জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱনী | Biography Of Jyoti Prasad Agarwala In Assamese

0


জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱনী

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে।

জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ জন্ম  হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্রগড়ৰ তামোলবাৰী চাহ বাগিছাত।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পিতৃৰ নাম পৰমান্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা।


জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ শিক্ষা।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডিব্রগড়ৰ জর্জ হাইস্কল, কলিকতাৰ নেচনেল কলেজ্‌ স্কটলেণ্ডৰ এডিনবার্গ বিশ্ববিদ্যালয় আৰু ৭ মাহৰ বাবে জার্মানীত চলচিত্র নির্মাণৰ প্রশিক্ষণ গ্রহণ কৰিছিল।


জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্বাধীনতা আন্দোলন।

ভাৰতৰ স্বাধীনতা আন্দোলনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ১৫ মাহৰ বাবে ১৯৩২ চনত শিলচৰ জেলত কাৰাবন্দী হৈছিল, ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্রহন কৰাৰ বাবে।


জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গীত।

  • মই জনতাৰ প্রাণে প্রাণে।
  • আজি জনতাৰ দুৱাৰে দুৱাৰে।
  • জয় ভাগৰৰ জয়।
  • মই গান বিচাৰি।
  • মৌ মাখিয়ে মৌ বিচাৰে।
  • মোৰ এই সততম গানে।
  • মোৰে পথাৰতে সোণোৱালী ধান।
  • আজি পুৱতি।
  • মোৰে মন বনতে।
  • মোৰে ভাৰতৰে।
  • সোণৰ পালেঙতে অ মনেতৰা।।
  • ৰূপহ কোঁৱৰৰ চুমা পৰশতে।।
  • অ সুখী আজি।
  • মোৰ ৰাগ।
  • লুইতৰে পানী যাবি অ বৈ।
  • জয় আলোকময়।
  • মোৰ গানত জ্বলে।
  • মোৰে জীৱনৰে সখা কৃষ্ণ।
  • সেউজী ধৰণী ধুনীয়া।
  • তই কৰিব লাগিব অগ্নিস্নান।
  • সেউজীয়া সেউজীয়া।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক।

  • মালতী কইনা।
  • শোণিত কুঁৱৰী।
  • কনকলতা।
  • কাৰেঙৰ লিগিৰী।
  • সোণ পখিলী।
  • সুন্দৰ কোঁৱৰ।
  • খনিকৰ।
  • ৰূপালীম।
  • লভিতা।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা।

  • জ্যোতি ৰামায়ণ।
  • লুইতৰ পাৰৰ অগ্নিসুৰ।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চলচ্চিত্র।

  • জয়মতী।
  • ইন্দ্রমালতী।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গল্প।

  • সোঁৱৰণি।
  • বগীতৰা।
  • প্রত্নতাত্নিক কলাঘুমটি।
  • সোানতৰা।
  • সোনটিৰ অভিমান।
  • ৰূপহী।
  • নীলা চৰাই।
  • সন্ধি।
  • যুঁজাৰু।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়াল।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে দেৱযানী ভূঞাৰ সৈতে ১৯৩৬ চনত বিবাহপাশত আবদ্ধ হৈছিল,
আৰু তেওঁলোকৰ সন্তান সকল হৈছে।
  • চিন্ময় আগৰৱালা।
  • বিশ্বন্দু আগৰৱালা।
  • জয়শ্রী।
  • জ্ঞানশ্রী।
  • সত্যশ্রী।
  • হেমাশ্রী।
  • মনশ্রী।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু।

৪৮ বছৰ বয়সত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেজপুৰৰ বাহগৃহ পকীত ১৯৫১ চনত ১৭ জানুৱাৰীত কর্কট ৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মহৎ লোকৰ জীৱনী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহৎ লোকৰ জীৱনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !