এটা সম্পর্ক কৰিবলৈ দুজনৰ
প্রয়োজন, আৰু ভাঙিবলৈ
অজনে যথেষ্ট।
আমি perfect নহ'লেও
বিশ্বাস যােগ্য হােৱা খুবেই
প্রয়ােজন।
সেই জনক আপােন কৰি লওক
যিয়ে সমাজত আপােনাক চিনাকি কৰি
দিবলৈ লাজ নকৰে।
প্রয়ােজনত অতি বিশ্বাসী ও অতি
নিৰ্ভৰযােগ্য ব্যক্তি হিচাপে পৰিচিত, আৰু
প্ৰয়ােজনৰ শেষত অৱহেলিত
ব্যক্তিলৈ ৰূপান্তৰিত।
অকলশৰীয়া হৈ যায় সেই সকল লােক
যি নিজতকৈ বেছি আনৰ
কেয়াৰ কৰে।
সময়বােৰৰ কথাতাে নাজানাে, কিন্তু
মানুহ বােৰ সঁচাই সলনি হৈ যায়।
সমন্ধ এটা তেতিয়াহে জীয়াই থাকে,
যেতিয়া সমন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়,
প্রয়ােজনৰ পৰা নহয়।
অসমীয়া caption sad
বেলেগক দিয়া কষ্টবােৰ এদিন যেতিয়া
নিজে অনুভৱ কৰিবা,
তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব
পাৰে সময় বােৰ।
চকুপানীৰ আঁৰত থকা দুখবােৰ
কোনাে নেদেখে, কিন্তু
ভুল বােৰ সকলােৱে দেখে।
সময় বােৰ সদায় একেই হৈ নাথাকে,
কান্দিব সেই জনেও লাগে যি
সদায় আনক কন্দুয়াই।
তুমি পইচা বনােৱা
সমন্ধ বােৰ মানুহবােৰে নিজেই
বনাই ল'ব।
দুখ বােৰ সদায় চকুপানী হৈ
প্রকাশ নাপাই,
কেতিয়াবা কেতিয়াবা এটা মিঠা
হাঁহিৰেও প্রকাশ পাই।
সময় বােৰ হেৰাই যােৱাৰ পাছত,
এটা কথা প্রায় অনুভৱ হয়
দেউতাই প্রতিটো কথাই সঁচাকৈ কৈছিল।
মই এই সেই জন ভাগ্যবান মানুহ,
যাক কাৰােবাৰ দৰকাৰ হলেহে
মনত পৰে।
মৌনতা যেতিয়া শ্রেষ্ঠ হৈ পৰে
কোনােবাখিনিত হৃদয়খনে
ফেঁকুৰী উঠে।
অকলশৰে থকাই ভাল
কোনােৱেই দুখ দিব নােৱাৰে।
অলপ সাৱধানে থাকিলৈ শিকক,
আজিকালি মানুহবােৰে
সুখবােৰ কাঢ়িলৈ কয় সুখত থাকিবা।
ভাল বুলি সকলােৱে লগ দিয়ে,
কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ
চেষ্টা কৰা জনহে আঁচল বন্ধু।
কেতিয়াও নিজৰ স্বার্থৰ কাৰণে অন্যৰ
সজোৱা সপোন নাভাঙিব!
হ্রদয়ৰ, অনুভূতি স্বার্থ শেষ হ'লে হয়তো
আপুনি গুচি যাব,
কিন্ত সেই মানুহজনৰ সপোন বোৰ আৰু
নতুনকৈ সজাবলৈ নোৱাৰিব।
নিজকে তেতিয়াই বৰ অকলশৰীয়া
অনুভৱ হয়, যেতিয়া
বিপদৰ সময়ত প্রিয় জনে
সংগ এৰি দিয়ে।
তোমাৰ সুখৰ বাবে যদি
তোমাক পাহৰি যাব লগা হয়,
তেন্তে মই পাহৰিবলৈ ৰাজি আছো।
পাহৰিব হয়তো কোনো দিনেও
নোৱাৰিম, কিন্তু
পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।
কেতিয়াবা কিবা এটা স্পিচিয়াল
পাবলৈ গৈ পিচত বহুত ইম্পর্টেন্ট
কিবা হেৰাৱ লগা হয়।
জীৱন বাটত আপোন বুলিবলৈ
কোনো নাই, মাথোঁ
স্বার্থ পূৰণৰ বাবেহে কিছুমান মানুহ
আপোন হোৱাৰ অভিনয় কৰে।
জীৱনটো শুদ্ধ পথতেই আছিল,
ভুল আছিল জীৱন পথৰ লগৰী।
এদিন তোমাৰ এনেকুৱা
এটা সময় আহিব যিদিনা মোলৈ নহয়
মই দিয়া মৰমবোৰৰলৈ বহুত
মনত পৰিব।
সেইদিনা মোক বহুত Miss কৰিবা আৰু
বিচাৰিলেও কাষত নাপাবা।
কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়,
কঠিন হৈছে তেওঁৰ সৈতে কটোৱা
প্রতিটো মুহৰ্তৰ অনুভতি বিলাক
পাহৰি যোৱাটো।
আপোন যেন লগা প্রত্যেক জন ব্যক্তি
যেনেকৈ আপোন নহয়,
ঠিক তেনেকৈ হাঁহি থকা সকলো
ব্যক্তি সুখী নহয়।
প্রেম নামৰ কিতাপখন হাঁহিৰে আৰাম্ভ হয়,
আৰু চকুলোৱে সমাপ্ত হয়।
তেতিয়া বৰষুণজাক আহিলেই
তোমালে মনত পৰিছিল,
এতিয়া তোমালে মনত পৰিলেই বৰষুণ
এজাক সৰি পৰে।
পার্থক্য মাথোঁ ইমানেই সেইজাক বৰষুণ
বাৰিষাৰ এইজাক মোৰ দুচকুৰ।
জীৱনটোয়ে ইমান কষ্ট দিয়ে!
তথাপিওঁ মনত বহুত আশা থাকে,
মনটোৱে কয় একো নহয় চেষ্টা কৰি
আগুৱই যা, এদিন নহয় এদিন
সফল হ'ব পাৰিবি।
জীৱনলৈ মানুহ আহিব আৰু যাব,
কিন্তু মনত ৰিখিবা
আপোনাৰ বাবে যোগ্যজন সদায়
থাকি যাব।
কাৰোবাক কথা দি যদি কথা
ৰাখিব নোৱাৰে,
তেন্তে সেই কথা নিদিয়াই ভাল।
জীৱনটো
শুদ্ধ পথতেই আছিল,
ভুল আছিল জীৱন
পথৰ লগৰী।
আনক ঠগি নাভাবিবা যে
তুমি জয়ী হৈছা।
মনত ৰাখিা, বিশ্বাসৰ মর্যাদা ৰাখিব
নোৱাৰাটোৱেই জীৱনৰ
ডাঙৰ পৰাজয়।
সময় খুব ৰহস্যময়,
জানুৱাৰীত থকা প্রিয় মানুহ বিলাক
ডিচেম্বৰ আহোঁতে আহোঁতে
হেৰাই যায়।
সময় কটাবলৈ নতুন এজনক
পোৱাটো সহজ, কিন্তু
জীৱনটো কটাবলৈ সচাঁ এজনক
পোৱাটোহে কঠিন।
মুখৰ কথাৰে বহুতে আপোন
বুলিয়ে কয়, কিন্তু
সময়ত হে বুজা যায় কোন আপোন
আৰু কোন পৰ।
আপোনবোৰ পৰ হৈ আঁতৰি যায়,
কিন্তু যিবোৰ স্মৃতি দি যায় সেইবোৰ
গোটেই জীৱন কান্দুৱাই।
দুখ মোৰো লাগে কিন্তু আনৰ দৰে
দেখোওৱাই কান্দিব নাজানো,
মনে মনে সকলো সহ্য কৰো।
এটা মিছা সম্পর্ক ধৰি ৰখাতকৈ
সন্মুখত বেয়া পাও বুলি
কৈ দিয়াইন ভাল।
এবাৰ সুখৰ হাঁহি মাৰি দিয়া,
কান্দুৱাববলৈ মানুহৰ লাইন
লাগি যাব।
"অৱহেলা"
শব্দ টি বহুত সৰু,
কিন্তু ই হ'ল সকলোতকৈ বেছি
" যন্ত্রণাদায়ক " ।
জীৱনত কিছুমান প্রশ্ন থাকে
যাৰ উত্তৰ কেতিয়াও পােৱা নাযায়,
কিছুমান ভুল থাকে যিবােৰ কেতিয়াও
শুদ্ধৰাব নােৱাৰি, আৰু
কিছুমান কষ্ট থাকে যিবােৰ কাকো
ক'ব নােৱাৰি...।
অৱহেলা যত ৰাজত্ব কৰে,
ভালপোৱা তাতে মূল্যহীন হৈ পৰে।
আৰু লাহে লাহে ভালপোৱাবোৰ
হেৰাই গৈ থাকে।
\
সেইজন মানুহেই বেছি কষ্ট পাই,
যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে
বিশ্বাস কৰি পেলাই।
দৌৰি যোৱা অভ্যাসটো মোৰ
এতিয়াও থাকিলেই।
জীৱনত এনেকুৱা এজন মানুহৰ প্রয়ােজন,
যিয়ে স্বার্থ নােহােৱাকৈ ভাল পাব আৰু প্রয়ােজন
নােহােৱাকৈ খবৰ ল'ব।
চাকৰি পােৱা পাছত লগ দিয়া জনী নালাগে
বেকাৰ অৱস্থাৰ পৰা চাকৰি পােৱালৈকে হাতে হাত ধৰি
আগুৱাই যােৱা এগৰাকীৰ প্রয়ােজন।
আপােন হ’বলৈ কোনাে তেজৰ সম্পর্ক নালাগে
দুখৰ সময়ত যিজন আপােনাৰ কাষত থাকে
সেইজনেই প্রকৃত আপােন।
যিটো সম্পর্ক দুয়ােজনে মিলি ৰাখিবলৈ চেষ্টা কৰে,
ভগৱানেও তেওঁলােকক সহায় কৰে।
ভালপােৱা জনে তােমাক দূৰৰ পৰা চিঞৰি হ'লেও
মাতিব আৰু বেয়া পােৱা জনে কাষেৰে পাৰ হৈ গলেও
নেদেখাৰ ভাও জুৰিব।