ইছলামিক উক্তি | ইছলামিক ষ্টেটাছ | Islamic Quotes & Status In Assamese

0


বন্ধু বান্ধুৱী সকল আজি আমি কেইটামান ইছলামিক উক্তি আৰু ষ্টেটাছ দিম, আপুনি যদি সেই   ইছলামিক উক্তি  সমূহ পঢ়ে তেনেহলে আপোনাৰ মনটো ভাল লাগিব।
সেই বাবে এই ইছলামিক ষ্টেটাছ সমূহ সম্পূর্ণ পঢ়িব।

ইছলামিক উক্তি | Islamic Quotes In Assamese

পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল
নিজক সংহধন কৰা,
আৰু সকলোতকৈ সহজ কাম হ'ল
মানুহৰ সমালোচনা কৰা।
( হজৰত আলী ৰাঃ)







ক্রোধ মানুহৰ ঈমানক নষ্ট কৰে,
হিংসা মানুহৰ নেক আমলক ধ্বংস কৰে,
আৰু মিছাই মানুহৰ হায়াত কমাই  দিয়ে।
( বিশ্বনবী হজৰত মোঃ সাঃ )







তুমি জান্নাত নিবিচাৰিবা
তাতকৈ তুমি দুনিয়াত এনেকুৱা কাম কৰা
যাতে জান্নাতে তোমাক বিচাৰে।
( হজৰত আলী ৰাঃ )








মানুহৰ মনৰ ভিতৰত এনেকৈ 
ঠাই বনাই লওক,
যাতে তুমি মৰি গ'লে তোমাৰ কাৰণে দুয়া কৰে।
আৰু জীয়াই থাকিলে
তোমাক ভালপায়।
( হজৰত আলী ৰাঃ )








 মানুহ মৃত্যুৰ বাচিবলৈ চেষ্টা কৰে,
কিন্তু জাহান্নামৰ পৰা নহয়।
মানুহ বিচাৰিলে জাহান্নামৰ পৰা বাচিব পাৰে
কিন্তু মৃত্যুৰ পৰা নহয়।








শিশু সকল যেনেকৈ
তাৰ মাৰ ওচৰত কান্দি কান্দি সমস্যাৰ
সমাধান কৰি লয়্‌
ঠিক তেনেকৈ আমাৰও উচিত
আল্লাহৰ ওচৰত কান্দি কান্দি সকলো
সমস্যাৰ সমাধান কৰি লোৱা।









নামাজ পঢ়া, ৰোজা ৰাখা,
কালমা পঢ়া ভাই,
আখেৰেৰ কাম কৰি লোৱা ভাই
সময় যে আৰু নাই।








কাৰোবাৰ পৰা কিবা পাবলৈ হ'লে
জেনেকৈ তাৰ লগত সম্পর্ক ভাল ৰাখিব লাগে।
ঠিক তেনেকৈ
আল্লাহৰ পৰা কিবা পাবলৈ হ'লে
আল্লাহৰ লগত ভাল সম্পর্ক ৰাখিব লাগিব।







যদি ৰাখা ৰোজা, মন হ'ব তাজা!
যদি পঢ়া নামাজ, মজবুত হ'ব সমাজ!
যদি পঢ়া কোৰআন, মজবুত হ'ব ঈমান।







জীৱন সজাও নামাজ দি,
মন সজাও ঈমান দি,
শৰীৰ সজাও নবীৰ ছুন্নত দি,
আৰু বন্ধু বনাও ইছলামৰ দাওয়াত দি।







যদি কান্দিব বিচৰা?
তেনেহলে আল্লাহৰ ওচৰত কান্দা!
কাৰণ তোমাৰ চকু পানীৰ মূল্য কোনেও নিদিলেও,
আল্লাহ তোমাৰ চকু পানীৰ মূল্য দিব।






ইছলামিক উক্তি

গান বাজনা Delete কৰা,
নামাজ ৰোজা Save কৰা,
বেয়া পোষ্ট Cut কৰা,
ভাল পোষ্ট Share কৰা,
ভিন্ন ধর্মক Respect কৰা,
ইছলাম ধর্ম Open কৰা।








আল্লাহৰ ওচৰত পৃথিৱী আৰু আকাষৰ
কোন বস্তুই গোপন নহয়।








মানুহৰ ভিতৰত সেই ব্যক্তি সকলোতকৈ অক্ষম,
যি ব্যক্তি দোয়া কৰাত অক্ষম!
অর্থাৎ দোয়া নকৰে।
( হজৰত মোঃ সাঃ )







ভবিষ্যতে সকলো অনিচ্ছিত হ'লেও,
মৃত্যু কিন্তু নিচ্ছিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ইছলামিক উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ইছলামিক উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !