মৃত্যুৰ উক্তি | মৃত্যুৰ বাণী | Quotes About Death In Assamese

0

মৃত্যুৰ উক্তি

মৃত্যু এনেকুৱা এটা বস্তু যদি আমি ইয়াৰ পৰা বাচিব চেষ্টা কৰোঁ তেনেহলে কেতিয়াও সফল নহও, কাৰণ মৃত্যু সৱাত এদিন সকলোৰে লব লাগিব।
সেই বাবে বন্ধু সকল আজি আমি কেইটামান মৃত্যু লৈ উক্তি লিখিম আশা কৰোঁ এই মৃত্যুৰ উক্তি সমূহ আপনালোকৰ ভাল লাগিব।

মৃত্যুৰ উক্তি

জীৱনৰ প্রথম  কাপোৰখন
আনৰ হাতেৰে পিন্ধিব লগা হয়,
আৰু শেষ কাপোৰখনও আনৰ হাতেৰে
পিন্ধিব লগা হয়।
তেনেহলে এই পৃথিৱীত মানুহৰ
কিহৰ ইমান অহংকাৰ।





ডাঙৰ ধনী মানুহ বুলি
যিমানেই অহংকাৰত উৰি নাথাকক কিয়
এদিন কিন্তু এই মাটিতেই মিলি
যাব লাগিব।





জন্ম লোৱাটো ভাগ্যৰ কথা,
মৃত্যু হোৱাটো সময়ৰ কথা,
আৰু মৃত্যুৰ পিছতো মানুহৰ মনৰ
মাজত জীয়াই থকাটো হ'ল
নিজৰ কর্মৰ কথা।





মৃত্যু ডাঙৰ ক্ষতি নহয়,
ক্ষতি তেতিয়াই হয় যেতিয়া জীয়াই
থাকিও মনটো মৰি যায়।




কোনো মানুহক তাৰ মৃত্যু
নোহোৱালৈকে তেওক সুখী ক'ব নোৱাৰি।




যি ব্যক্তি বুদ্ধিমান বাবে
জীৱন জাপন কৰে তেও মৃত্যুক
ভয় কৰা উচিত নহয়।




ভালপোৱা আৰু মৃত্যু
দুয়োটাই নিয়ন্ত্রণ বিহীন অথিতি,
এজন আহি লৈ যায় মন।
আৰু এজন আহি লৈ যায় জীৱন।




টোপনি হ'ল দ্বিতীয় মৃত্যু।




মৃত মানুহৰ বাবে আমি অপেক্ষা নকৰো,
আমাৰ অপেক্ষা হ'ল
জীৱিত মানুহকলৈ।




বন্ধুৰ মৃত্যু এটা অংগ
হেৰোৱাৰ সমান।




জীৱন যেনে সত্য,
ঠিক তেনেকৈ মৃত্যুকো স্বভাৱিক
বুলি মানি ল'ব লাগিব।




মৃত্যু প্রতেকজন মানুহৰ গন্তব্যস্থান,
মৃত্যু পৰা মানুহ কেতিয়াও পলাব নোৱাৰে,
মৃত্যুই ছবতকৈ জীৱনৰ বৃহৎ আবিস্কাৰ।





মৃত্যুৰ যন্ত্রণাতকৈ প্রেমৰ যন্ত্রণা 
কিমান কঠিন,
সেয়া অকল যাৰ লগত গটিছে তেওয়েই 
অনুভৱ কৰিব পাৰে।।




অবিশ্বাস আৰু সন্দেহ
এটা সম্পর্ক মৃত্যু গটাব পাৰে।




কিছুমান মানুহৰ মৃত্যু নহয়,
তেওলোক জীয়াই থাকে গোটেই 
জীৱন অন্তৰত।




মানুহৰ মৃত্যু হয়
কিন্তু স্মৃতিৰ মৃত্যু নহয়,
সেই স্মৃতিবোৰ জীয়াই থাকে আমাৰ
গোটেই জীৱনত।




ভাল এজন মানুহ হ'বলৈ হ'লে
কেতিয়াও পাহৰা উচিত নহয় যে আপুনি
এদিন মৃত্যু বৰণ কৰিব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মৃত্যুৰ উক্তি আৰু বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মৃত্যুৰ উক্তি আৰু বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !