১০০ জন্মদিনৰ শুভেচ্ছা বাণী | Happy Birthday Wishes In Assamese

3

জন্মদিনৰ শুভেচ্ছা বার্তা

বন্ধু, বান্ধী, ভাই, ভনী, মা, দেউতা, বা পৰিয়ালৰ যিকনো সদস্যৰ জন্মদিনৰ শুভেচ্ছা বার্তা বিচাৰি আছে নেকি? তেনেহলে আপুনি ঠিক জাঘাত আহিছে। কাৰণ এই পোষ্টোৰ জড়িয়তে আমি আপোনালোকক ১০০ টা এনেকুৱা জন্মদিনৰ দিনৰ শুভেচ্ছা বার্তা দিম যি এতিয়া লৈকে কোনো Website এ দিয়া নাই। এই জন্মদিনৰ শুভেচ্ছা বার্তা সমূহ আপোনাৰ প্রিয়োজনৰ লগত শ্বেয়াৰ কৰিব।

 Happy Birthday Wishes In Assamese

দিন যায় ৰাতি আহে,
মাহ যায় বছৰ আহে,
সকলোয়ে থাকে শুদিনৰ আশাত
আৰু মই থাকো তোমাৰ
জন্মদিনৰ আশাত।
জন্মদিনৰ শুভেচ্ছা বার্তা জনালো।





তোমাৰ কথা ভাবি ভাবি
নহয় দিন শেষ,
জন্মদিনৰ শুভক্ষণত পঠালো 
এই SMS
শুভ জন্মদিন।





কাৰোবাৰ প্রিয়দিন Sunday
কাৰোবাৰ প্রিয়দিন Monday
মোৰ প্রিয়দিন তোমাৰ Birthday
শুভ জন্মদিন।



বন্ধুৰ বাবে কেইটামান জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা পাঠাব বিচাৰে নেকি তেনেহলে এই কেইটা শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা পঠাব পাৰে।

জন্মদিনৰ শুভেচ্ছা বন্ধু | Happy Birthday Wishes For Friend In Assamese

নতুন পুৱা, নতুন দিন,
নতুন কৰি আৰাম্ভ
নহয় যেন শেষ।
জন্মদিনৰ বহুত বহুত শুভেচ্ছাৰ লগত
পঠালো এই SMS ।
জন্মদিনৰ শুভেচ্ছা জনালো।





আজি তোমাৰ জন্মদিন
আহিল খুশিৰ দিন
সকলো সময়তে থাকে যেন তোমাৰ
মন ৰঙিন।
শুভ জন্মদিন বন্ধু।





আৰু এটা বছৰ কৰিলা তুমি পাৰ
সুস্থ থাকা ভালে থাকা
এই কামনা কৰোঁ বাৰ বাৰ।





আজিৰ এই দিন
তোমাৰ বাবে হওঁক ৰঙিন।
শুভ জন্মদিন বন্ধু।





নতুন পুৱা নতুন দিন
নতুন কৰি আৰাম্ভ,
যি কেতিয়াওঁ নহয় যেন শেষ
তোমাৰ জন্মদিনৰ থাকিল
বহুত বহুত শুভেচ্ছা।




ওপজা দিনৰ শুভেচ্ছা বন্ধু

সপোন বোৰ সত্য হওঁক
সকলো আশা পূৰণ হওঁক
পূৰণ হওঁক তোমাৰ মনৰ সকলো কামনা
শুভ জন্মদিন বন্ধু।





আজি সময় অকল তোমাৰ বাবে
বেলেগৰ নহয়,
শুভ জন্মদিন।





জনাওঁ শুভ জন্মদিন
তোমাৰ বাবে এই পৃথিৱী
হয় যেন ৰঙিন,
শুভ জন্মদিন বন্ধু।



বান্ধৱীলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান বান্ধৱীৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ বান্ধৱীক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ বান্ধৱীয়ে আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা বান্ধৱীলৈ | Happy Birthday Wishes For Friend In Assamese


জন্মদিনত কি দিম তোমাক
উপহাৰ ?
অসমীয়াত লোৱা ভালপোৱা
হিন্দিত লোৱা পেয়াৰ,
শুভ জন্মদিন বান্ধবী।





কাৰোবাৰ প্রিয় দিন Sunday
কাৰোবাৰ প্রিয় দিন Monday
মোৰ প্রিয় দিন তোমাৰ Birthday
শুভ জন্মদিন।





আমাৰ ভালপোৱা পূৰণ হওঁক
তোমাৰ মনৰ সকলো আশা,
সুখী থাকিবা তুমি লৈ 
আমাৰ ভালপোৱা।
শুভ জন্মদিন।





বন্ধু হৈ আছো কাষত
থাকিম গোটেই জীৱন,
মোৰ সুখবোৰ তোমাক দিলো
বিনিময়ে তোমাৰ দুখবোৰ মই ললো,
শুভ জন্মদিন।



প্রেমিকলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান প্রেমিকৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রেমিকক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ প্রেমিকে আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা প্রেমিকলৈ | Happy Birthday Wishes For Girlfriend / Boyfriend In Assamese

দিনৰ শেষত কৈছো
শুভ জন্মদিন,
কিন্তু তোমাৰ কথা অকল
ভাবিছো গোটেই দিন,
শুভ জন্মদিন।





  তোমাৰ কথা ভাবি ভাবি
নহয় দিন শেষ,
জন্মদিনৰ শুভক্ষণে তোমাক
পঠালো এই SMS.
জন্মদিনৰ শুভেচ্ছা থাকিল।





আজিৰ এই বিশেষ দিনে
হোৱা আৰু ৰঙিন,
ভালপাই জনাওঁ তোমাক
শুভ জন্মদিন।





তোমাৰ বাবেই আজি মোৰ ইমান মধুৰ,
তোমাৰ বাবেই মোৰ জীৱনত
ইমান সুখ,
ভালে থাকা তুমি সকলো সময়তে,
শুভ জন্মদিন।





তোমাৰ জন্মদিনক আৰু সুন্দৰ
কৰিবলৈ মই সকলো
কৰিব পাৰোঁ,
শুভ জন্মদিন।





আজি তোমাৰ জন্মদিন
এই দিনত তোমাৰ লগত কটাই
মই বহুত সুখী,
শুভ জন্মদিন।


প্রিয় জনলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান প্রেমিকৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রিয় জনলৈ যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ প্রিয়জন আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা প্রিয় জনলৈ | Happy Birthday Wishes For Lover In Assamese

মোৰ ভালপোৱা কেতিয়াওঁ
পাহৰি নাযাবা,
তোমাৰ প্রতিটো জন্মদিন হওঁক
মোক লৈ,
শুভ জন্মদিন।





শুভ জন্মদিনত মোৰ প্রেমে
তোমাৰ জীৱনত সুখ কৰিয়াই আনক,
শুভ জন্মদিন।





তোমাৰ জন্মদিনত এটা গোলাপ
আৰু বহুত ভালপোৱা
উপহাৰ হিচাপে দিলো,
শুভ জন্মদিন।





তোমাক বিহিন জীৱন
আৰু চেনি বিহিন চাহ একেই,
জন্মদিনৰ শুভেচ্ছা থাকিল।





তুমি মোৰ প্রেমৰ কবিতা
তুমি মোৰ গান
তুমি নহলে নচলে মোৰ জীৱন,
শুভ জন্মদিন।


ভন্টিলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান ভন্টিৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ ভন্টিলৈলৈ যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ ভন্টি আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা ভন্টিলৈ | Happy Birthday Wishes For Sister In Assamese

ৰঙিন হওঁক ভবিষৎ
সুখ দি পৰিপূৰ্ণ হওঁক তোমাৰ জীৱন,
শুভ জন্মদিন ভন্টি।





আমাৰ পৰিয়ালৰ দেখাত সুন্দৰ চেহেৰাৰ
এটা তোমাৰ নিচিনা ভন্টি
পাই মই বহুত সুখী,
শুভ জন্মদিন।





এক বছৰ পিছত
আহিল সেই তোমাৰ শুভ জন্মদিন,
জন্মদিনৰ শুভেচ্ছা থাকিল।





তোমাৰ নিচিনা এজনী ভন্টি
পোৱা বহুত কঠিন,
শুভ জন্মদিন।





তোমাৰ জন্মদিন  মোৰ ওচৰত
বহুত ইস্পেচাল দিন,
সেই বাবে তোমাক জনাওঁ
শুভ জন্মদিন।


পত্নীলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান পত্নীৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ পত্নী যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ পত্নী আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা পত্নী | Happy Birthday Wishes For Wife In Assamese

পত্নীতকৈ তোমাক বন্ধু
হিচাপে পাইছো,
শুভ জন্মদিন।





এই বিশেষ দিনে
মই তোমাক ক'ব বিচাৰো যে
তুমি মোৰ গোটেই পৃথিৱী,
শুভ জন্মদিন।





মই তোমাক কিমান ভালপাওঁ
সেয়া কোনেও অনুভৱ
কৰিব নোৱাৰে,
শুভ জন্মদিন।





মই তোমাক বহুত ভালপাওঁ
আৰু তোমাক ভালপাই
মই নিজকে বহিত স্পেচাল অনুভৱ কৰো,
শুভ জন্মদিন।





যদিও তোমাৰ বয়সৰ লগত
এটা বছৰ যোগ হ'ল,
কিন্তু মোৰ ওচৰত তুমি আগৰ 
দৰেই সুন্দৰী,
শুভ জন্মদিন।


পুত্রক জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান পুত্ৰৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রিয় জনলৈ যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ পুত্র আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা পুত্র | Happy Birthday Wishes For Son In Assamese

জন্মদিনৰ শুভেচ্ছা পুত্র
গোটেই জীৱন সুখত থাকা সেইটোই
কামনা কৰোঁ।






শুভ জন্মদিন প্রিয় পুত্র
তুমি তোমাৰ জীৱনত যেন সুখী হোৱা
তাৰেই কামনা কৰোঁ,
শুভ জন্মদিন।





তোমাৰ এটা সুখী জন্মদিন 
কামনা কৰোঁ,
আৰু তোমাৰ উজ্জ্বল ভবিষ্যৎ 
কামনা কৰোঁ,
শুভ জন্মদিন পুত্র।





মই আজি নিজকে বহুত সুখী
অনুভৱ কৰোঁ,
কাৰণ আজিৰ এই দিনত
তোমাক পাইছো,
শুভ জন্মদিন।।





তোমাৰ জন্মৰ হোৱাৰ বাবে মোৰ 
জীৱন সলনি হৈছিল,
শুভ জন্মদিন।



মা লৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান মা'ৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ মা'ক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ মা আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা মা লৈ | Happy Birthday Wishes For Mother In Assamese

শুভ জন্মদিন মা
জন্মদিনৰ শুভেচ্ছা গ্রহণ কৰা,
আৰু মোৰ বাবে আর্শীবাদ কৰা।





শুভ জন্মদিন মোৰ মা
এই পৃথিৱীৰ ভিতৰত তুমিয়েই
বিশ্ব সুন্দৰী।





পৃথিৱীত সকলোতকৈ ডাঙৰ 
আশীৰ্বাদ হ'ল মা'ৰ আশীৰ্বাদ আৰু
মই সেইটো পাইছো,
শুভ জন্মদিন।





পৃথিৱীৰ ভিতৰত সেই ব্যক্তিয়ে
ভাগ্যৱান যাৰ মা এতিয়াওঁ জীয়াই আছে,
শুভ জন্মদিন মা।





মা
তুমি মোৰ বন্ধু
তুমি মোৰ শিক্ষক
তুমি মোৰ ভালপোৱা
তুমি মোৰ জীৱন
শুভ জন্মদিন মা।


বা লৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান বা ৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ বা ক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ বা আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা বা লৈ | Happy Birthday Wishes For Sister In Assamese

ডাঙৰ বা মা'ৰ সমান
মই ধন্য মই তোমাৰ নিচিনা এজনী
ডাঙৰ বা পাইছো,
শুভ জন্মদিন।





তুমি  নহ'লে মই  মোৰ জীৱন
কল্পনাও কৰিব নোৱো
ধন্যবাদ ভগৱানক তোমাৰ নিচিনা 
বা দিয়াৰ বাবে,
শুভ জন্মদিন।





মোৰ বা সৰুৰে পৰা
মোক খজকাঢ়িবলৈ সিকাইছে,
শুভ জন্মদিন বা।





ডাঙৰ বা মানে মা'ৰ ছা
মই তোমাক নহুত ভালপাওঁ,
জন্মদিনৰ শুভেচ্ছা থাকিল।





ভগৱানক ধন্যবাদ যে
মোৰ মা-দেউতাৰ কলাত তুমি 
প্রথমে আহিছা,
শুভ জন্মদিন।


ভাইটিলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান ভাইটিৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ ভাইটিক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ ভাইটি আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা ভাইটিলৈ | Happy Birthday Wishes For Brother In Assamese

ভাইটি তোমাৰ আজি
জন্মদিন ভগৱানৰ ওচৰত প্রাথনা কৰোঁ
তুমি সুখী হোৱা,
শুভ জন্মদিন।





তুমি যেতিয়া সৰু আছিলা
তেতিয়া তুমিয়েই মোৰ বন্ধু আছিলা,
আৰু আজিও আছা,
শুভ জন্মদিন।





সৰুৰে পৰা তোমাৰ লগতেই ডাঙৰ হ'লো
আজিও তোমাৰ লগতেই  আছো,
শুভ জন্মদিন ভাইটি।





ভাইটিৰ মৰম বন্ধুতকৈ বেছি
কাৰণ ভাইটি সদায়
কাষত থাকে,
শুভ জন্মদিন।





ভাইটি তুমি সুখত থাকা
শান্তিত থাকা হেয়াই কামনা কৰোঁ
শুভ জন্মদিন।


দেউতালৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান দেউতাৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ দেউতাক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ দেউতা আনন্দিত হ'ব।

জন্মদিনৰ শুভেচ্ছা দেউতা | Happy Birthday Wishes For Fother In Assamese

তুমি মোৰ দেউতা 
তুমি মোৰ বন্ধু
আজি তোমাৰ জন্মদিন
হেয়ে জনাও তোমাক
শুভ জন্মদিন।





হাঁহি আৰু ভালপোৱা
তুমি মোক দিছা তাৰ বাবে ধন্যবাদ
শুভ জন্মদিন দেউতা।





তোমাৰ দৰে এজন দেউতাৰ সন্তান
হোৱাৰ সপোন সকলোয়ে দেখে,
মই ভাগ্যৱান যে মই তোমাৰ
সন্তান, শুভ জন্মদিন।





দেউতা তুমি সকলো সময়তে
মোৰ আশ্রয় আৰু ছাঁ
শুভ জন্মদিন দেউতা।



Jonmodin Wish Assamese

জন্মদিনৰ শুভেচ্ছা বাণী

দিন যায় ৰাতি আহে
মাহ যায় বছৰ আহে,
সকলোয়ে থাকে শুভ দিনৰ আশায়,
মই থাকো অকল তোমাৰ 
জন্মদিনৰ আশাত।
শুভ জন্মদিন 






জন্মদিনৰ শুভেচ্ছা বাণী

আজি তোমাৰ জন্মদিন,
জীৱন হোক তোমৰ ৰঙিন।
সুখ যেন নহয় বিলীন,
দুখ যেন নাহে কোন দিন।
তোমাক জনাও ''শুভ জন্মদিন''।






জন্মদিনৰ শুভেচ্ছা বাণী

জন্মনিদে কি উপহাৰ বা 
দিম তোমাক ?
অসমীয়াত লোৱা ভালপোৱা,
হিন্দিতে লোৱা পেয়াৰ।
শুভ জন্মদিন 







জন্মদিনৰ শুভেচ্ছা বাণী

জন্মদিনৰ শুভেচ্ছা,
প্রিতি আৰু ভালপোৱা,
পৌঁছাই দিম তোমাৰ ওচৰত
মোৰ অকল এইটোই আশা।
শুভ জন্মদিন 





Happy Birthday Wishes In Assamese

আনন্দ ফুর্তিতে কাটে
যেন তোমাৰ প্রতিটি দিন,
শুভেচ্ছা জনাওঁ আজি তোমাৰ 
শুভ জন্মদি



প্রিয় বান্ধবীৰ জন্মদিনৰ শুভেচ্ছা বার্তা।

বন্ধবীক Impresse কৰিব  নেকি ?
তেনেহলে তেওঁৰ বাবে নিয়া উপহাৰৰ লগত এটি ভাল জন্মদিনৰ শুভেচ্ছা বার্তা পাঠাওক।
ভাল শুভেচ্ছা বার্তা পোৱা আপোনাৰ বাবে অলপ কঠিন হ'ব পাৰে সেই বাবে আপোনালোকৰ বাবে কেইটামান জন্মদিনৰ শুভেচ্ছা বাণী লৈ আহিছোঁ। আশা কৰো আপোনালোকৰ পছন্দ হ'ব।


Happy Birthday Wishes In Assamese

তোমাৰ বাবে ভালপোৱাৰ লক্ষ
গোলাপ ফুল
হাজাৰ মানুহৰ মাজত
থাকিবি হৃদয়ত তুই
শুভ জন্মদিন







Happy Birthday Wishes In Assamese

সকলোয়েতো ফুল দি উইশ কৰিব,
কিন্তু মই হৃদয় দি উইশ কৰিম,
কনোবাই মুখত ক'ব আৰু
কনোবাই গিফট দি
কিন্তু মই SMS কৰি কৈছোঁ
শুভ জন্মদিন 






জন্মদিনৰ শুভেচ্ছা বাণী

ৰজাৰ আছে বহুত ধন
মোৰ আছে সুন্দৰ মন।
চৰাৰ আছে সৰু বাস
মোৰ মনত আছে এটা সৰু আশা
দিম তোমাক ভালপোৱা
শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা বাণী

দিনৰ শেষত কৈছো 
শুভ জন্মদিন
কিন্তু তোমাৰ কথাই ভাবিছো
গোটেই দিন।
শুভ জন্মদিন








তোমাৰ কথা ভাবি ভাবি
নহয় দিন শেষ
জন্মদিনৰ শুভক্ষণে
পঠালো এই SMS
শুভ জন্মদিন








জন্মদিনৰ শুভেচ্ছা বাণী

আজিৰ এই বিশেষ দিনত
তুমি হোৱা আৰু সুখী
ভালপাই জনাও তোমাক
শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা বাণী

কাৰোবাৰ প্রিয় দিন Sunday
কাৰোবাৰ প্রিয় দিন Monday
কিন্তু মোৰ প্রিয় দিন তোমাৰ Birthday
শুভ জন্মদিন






জন্মদিনৰ শুভেচ্ছা বাণী

আমাৰ ভালপোৱা 
পূৰণ হোক তোমাৰ সকল আশা,
সুখী থাকিবা তুমি লৈ
আমাৰ ভালপোৱা
শুভ জন্মদিন




বন্ধুৰ বাবে জন্মদিনৰ শুভেচ্ছা বার্তা।

জন্মদিন প্রতিটো মানুহৰ বাবেই এটা বিশেষ দিন। জীৱনৰ নতুন অদ্ধায়ৰ সূচনা, সেই বাবে আমি আপোনালোকৰ বাবে লৈ আহিছো কেইটামান জন্মদিনৰ শুভেচ্ছা বার্তা আশা কৰো আপোনালোকৰ ভাল লাগিব।



জন্মদিনৰ শুভেচ্ছা বাণী

নতুন পুৱা, নতুন দিন,
নতুন কৰি আৰাম্ভ,
যি নহয় যেন শেষ।
জন্মদিনৰ বহুত বহুত শুভেচ্ছা
লগত পঠালো এই SMS
শুভ জন্মদিন





জন্মদিনৰ শুভেচ্ছা বাণী

এই দিনটো আহে যেন
বছৰ বছৰ ঘূৰি।
বহুত সপোন দেখিব পাৰি যেন
তোমাৰ লগত ঘূৰি।
শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা বাণী

আজি তোমাৰ জন্মদিন
আহিল আনন্দৰ শুভ দিন।
সদায় থাকে যেন তোমাৰ মন,
এনেকৈ আনন্দত ৰঙিন।
শুভ জন্মদিন






জন্মদিনৰ শুভেচ্ছা বাণী

আহিছে জন্মদিন এবছৰ পিছত,
দোৱা কৰোঁ মন ভৰি।
 গোটেই জীৱন থাকা যেন হাঁহি ফুর্তি কৰি
জন্মদিনৰ শুভেচ্ছা জনাও
গ্রহণ কৰিবা হাঁহি মুখে।
শুভ জন্মদিন






জন্মদিনৰ শুভেচ্ছা বাণী

আৰু এটা বছৰ কৰিলা তুমি পাৰ,
সুস্থ থাকা, ভালে থাকা।
এই কামনা কৰোঁ বাৰ বাৰ
শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা বাণী

পুৱাৰ পৰা সন্ধ্যা,
তোমাৰ জন্মদিন হোক উজ্জ্বল
জন্মদিনৰ আন্তৰিক অভিনন্দন
 শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা বাণী

প্রতিদিন জন্মদিনৰ দৰে
আনন্দত পৰিপূর্ণ থাকক,
আজিৰ দিনটো প্রান খুলি 
উপভোগ কৰক।
শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা

জনাও শুভ জন্মদিন
তোমাৰ বাবে এই পৃথিৱীখন
হৈ যাক ৰঙিন।
শুভ জন্মদিন







জন্মদিনৰ শুভেচ্ছা

আজিৰ এই সময়টা
অকল তোমাৰ বাবে অন্যৰ 
বাবে নহয়।
শুভ জন্মদিন


প্রেমিকাৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী পঠাব বিচাৰে নেকি তেনেহলে তলত কেইটামান জন্মদিনৰ শুভেচ্ছা বাণী আপোনালোকৰ বাবে আগবঢ়ালো আশা কৰোঁ এই জন্মদিনৰ শুভেচ্ছা বাণী সমূহ ভাল লাগিব।

প্রেমিকাৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী

মোৰ জীৱনত তুমি এজন যিয়ে মোক স্পেচাল অনুভৱ কৰায়,
সুখত দুখত কাষত থকাৰ বাবে।
তোমাক প্রেমিকা হিচাপে পাই মই বহুত সুখী।
জন্মদিনৰ শুভেচ্ছা জনালোঁ।





আজি তোমাৰ জন্মদিনত,
আজিৰ এই বিশেষ দিনত মোৰ তৰফৰ পৰা জনাও
বহুত বহুত ভালপোৱা আৰু 
বহুত শুভেচ্ছা।





মই বহুত ভাগ্যৱান যে 
তোমাৰ নিচিনা এজনী প্রেমিকা পাইছো,
সেই বাবে ভগৱাক ধন্যবাদ জনাওঁ
তোমাক মোক উপহাৰ দিয়াৰ বাবে।
শুভ জন্মদিন।






তুমি যদি মোৰ জীৱনত নাহিলাহেতেন
তেনেহলে মই ভালপোৱাৰ অর্থই 
বুজি নাপালোহেতেহ।
শুভ জন্মদিন।





আজি মোৰ সবতুকৈ প্রিয় মানুহজনীৰ জন্মদিন,
ভগৱাৰ ওচৰত প্রার্থনা কৰোঁ তোমাৰ 
গোটেই জীৱন সুখত থাকা।
শুভ জন্মদিন।




আজিৰ এই দিনত তোমাৰ মনৰ সকলো ইচ্ছা
মোৰ ওচৰত প্রকাশ কৰা,
মই তোমাৰ সকলো ইচ্ছা পূৰণ কৰিম।
শুভ জন্মদিন।




আজিৰ এই দিনটো মোৰ বাবে বহুত প্রিয়
কাৰণ এই দিনতেই তুমি জন্মগ্রহণ কৰিছিলা,
মোৰ জীৱনতকৈ তোমাৰ জীৱন মোৰ
ওচৰত বহু দামী।
শুভ জন্মদিন।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জন্মদিনৰ শুভেচ্ছা বার্তা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু শুভ জন্মদিৰ শুভেচ্ছা বার্তা পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

3Comments
  1. ভাল লাগিল, বহুত ভাল লাগিল

    ReplyDelete
  2. জন্মদিনের শুভেচ্ছা নিয়ে অসাধারণ আর্টিকেল লিখেছেন। আর্টিকেলে ব্যবহৃত ভাষা খুবই প্রাঞ্জল এবং সহজবোধ্য। অসাধারণ।

    জন্মদিনের শুভেচ্ছা ও দোয়া সম্বলিত আমার আর্টিকেলটি কেমন হয়েছে পড়ে আসার অনুরোধ

    রইলো।

    ReplyDelete
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !