( Marriage Invitation Card In Assamese )
Biyar Card Assamese
সবিনয় নিবেদন,
অহা ফাগুন মাহৰ _____তাৰিখ ____ শক, ইংৰাজী ____মার্চ ২০২১ তাৰিখ
বুধবাৰ আমাৰ মৰমৰ দুহিতা ভতিজী বাইদেউ পৰীস্মিতা শর্মাৰ মণি শর্মা আৰু
মিতালি শর্মাৰ জ্যেষ্ঠ পুত্র বিকাশ শর্মাৰ সৈতে শুভ পৰিণয়ৰ দিন ধার্য কৰা হৈছে।
গতিকে উল্লিখিত দিনটোত আপোনাৰ সহিতে আপোনালোকৰ পৰিয়ালৰ সাদৰ
উপস্থিতি কামনা কৰিলো।
আশা কৰো সিদিনা বিবাহ বাহৰত আপোনালোকৰ পদধুলাৰে
দৰা-কইনাক আশীর্বাদ প্রদানেৰে যুগ্ম জীৱনৰ সফলতা কামনাৰে মাংগলিক
কার্যটি সফলতাৰে সম্পাদন কৰাত পৰিয়ালটোক সহযোগিতা আগবঢ়াব।
পত্রৰদাৰা নিমন্ত্র জনোৱাৰ বাবে ত্রুটি মার্জনা কৰিব।
বিনয়াবনত,
_______( পিতা )
_______( মাতৃ )
______( বৰদেউতা )
______( বৰম )
_______( ভাইটি )
বিবাহ বাহৰ
নিজা বাসস্থান
৫ নং _____ চাৰি আলি
_____ অসম ।
কিবা অসুবিধা হ'লে
০০০০০০০০০০ নম্বৰত কল কৰিব।
অভ্যবর্নাৰ সময়ঃ
দিনৰ ০২-০০ বজাৰ পৰা।
পৰিয়ালৰ লগতে মোৰ কালৰপৰাও
আপোনালোকলৈ আন্তৰিক নিমন্ত্রণ থাকিল।
_______।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment