহৰ অৱস্থা যেতিয়া
ভাল হ'ব তেতিয়াই আমাৰ দেশৰ উন্নতি হ'ব।




নেতৃত্ব কোনো টাইটেল বা পদ নহয়,
নেতৃত্ব হ'ল মানুহক প্রভাবিত ও
অনুপ্রাণিত কৰাৰ ক্ষমতা।




নেতৃত্ব মানে হ'ল শক্তি
প্রয়োগ নকৰিয়েই মানুহক নির্দিষ্ট পথত
চলোৱাৰ ক্ষমতা।




এজন নেতাৰ এটা সৰু পদক্ষেপে
হাজাৰ বছৰৰ সফলতাৰ যাত্রা
আৰাম্ভ হ'ব পাৰে।




আমাৰ দেশৰ উন্নতি তেতিয়াই হ'ব,
যেতিয়া ৰাজনীতি দেশৰ উন্নতিৰ কাৰণে হ'ব।





মানুহৰ সেৱা কৰিবলৈ
অকল ৰাজনীতি কৰিব লাগিব সেয়া নহয়,
ৰাজনীতি নকৰিও মানুহৰ সেৱা
কৰিব পাৰি।




নির্বাচনৰ সময়ত
নেতা বহুত দেখিবলৈ পোৱা যায়,
কিন্তু কামৰ সময়ত খুব ক'ম দেখা যায়।




এজন নেতাৰ এটা সৰু পদক্ষেপে
এটা জাতিক ধংস কৰিব পাৰে।




ৰাজনীতি কৰিবলৈ
এজন নেতাৰ সৎ সাহস লাগে।




নেতৃত্ব মানে হ'ল নিজৰ জীৱন উৎসর্গ কৰি
ৰাইজৰ বাবে কাম কৰা।




ৰাজনীতি যেতিয়া দেশৰ উন্নতিৰ
কাৰণে হ'ব, তেতিয়া ৰাজনীতি কৰা মানুহৰ
সংখ্যা বহুত কমি যাব।




যেতিয়া ৰাজনীতিৰ পৰা
টকা নহোৱা হৈ যাব, তেতিয়া বহুত নেতাই
ৰাজনীতি এৰি কামত মন দিব।





নিজৰ পৰিচয়ে পৰিচিত
হ'বলৈ চেষ্টা কৰক, এজন ডাঙৰ নেতাৰ লগত
ফটো উঠা মানে আপুনিও ডাঙৰ
সেইটো নোবোজাই।




এজন নেতাৰ মাজত এই ৪টা বস্তু থকা উচিত...
সততা, নেতৃত্ব, আদর্শ, আৰু নিঃস্বার্থ।




ক্ষমতাশিল হৈ যদি
ক্ষমতাহীন মানুহক কষ্ট দেয়, তেনেহলে
সেই ক্ষমতাৰ কোনো মূল্য নাই।




যিজন নেতাই প্রতিশ্রুতি কমকৈ দিয়ে,
সেই নেতাই প্রতিশ্রুতি ৰক্ষা কৰিব পাৰে।




ৰাজনীতি কৰিবলৈ লাগে
ভাল এটা মন, যি সদায় মানুহৰ বাবে
চিন্তা কৰে।




ৰাজনীতিৰ কথা আহিলে
সকলোৰে মনত এটা বস্তুই আহে সেয়া
হৈছে টকা, কিন্তু এজন ভাল
নেতাৰ বাবে টকাৰ কোনো মুল্য নাই।




মানুহৰ কাৰণে কাম কৰিবলৈ
ৰাজনীতিৰ প্রয়োজন নাই, ভাল এটা মন
থাকিলেই হ'ল।




নির্বাচনৰ সময়ত বহুত নেতা দেখা পাও,
কিন্তু এজন ভাল নেতাৰ পৰিচয়
তেওঁ কৰা কামৰ দ্বাৰাহে পাওঁ।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাজনীতিৰ বাণী ও ৰাজনীতিৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Politics Quotes In Assamese সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !