প্রেমত পৰা ল'ৰাই এই ৫ টা কাম কৰে জানক কি কি ? Love Tips In Assamese


যেতিয়া কোনো ল'ৰাই কাৰোবাক অর্থাৎ কোনো ছোৱালীক সঁচাকৈয়ে ভাল পাই পেলাই তেতিয়াই তেওঁ কিছু আচৰিত আচৰিত আচৰণ কৰা পৰিলক্ষিত হয়।  তাৰেই ভিতৰত এই ৫ ধৰণৰ আচৰণ খুব বেছিকৈ পৰিলক্ষিত হয় লৰাৰ গাত। আহক তেনেহলে কথা পাতো সেই ৫ টা আচৰণ কি ?
( Love Tips In Assamese )


১/ প্ৰেমিকাৰ আশা, ইচ্ছা, আকাংশাক নিজৰ সীমাবদ্ধতাৰ ভিতৰত সন্মান দিয়ে।  প্ৰেমিকাৰ সকলো লক্ষ্য উদ্দেশ্যত সফল হোৱাত সদায় সহায় কৰে,  সন্মান কৰে আৰু প্ৰেমিকাৰ সৰু ডাঙৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ যত্নপৰ থাকে.


২/ ভালপোৱাক সদায় সুন্দৰ দেখে ৷  যেতিয়াই কাৰোবাৰ সৈতে গভীৰ ভালপোৱা আৰম্ভ হয় তেওঁ প্রেমিকাক সকলো ক্ষণতে সৌন্দর্য্যময়ী দেখে।  প্ৰেমিকাৰ পাৰি পাৰ্শ্বিকতাকো সুন্দৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷  তেওঁ তেওঁৰ প্ৰেমিকাৰ বাহিৰে আন কাৰো গাত সৌন্দর্য্য প্রত্যক্ষ নকৰে।


৩/ নিজৰ সর্বোচ্চ দিবলৈ প্ৰস্তুত থাকে ৷  যেতিয়াই কোনো লৰাই কাৰোবাক গভীৰ ভাৱে ভাল পাই পেলাই তেতিয়া তেওঁ নিজৰ সকলো খিনি উজাৰি দিবলৈ প্ৰস্তুত থাকে।  নিজৰ ভালপোৱা গৰাকীক সন্তুষ্ট ৰাখিবলৈ তেওঁৰ মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ সুখী ৰাখিবলৈ অসাধাৰণ কাম কিছুমানো কৰিবলৈকে কুণ্ঠাবোধ নকৰে।


৪/ তেওঁৰ আজৰি সময়খিনি সদায় প্রেমিকাক দিব ইচ্ছা কৰে ৷  যেতিয়াই লৰা এজনে কাৰোবাক গভীৰ ভাৱে ভাল পাই পেলাই তেওঁৰ আজৰি সময় অর্থাৎ নিজৰ কৰ্ম ব্যস্ততাৰ বাহিৰৰ সময় খিনি প্ৰেমিকাৰ সৈতে কটাবলৈ উত্ৰাৱল হৈ পৰে,  অকলশৰে পাৰ কৰিব লগীয়া এটা এটা মিনিট এক এক ঘণ্টাৰ দৰে দীঘলীয়া অনুভৱ কৰে।


৫/ প্ৰেমৰ বাবে যুঁজিবলৈ প্রস্তুত থাকে।  সম্পৰ্কটোৰ বাবে তেওঁ যিমানেই ত্যাগ,  কষ্ট আৰু যুদ্ধ কৰিবৰ প্ৰয়োজন হয় তাৰ পৰা পিছুৱাই নাহে ৷  এই প্রেম আজীৱন সফল কৰাৰ বাবে তেওঁ সদায় প্রস্তুত থাকে।  প্ৰেমৰ স্বাৰ্থত আনৰ সৈতে যুঁজিবলৈকে প্রস্তুত থাকে সদায়।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post