[ 50 টা ] সপোনৰ ফলাফল | সপোনৰ অর্থ | Dream Meaning In Assamese

0
সপোন সকলোৱে দেখে। শোৱাৰ পিছত আমি যিখন জগতত প্ৰৱেশ কৰো সেইখন জগতক সপোনৰ জগত বুলি কওঁ। 
কিন্তু কেতিয়াবা আমি কিছুমান সপোন দেখি  তীব্ৰ অশান্তিত ভোগো। সপোনৰ অৰ্থ কি, সপোনটো শুভ নে অশুভ। কেতিয়াবা আমি এনেকুৱা সপোন দেখো শুই থকা মানুহে জাগি উঠে। সামুদ্ৰিক শাস্ত্ৰ মতে আমি যিবোৰ সপোন দেখো সেইবোৰ শুভ আৰু অশুভ ফলৰ সংকেত দিয়া দিয়া হয়। ( Dream Meaning In Assamese )
তেনেহলে আহক কথা পাতো সপোনৰ ফলাফলৰ আৰু সপোনৰ অর্থৰ বিষয়ে...

সপোনৰ অর্থ

Dream Meaning In Assamese

১/ সপোনত অজগৰ দেখিলে কি হয় ?
উত্তৰঃ কাৰোবাৰ লগত কাজিয়া হ'ব।


২/ সপোনত জুই লগা দেখিলে কি হয় ?
উত্তৰঃ ব্যৱসাত লোকচান হ'ব।


৩/ সপোনত অচিনাকি নাৰী দেখিলে কি হয় ?
উত্তৰঃ মনৰ আশা পূর্ণ হ'ব।


৪/ সপোনত মাছ দেখিলে কি হয় ?
উত্তৰঃ টকা-পইচা আহিব।


৫/ সপোনত অচিনাকি নাৰীৰ লগত প্রেম কৰা দেখিলে কি হয় ?
উত্তৰঃ শীঘ্রে বিবাহ হ'ব।


৬/ সপোনত কান্দিলে কি হয় ?
উত্তৰঃ সুখ আহিব।


৭/ সপোনত অচিনাকি মানুহ দেখিলেকি হয় ?
উত্তৰঃ আত্মীয়ই সহায় কৰিব।


৮/ সপোনত অন্ধকাৰ দেখিলে কি হয় ?
উত্তৰঃ বিপদ আহিব।


৯/ সপোনত অভিনেত্রীৰ দর্শন হোৱা দেখিলেকি হয় ?
উত্তৰঃ সৌভাগ্য সূচিত হয়।


১০/ সপোনত জুই দেখিলেকি হয় ?
উত্তৰঃ টকা-পইচা থকা ছোৱালীৰ লগত বিবাহ হ'ব।


১১/ সপোনত  অনাথ বা অসহায় ব্যক্তি দেখিলে কি হয় ?
উত্তৰঃ বহুত ধনৰ আধিকাৰী হ'ব।


১২/ সপোনত অচিমাকি পুৰুষ দেখিলে কি হয় ?
উত্তৰঃ ভাগ্য ভাল হ'ব।


১৩/ সপোনত অবিবাহিত ছোৱালী দেখিলে কি হয় ?
উত্তৰঃ বিবাহৰ লক্ষণ।


১৪/ সপোনত ৰাদ্ধি থকা দেখিলে কি হয় ?
উত্তৰঃ ব্যৱসায়ত ভাল হোৱাৰ লক্ষণ।


১৫/ সপোনত অগ্নি দূৰত দেখিলে কি হয় ?
উত্তৰঃ ধনী কইনাৰ লগত বিবাহ হোৱাৰ লক্ষণ। 


১৬/ সপোনত অধিক খংকৰা দেখিলে কি হয় ?
উত্তৰঃ মামলা হোৱাৰ লক্ষণ।


১৭/ সপোনত অতি উচ্চ ঘৰ দেখলে কি হয় ?
উত্তৰঃ হাতলৈ অর্থ অহাৰ লক্ষণ।


১৮/ সপোনত অধিক সোন দেখিলে কি হয় ?
উত্তৰঃ উন্নতি হোৱাৰ লক্ষণ।


১৯/ সপোনত অঙ্গ বিচ্ছেদ দেখিলে কি হয় ?
উত্তৰঃ হিতাকাংক্ষী বা বন্ধুৰ মৃত্যু হ'ব পাৰে।


২০/ সপোনত অগ্নিত কাপোৰ পোৰা দেখিলে কি হয় ?
উত্তৰঃ ব্যৱসায়ত ক্ষতি হোৱাৰ লক্ষণ।


২১/ সপোনত অন্ধলোক অহা দেখিলে কি হয় ? 
উত্তৰঃ অর্থৰ অভাৱ হোৱাৰ লক্ষন।


২২/ সপোনত অন্তপুৰৰ দৃশ্য দেখিলে কি হয় ?
উত্তৰঃ ব্যৱসায় ভাল হোৱাৰ লক্ষন।


২৩/ সপোনত অন্ন  দেখিলে কি হয় ?
উত্তৰঃ ভাল হোৱাৰ  লক্ষণ।


২৪/ সপোনত আশোক গছ দেখিলে কি হয় ?
উত্তৰঃ আকস্মিক শোক পোৱাৰ লক্ষণ।

২৫/ সপোনত অপৰিচিতৰ মানুহৰ দ্বাৰা নিজে খুন হোৱা দেখিলে কি হয় ?
উত্তৰঃ সমাগত সন্মান ও শান্তি অহাৰ লক্ষণ।


২৬/ সপোনত যদি অকলে বাগানত থিয় হোৱা দেখিলে কি হয় ?
উত্তৰঃ বিশিষ্ট ব্যক্তিৰ লগত আলাপ হোৱাৰ লক্ষণ।


২৭/ সপোনত যদি অকলে বজাৰত যোৱা দেখিলে কি হয় ?
উত্তৰঃ হঠাৎ অর্থ প্রাপ্তি হোৱাৰ লক্ষণ।


২৮/ সপোনত অকলে দৌৰি থকা দেখিলে কি হয় ?
উত্তৰঃ কামৰ চাপ বৃদ্ধি হোৱাৰ লক্ষণ।


২৯/ সপোনত যদি অকলে ওপৰত উঠা দেখিলে কি হয় ?
উত্তৰঃ সৎকর্ম ও ধর্মত মতি অহাৰ লক্ষণ।


৩০/ সপোনত অপৰিচিত মানুহক মাৰা দেখিলে কি হয় ?
উত্তৰঃ গুৰুত্বপূর্ণ দাইক্ত পালনৰ লক্ষণ।


সপোনত মৃত্যু আমি সকলোৱে দেখো,  আৰু এই সপোনবোৰ দেখি ভয় পাওঁ।  যদি কেতিয়াবা নিজৰ প্রিয়োজনৰ মৃত্যু দেখো তেনেহলেতো গোটেই দিন মনটো বেয়া লাগে।  নিজৰ প্রিয়োজনৰ মৃত্যু দেখা মানেই বেয়া নহবও পাৰে,  সেই বাবে এই সম্পূর্ণ পঢ়ক...
Dream Meaning In Assamese

সপোনত মৰা মানুহ দেখিলে কি হয় | Dream Meaning In Assamese

৩১/ সপোনত সন্তানৰ মৃত্যু দেখা দেখিলে কি হয় ?
উত্তৰঃ বৃদ্ধ মা-দেউতা সকলে তাৰ সন্তানৰ মৃত্যুৰ সপোন দেখে,  যদি তেওঁলোকৰ সন্তান বিদেশত থাকে, বা তাৰ সন্তানৰ কিবা বেয়া অৱস্থাত থাকে তেনেহলে এই ধৰনৰ সপোন আহিব পাৰে।  ইয়াৰ অর্থ হ'ল তাৰ সন্তানক আগৰ অৱথাত ঘূৰাই পাব বিচাৰে।


৩২/ সপোনত নিজৰ মৃত্যু মা-দেউতাৰ মৃত্যু দেখিলে কি হয় ?
উত্তৰঃ যদি আপোনাৰ জীৱিত মা-দেউতাৰ মৃত্যু দেখিছে নেকি ? তেনেহলে ইয়াৰ অর্থ হ'ব আপুনি আপোনাৰ মা-দেউতাৰ হেৰুৱাৰ ভয়ত চিন্তা কৰে।  আৰু আপুনি যদি মৃত মা-দেউতাৰ, মৃত্যুৰ সপোন দেখে,  তেনেহলে বুজিব আপুনি আকৌ এবাৰ তেওঁলোকক দেখিব বিচাৰে।


৩৩/ সপোনত যদি কোনোবাই দেখে, যে তেওঁ কোনো অপৰিচিত ব্যক্তিৰ কৱৰ খান্দি আছে দেখিলে কি হয় ?
উত্তৰঃ তেনেহলে তাৰ অর্থ হ'ব, সপোন দেখাজনৰ কোনো মনৰ ইচ্ছা পূৰণ হোৱাৰ লক্ষণ।


৩৪. যদি কোনো ব্যক্তি মৃত ব্যক্তিক আকৌ মৰা দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে সপোন দেখাজনৰ নিজৰ কোনো মানুহৰ বিয়াহ হ'ব পাৰে।


৩৫/ মৃত ব্যক্তিক যদি ৰোগ আক্রান্ত অৱস্থাত দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপুনি ভাল জীৱন সংগী পাব গৈ আছে।


৩৬/ সপোনত যদি নিজৰ কৱৰ খান্দা দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে সেই সপোনৰ অর্থ হ'ব আপুনি নতুন ঘৰ বা ঘৰ মেৰামতি কৰাৰ ইঙ্গিত দিয়ে।


৩৭/ মৃত ব্যক্তিক হত্যা কৰা দেখিলে কি হয় ?
উত্তৰঃ আপোনাৰ কর্ম জীৱনত বাধা আহিব পাৰে।


৩৮/ সপোনত মৃত ব্যক্তিৰ পৰা কিবা এটা পোৱা দেখিলে কি হয় ?
উত্তৰঃ তেনেহলে সেই সপোনৰ অর্থ হ'ব আপোনাৰ সুখ সান্তি হ'ব।


৩৯/ সপোন যদি কোনো মৃত ব্যক্তিৰ লগত খানা খোৱা দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপোনাৰ পৰিয়ালৰ সকলো সমস্যা সমাধান হ'ব,  আৰু আপুনি বহুত ধন সম্পত্তি উপার্জন কৰিব পাৰিব।  


৪০/ সপোনত যদি কোনো মৃত ব্যক্তিক আপুনি কিবা এটা দিছে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপোনাৰ বিবাহিত জীৱনত অলপ সমস্যা আহিব পাৰে।


৪১/ সপোনত যদি কোনো মৃত ব্যক্তিক কান্দত উঠোৱা দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে ইয়াৰ অর্থ হ'ব যে আপোনাৰ মনৰ সক্তি বাঢ়িব,  যিকনো পৰিস্থিতিক নিজক চামাল দিব পাৰিব।


৪২/ সপোনত যদি কোনো মৃত ব্যক্তিক জীৱিত দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপুনি ধন সম্পত্তি লাভ কৰিব,  আৰু আপোনাৰ জীৱন সুখ সান্তি আহিব।


৪৩/ সপোনত যদি কোনো মৃত ব্যক্তিয়ে আপোনাক মাতে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে সেই সপোনে আপোনাৰ মৃত্যুৰ ইঙ্গিত দিয়ে।


৪৪/ কোনোবাই যদি নিজৰ নিজৰ মৃত্যু দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপোনাৰ শৰীৰ অসুস্থ হ'ব পাৰে।  সেই বাবে সাবধানে থাকক।


৪৫/ মৃত ব্যক্তিৰ মাথা কটা দেখি কি হয় ?
উত্তৰঃ নিজৰ পৰিয়াত কাজিয়া হোৱাৰ সংকেত দিয়ে।


৪৬/ সপোনত যদি মৃত ব্যক্তিৰ লগত বিবাহ হোৱা দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপোনাৰ আশা পূর্ণ হ'ব।


৪৭/ সপোনত যদি মৃত ব্যক্তিৰ কান্দা শুনিলে ?
উত্তৰঃ দেশত কোনো প্রাকৃতিক বিপর্যয়ন আহিব পাৰে।


৪৮/ সপোনত যদি মৃত ব্যক্তিৰ বাবে আপুনি কান্দি আছে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে আপোনাৰ জীৱনত বহুত সুখ আহি আছে।


৪৯/ সপোনত যদি মৃত মানুহ দেখিলে কি হয় ? 
উত্তৰঃ শাৰীৰিক শক্তি বৃদ্ধি পায়।


৫০/ সপোনত যদি মৃত ব্যক্তিক বহুত দামি কাপোৰ পিন্দা দেখে তেনেহলে কি হ'ব ?
উত্তৰঃ তেনেহলে সেই সপোনৰ অর্থ হ'ল আপোনাৰ ধন সম্পতি হেৰুৱাৰ ইঙ্গিত দিয়ে।


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সপোনৰ ফলাফল আৰু সপোনৰ অর্থ যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে dream Meaning In Assamese সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !