বিবাহ বার্ষিকীৰ শুভেচ্ছা বাণী | বিবাহ বার্ষিকীৰ শুভেচ্ছা বার্তা | যুগ্ম জীৱনৰ শুভেচ্ছা বাণী | Happy Married Life Wish In Assamese

2



বন্ধু সকল আপুনি বিবাহ বার্ষিকীৰ শুভেচ্ছা বাণী অসমীয়াত বিচাৰি আছে নেকি? আপোনাৰ বন্ধু, বান্ধবী, ভাই, ভাবি, ভনি, দাদা, মামা, খোৰাক দিবৰ কাৰণে তেনেহলে আপুনি ঠিক জাঘাত আহিছে,
আজি আমি কেইটামান  বিয়াৰ শুভেচ্ছা বার্তা দিম এনেকুৱা বিবাহ বার্ষিকীৰ শুভেচ্ছা কতো নাপায়। আপুনি এই বিয়াৰ শুভেচ্ছা বাণী সমূহ কপি কৰি আপোনাৰ বন্ধু, বান্ধবী, ভাই, ভনি, দাদাক শুভ বিবাহৰ শুভেচ্ছা দিব পাৰে। প্ৰেম বার্ষিকী শুভেচ্ছা...

Also Read. বিয়াৰ নিমন্ত্রণ পত্র লিখাৰ নিয়ম

বিবাহ বার্ষিকীৰ শুভেচ্ছা

তোমালোকৰ বৈবাহিক জীৱনৰ 
এই বর্ষ ফুর্তিত তোমালোক দুয়োকে মোৰ 
আন্তৰিক অভিনন্দন জনালোঁ।
Happy Anniversary





আজিৰ এই শুভ দিনটোত তোমালোক দুয়োলৈ 
মোৰ হিয়া ভৰা শুভেচ্ছা থাকিল।
Happy Anniversary






দুখবোৰ হেৰাই যাওক নজনা দেশত
তোমালোক দুয়ো সুখী হোৱা
Happy Married Life






তোমালোকৰ জীৱনৰ বিশেষ দিনটোত
তোমালোকক বিবাহ বার্ষিকীৰ শুভেচ্ছা দিব পাৰি
মই বহুত সুখী।
Happy Married Life






যুগ্ম জীৱনৰ শুভেচ্ছা বাণী

জীৱনত যিমানেই ঘাট প্রতিঘাত নাহে কিয়
তোমালোকক দুয়ো, 
একে অপৰৰ লগত থাকিবা তাৰেই কামনা কৰোঁ।
  Happy Married Life






অনুগ্রহ কৰি আপোনাৰ বিয়াৰ দিনত
মোৰ শুভেচ্ছা গ্রহন কৰক।
Happy Married Life






আপোনাৰ বিয়াৰ দিনত আপোনাক অভিনন্দন
আপোনালোকৰ চাই এটা কথা নিচ্ছিত
যে আপোনালোক দুয়ো সুখী হ'ব।
Happy Married Life





আপোনাৰ বিবাহিত জীৱনত সুখ-শান্তি
কামনা কৰিলো যাতে 
আপোনালোক দুয়ো সুখী হোৱা।
Happy Married Life





শুভ বিবাহ বার্ষিকী ভাই ভাবি


মই আশা কৰোঁ আপোনালোক দুয়োৰ 
জীৱনত নামি আহক সুখ-শান্তি 
তাৰেই কামনা কৰো।
Happy Married Life






আমি আশা কৰোঁ যে যাৰ লগত
আপোনাৰ বিয়াহ হৈ আছে তেওঁঁৰ যাতে অন্তৰটো
ভাল হয়, আৰু আপুনি যাতে তেওঁক লৈ
সুখী হয়।
বিয়াৰ শুভেচ্ছা বাৰ্তা






এই সুখ যাতে কেতিয়াওঁ 
আপোনাৰ পৰা হেৰাই নাযায়,
তাৰেই পার্থনা কৰোঁ।
Happy Married Life




শুভ বিবাহ বার্ষিকী ভাই ভনি

তোমাৰ বিয়াহ এনেকুৱা মানুহৰ লগত
হৈ আছে যে তুমি সুখী হ'বাই।
Happy Married Life






এই বিয়াই যেন তোমাৰ সকলো আশা
পূৰণ হয় সেইটোই পার্থনা কৰোঁ।
Happy Married Life






তোমাৰ বিয়াৰ বাবে আন্তৰিক
শুভ কামনা থাকিল।
Happy Married Life






ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিবাহ বার্ষিকীৰ শুভেচ্ছা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বিবাহ বার্ষিকীৰ শুভেচ্ছা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

2Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !