ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Wishes In Assamese

0

ৰাতিপুৱাৰ শুভেচ্ছা বাণী

আমি কেতিয়াবা কেতিয়াবা আমাৰ প্রিয়জনক সময় দিব নোৱাৰো, কিন্তু আমি যদি তাক এটা SMS কৰোঁ তেনেহলে তেওঁ আনন্দিত হ'ব। 
বন্ধু সকল আপোনালোকে হয়তো পুৱাৰ শুভেচ্ছা বাণী বিচাৰি আছে কিন্তু ভাল ৰাতিপুৱাৰ শুভেচ্ছা বাণী পোৱা নাই,  কিন্তু আমি এই আর্টিকেলটোৰ জড়িয়তে পুৱাৰ বাণী দিম আশা কৰোঁ আপোনাৰ ভাল লাগিব।  আৰু আপোনাৰ বন্ধু, বান্ধুৱী, ভাই, ভন্টি সকৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

শেষলৈকে চাব কেইটামান Good Morning Photo দিয়া আছে Download কৰি আপোনাৰ বন্ধু, বান্ধুৱী, ভাই, ভন্টি সকৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Quotes & Wishes In Assamese


মধুৰ কণ্ঠত পাখি গাইছে গান,
SMS দি জনাই দিলো মোৰ প্রান।
Good Morning


পুৱাৰ প্রথম সোনালী আভাত,
নতুন দিনৰ জনম বেলাত।
নিয়ৰসিক্ত দুবৰিৰ দলিছাত
নিশা গুছিন হ'ল প্রভাত।
Good Morning


দিনটোৰ পুৱতি বেলাত,
যাছিলো তোমাক
নতুন দিনৰ শুভ কামনা।
Good Morning



গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুত
যেনেদৰে প্ৰভাত লুকাই থাকে,
তেনেকৈ বুকুত সাহস কান্ধি আগুৱাই
গ'লে হাজাৰ পৰাজয়ৰ পাছতাে
জয়লাভ নিশ্চিত হৈ উঠে।


আজিৰ দিনটো
সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ
শুভেচ্ছা জনালোঁ।



সুখ-দুখ, হাঁহি-কান্দোন,
 মৰম-ভালপােৱা এই সকলােবােৰৰ
মিলাইয়ে হ’ল জীৱন।
Good Morning


দিনতাে সুভ ও মঙ্গলমই 
হােৱাৰ কামনাৰে।
Good Morning


প্ৰেম মাথো এটি শব্দ!
যেতিয়ালৈ বিষেশ কোনেৱাই ইয়াক
 অৰ্থ প্ৰদান নকৰে।
Good Morning



হৃদয়ৰ পবিত্রতাই 
আটাইতকৈ ডাঙৰ পবিত্রতা, 
এটা সুন্দৰ দিনৰ বাবে।
Good Morning


ৰাতিপুৱা নােহােৱা পর্যন্ত
ফুলেও নাজানে মন্দিৰলৈ যাবনে
শ্মশানলৈ যাব, সেইবাবে যেতিয়ালৈকে জীয়াই
আছে হাঁহি ফুর্তি কৰি কটাওক
দুখ কৰি নহয়।
Good Morning


ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Quotes In Assamese

মানৱ শৰীৰৰ আটাইতকৈ
ধুনীয়া অংগটোৱেই হৈছে মন,
যদি মনটোয়েই পৰিষ্কাৰ নহয়, তেনেহলে
চেহেৰা সুন্দৰ একো অর্থ নাই।
Good Morning


শ্রদ্ধা আৰু ভালপােৱাৰ
পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই
হৈছে প্রকৃত জীৱন।
Good Morning


চিন্তাত যদি সুন্দৰতা আৰু
উদাৰতা থাকে, তেন্তে আশে পাশে থকা
প্ৰতিটো বস্তু বা ব্যক্তিকে সুন্দৰ
আৰু ভাল লাগিব।
Good Morning


এটা কঠিন আৰু জতিল পথৰ
সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে,
সেই পৃথিৱীখন গৈ পাবলৈ প্রয়ােজন মাথোঁ
আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্রম।
Good Morning


কলা-বগা এইবােৰ ৰংহে
ধুনীয়া সকলােৱে হয় ধুনীয়াৰ কোনাে বৰণ নাথাকে,
ভাল দৃষ্টিৰে চালে
সকলােকে ধুনীয়া দেখি।
Good Mornig


Good Morning Status In Assamese

পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰ
কাৰণ পোৱাৰ শেষ আছে, কিন্তু
চোৱাৰ কোনাে শেষ নাই।
Good Morning


সত্য আৰু ধৈৰ্য্যই মানুহক
সাহস দিয়ে আৰু মিছাই মানুহক
ধ্বংস কৰে।
Good Morning


যদি আমি আমাৰ জীৱনটো
মাজে সময়ে পৰীক্ষা কৰি কৰি নাথাকো,
তেনেহলে ই জীয়াই থকাৰ উপযােগী
হৈ নাথাকে।
Good Morning


সকলাে তীর্থস্থানৰ ভিতৰত
আটাইতকৈ ভাঙৰ তীর্থস্থান হ'ল
মানুহৰ "হৃদয়"
Good Morning


সুন্দৰতাক অধিক সুন্দৰ ভাৱে
সজাব চেষ্টা কৰা এক
মহান কলা।
Good Morning


পৃথিৱীত সকলাে বস্তুৱেই মূল্যবান,
বিচাৰি পােৱাৰ আগত আৰু হেৰাই
যােৱাৰ পিছত।
Good Morning



Good Morning Quotes In Assamese কেইটামান ফটো দিয়া হ'ল। 
শেষলৈকে চাব কেইটামান Good Morning Gift দিয়া আছে Download কৰিব পাৰিব।

শুভ ৰাতিপুৱাৰ বাণী 


 
Good Morning In Assamese 












ৰাতিপুৱাৰ শুভেচ্ছা বাণী





Good Morning In Assamese









ৰাতিপুৱাৰ শুভেচ্ছা বাণী







Good Morning In Assamese

(Good Morning Photo Assamese)














ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাতিপুৱাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Good Morning Wishes In Assamese পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !