Niribili Assamese Status | Niribili Quotes

0

Niribili Assamese Status


মানুহ যেতিয়াৰ পৰা টকা চাই সন্মান
কৰা আৰাম্ভ কৰিছে।

তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী
মানুহৰ মর্যাদা কমি গৈছে,

আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে।





Niribili Facebok Status In Assamese

ল'ৰা হোৱা ইমান সহজ নহয়
এখন ঘৰ বনাবলৈ,
এখন ঘৰৰ পৰা আঁতৰি
থাকিব লাগে।




Niribili Assamese Status

শিক্ষিত সকলৰ বাবে পৃৃথিৱীখন নহয়
জ্ঞানি জনৰ বাবেহে পৃথিৱীখন।






নিজৰ দুর্বলতাৰ কথা কেতিয়াও আনৰ
আগত প্রকাশ নকৰিবা,

কাৰণ মানুহে তোমাৰ দুর্বলতাৰ
সুযোগ ল'ব ভালকৈ জানে।






বর্তমান যুগত সহজ-সৰল মানুহবোৰে
আটাইতকৈ বেছি কষ্ট পাই।

কাৰণ সিহঁতে সকলো মানুহকে
নিজৰ দৰে বুলি ভাবে।






এইখন সমাজত আনৰ ভুল
বা দোষ খুচৰি সমালোচনা কৰা মানুহ
বহুত পাব,

কিন্তু আনৰ ভুল দেখিলে শুদ্ধৰাই দিয়া 
মানুহ খুব কমহে পাব। 






নিজৰ পদূলিত অহা ভিক্ষাৰীক
কেতিয়াও অপমান কৰা উচিত নহয়,

কিয়নো সেইসকল কেৱল
ভিক্ষা নিবলৈ নাহে, দি যাবলৈ
আশীর্বাদো লৈ আহে।




Niribili Assamese Status

আনৰ চৰিত্র ভাল বেয়া বিচাৰ
কৰিবলৈ যোৱাৰ আগত,

নিজেই কিমান ভাল বেয়া সেইটো 
বিচাৰ কৰক।






চৰিত্র ভাল হোৱাটো বেছি জৰুৰী
চেহেৰাটো Edit কৰিলেও
ভাল হয়।





কোন মানুহক কেতিয়াও
উপলুঙা নকৰিবা,

কাৰণ ভবিষ্যতে কেতিয়াবা হয়তো
তুমি তেওঁৰ ওচৰতে হাত পাতিব
লগা হ'ব পাৰে।






  কষ্ট কৰি পােৱা সফলতাই মানুহক
চৰিত্রৱান কৰি তুলে,
আৰু নভবাকৈ হোৱা সফলতাই মানুহক
অহংকাৰী কৰি তুলে।



Niribili Assamese Status

   তোমাৰ ঘৰ খানৰ সমস্যাই, 
তোমাৰ সকলো আশাক লাহে লাহে
  নোহোৱা কৰি পেলাই।





সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব
কৰা উচিত,
কিয়নো সেই সকলে ভাল দিনত
মূল্যৱান সম্পদ, আৰু
বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে।





চৌদিশে বৃদ্ধি পাইছে
অট্টালিকাৰ উচ্চতা, কিন্তু
নিম্নগামী হৈছে সততা , মানৱতা।





কালি যি হৈ গ'ল সেইয়া পাহৰিবলৈ
"সাহস" লাগিব।
আজিৰ সৈতে যুঁজিবলৈ "শক্তি" লাগিব।
কাইলৈ যি হ’ব ভালেই হ'ব বুলি
ভাবিবলৈ "ভৰষালাগিব" ।





মানুহ দুটা কাৰণতে সলনি হয়,
বিশেষ কাৰােবাক পালে,
আৰু বিশেষ কাৰােবাক হেৰুৱালে।





টকা থাকিলে ভালপােৱা, বন্ধুত্ব,
আপােনজন, প্রিয়জন, সকলােয়ে
তােমাৰ খবৰ ল'ব,

 টকা নাথাকিলে খবৰ লােৱা তাে দূৰৰ
কথা কোনােবাই চিনিও চিনি
নােপােৱাৰ ভাও ধৰিব।






জীৱনত কাকো অৱহেলা নকৰিবা,
কিয়নাে লুডু খেল খনলৈ চোৱা
৬ ৰ মূল্য যিমান, সময়ত তাতােকৈ অধিক
বেছি হৈ পৰে ১ ৰ মূল্য হয়।




Niribili Assamese Status

আচলতে মানুহ নিজৰ দৃষ্টিত
ভাল হ’ব লাগে,
 সমাজৰ দৃষ্টিত পৃথিৱীখনেই
 দেখােন বেয়া।






বন্ধুত্বৰ মাজোতো এটা সীমা
থকা উচিত,

নহ'লে কিবা এটা লৈ যদি কাজীয়া হয়,
তেনেহলে আপোনাৰ দুর্বলতাৰ
সুযোগ ল'ব।





Niribili Quotes


টকাই কয় : মােক পাই সকলো 
পাহৰি যােৱা।

সময়ে কয় : মােক অনুসৰণ কৰা
বাকী সকলাে বাদ দিয়া।

ভৱিষ্যতে কয় : মােকলৈ বেছি ভবা
বাকী সকলাে এৰা।

ইশ্বৰে কয় : তুমি মােক স্মৰণ কৰা
মই তােমাক সকলাে দিম।






আমি যেতিয়া মানুহৰ লগত
কথা পাতো সেই সময়ত কিছুমান
 এনেকুৱা কথা কৈ পেলাও যি কথা কোৱাৰ
পিছত অনুভৱ হয়, যে এই কথাটো
ক'ব নালাগিছিল।

সেই বাবে মানুহৰ লগত যেতিয়া কথা
পাতিব তেতিয়া নিজকে কন্ট্রোল
কৰি কথা কোৱা উচিত।







ৰূপৰ সহায় টো সকলোৱে নিজক
সজাব পাৰে,

কিন্তু ,যি গুণ আৰু চৰিত্ৰৰ দ্বাৰা
নিজকে সজাব পাৰে,

সেয়াই প্ৰকৃত মানুহ।




Niribili Assamese Status

টকাৰে সকলাে নহয় এই কথাষাৰ
ক'বলৈ সহজ,
কিন্তু প্রমাণ কৰি দেখুৱাবলৈ
বহুত কঠিন।






সূর্যৰ তাপ আৰু দেউতাৰ ৰাগ
সহ্য কৰিবলৈ শিকক,

কাৰণ সূর্য ডুবি গ'লে পৃথিৱী অন্ধকাৰ।

আৰু দেউতা মৰি গ'লে জীৱন
অন্ধকাৰ।





দূর্বলজনে প্রতিশােধ লয়,
মনৰ পৰা শক্তিশালী জনে সদায়
ক্ষমা কৰে।


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Niribili Assamese Status & Niribili Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Niribili Assamese Status & Niribili Quotes সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !