হজৰত মহম্মদৰ বাণী | Assamese Islamic Quotes By Prophet Muhammad


হজৰত মহম্মদৰ বাণী

আমাৰ প্রিয় নবী হজৰত মহম্মদ (সাঃ) কৰা কিছু বাণী বা উক্তি আজি লিখিম আশা কৰোঁ হজৰত মহম্মদ (সাঃ) কৰা বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

হজৰত মহম্মদৰ বাণী

প্রতিশোধ নহয়
ক্ষমা কৰাই ইছলামৰ আদর্শ।
( নবী হজৰত মোহাম্মদ সাঃ )





যি ব্যক্তি ভাল কামৰ পৰিকল্পনা কৰিলে,
কিন্তু কামটো কৰিব নোৱাৰিলে
তাৰ পাছতো সেই ব্যক্তিৰ 
বাবে ছৱাব লিখা হ'ব।
( নবী হজৰত মোহাম্মদ সাঃ )





জাহান্নামৰ জুই নোমুৱাৰ বাবে
এটোপাল চকু পানী যথেষ্ট।
( নবী হজৰত মোহাম্মদ সাঃ )






যিয়ে প্রতাৰণা কৰে
তেও মোৰ উম্মতৰ অন্তর্ভুক্ত নহয়।
( নবী হজৰত মোহাম্মদ সাঃ )






ভাগ্যৱান সেই মহিলা
যাৰ প্রথম সন্তান ছোৱালী।।
( নবী হজৰত মোহাম্মদ সাঃ )






তোমালোকে কুধাৰনাৰ পৰা
নিজক বচাই ৰাখা,
কাৰণ কু-ধাৰনা চবতকৈ মিছা কথা।।
( নবী হজৰত মোহাম্মদ সাঃ )





তোমালোকে মৃত্যুক
বেছি পৰিমানে স্বৰণ কৰা।
( নবী হজৰত মোহাম্মদ সাঃ )



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ হজৰত মহম্মদৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু হজৰত মহম্মদৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

4 Comments

  1. ভাল লাগিল। সকলো ধৰ্মৰে পবিত্ৰ বাণী সমূহ দিবছোন। লগতে অৰিজিনেল শ্লোক বা অৰিজিনেলটো দিলে আৰু ভাল লাগিব

    ReplyDelete

Post a Comment

Previous Post Next Post