About Us

বন্ধু-বান্ধৱী সকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ৱেবচাইট AssameseStatus.com ত, মই Sofiqul Alom মই বহু দিনৰ পৰা Digital Marketing ৰ লগত জৰিত। Digital Marketing কৰি মই নিজে বহুত আনন্দিত অনুভৱ কৰোঁ। লগতে আমাৰ এই ৱেবচাইটত বিভিন্ন বিষয়ত লিখি ভাল পাওঁ, যিটো কামে আপোনাক টকা দিয়ে, সেই কাম কৰাতকৈ যিটো কামে আপোনাক অনন্দ দিয়ে সেই কাম কৰা ভাল। কাম অকল টকাৰ বাবে নহয়, টকাও পাব লাগিব লগতে নিজেও আনন্দিত অনুভৱ কৰিব লাগিব।

যদি আপুনি আপোনাৰ লিখা AssameseStatus.com ত প্ৰকাশ কৰিব বিচাৰে বা আন কোনো বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক।
Email. sofiqulalom898@Gmail.com

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !