ৰাখী বন্ধনৰ শুভেচ্ছা বাণী | Happy Raksha Bandhan Wishes In Assamese

0

ৰাখী বন্ধনৰ শুভেচ্ছা বাণী

বন্ধু বান্ধুৱী সকল আজি এই আর্টিকেলটো জড়িয়তে আপোনালোৰ বাবে লৈ আহিছো কেইটামান ৰাখী বন্ধনৰ শুভেচ্ছা বাণী বা ৰাখী বন্ধনৰ শুভেচ্ছা বার্তা এই ৰাখী বন্ধনৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনাৰ ভাই বা দাদাক দিব পাৰিব।
আৰু এই ৰাখী বন্ধনৰ শুভেচ্ছা বাণী সমূহ আপোনাৰ ভাই বা দাদাক আনন্দিত কৰিব।

ৰাখী বন্ধনৰ শুভেচ্ছা বাণী | Happy Raksha Bandhan Wishes In Assamese


ভাই ভনী সম্পর্ক হৈছে জোনাকৰ দৰে
যিমান নহওঁক কাজিয়া কিন্তু
সম্পর্ক থাকে অটুট।
শুভ ৰাখী বন্ধন




আহিল আকৌ ভাই ভনীৰ
উৎসৱৰ দিন,
শুভ ৰাখী বন্ধন





 জীৱত প্রতিটো ক্ষেত্রত মোৰ ভাইটি
হোক সফল,
সেইয়াই মোৰ আশা।
শুভ ৰাখী বন্ধন





তুমি আৰু তোমাৰ
পৰিয়ালৰ সলোকে জনাও।
শুভ ৰাখী বন্ধন





মোৰ ভাই যেন সকলো সময়ত
সুস্থ আৰু ভালে থাকে,
জীৱন যেন হয় আনন্দময়
তাৰেই কামনা কৰোঁ।
শুভ ৰাখী বন্ধন














মা-দেউতাৰ পৰা মই
যি উপহাৰ পাইছো সেয়া হ'ল ভাইটি।
শুভ ৰাখী বন্ধন





যেতিয়াই তোমাৰ মোৰ দৰকাৰ হ'ব
মই সেই ঠাইত উপস্থিত থাকিম।
তোমাক বহুত ভালপোৱা আৰু 
শুভেচ্ছা পঠালোঁ।
শুভ ৰাখী বন্ধন





তোমাক সৰু ভনটি হিচাপে
উপহাৰ দিয়াৰ বাবে ঈশ্বৰক ধন্যবাদ।
শুভ ৰাখী বন্ধন





মই বহুত ভাগ্যৱান যে
মোৰ জীৱনত তোমাৰ নিচিনা এজনী
ভনটি পাইছো।
শুভ ৰাখী বন্ধন





Dear Brother
ৰাখী বন্ধাৰ পিছত ভাল Gift দিবলৈ
সাজু হৈ থাকা
শুভ ৰাখী বন্ধন





কিছুমান সম্পর্কই জীবনতটো
জীপাল কৰি ৰাখে,
তাৰ ভিতৰত ভাই - ভনীৰ সম্পর্কটো
হ'ল শ্রেষ্ঠ।
শুভ ৰাখী বন্ধন





ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়,
ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত
আত্মীয়তাৰ বান্ধোন।
শুভ ৰাখী বন্ধন



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাখী বন্ধনৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ৰাখী বন্ধনৰ শুভেচ্ছা বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !