বন্ধু বান্ধৱী সকল আপোনালোকে অর্থৰ সৈতে ল'ৰা আৰু ছোৱালীৰ নাম বিচাৰে নেকি ? তেনেহলে আপুনি ঠিক জাঘাত আহিছে কাৰণ আজি মই প্রায় ১০০ টা মান অর্থৰ সৈতে শিশুৰ নাম দিম, সেই সৰু ল'ৰা ছোৱালীৰ নাম সমূহ আপোনালোকে আপোনালোকৰ ল'ৰা বা ছোৱালীক দিব পাৰিব।
(ক) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
কৌশল্যাঅর্থ (কোশল ৰজাৰ জীয়েক)
কোষ্ঠী
অর্থ (সোঁৱৰণি)
কোশী
অর্থ (সৰু কোষা)
কোশাথ
অর্থ (পূজাত দেৱতাৰ দিবলৈ পানীলোৱা
তামৰূপ আদিৰ পাত্র)
কইন
অর্থ (ৰাণী)
কেহু
অর্থ (কোনো কোনোৱে)
কৃতি
অর্থ (কৰণ)
কাকলী
অর্থ (কলী)
কাৰুণি
অর্থ (কাৰণ)
কামনা
অর্থ (ইচ্ছা)
কাঁচুলি
অর্থ (তিৰোতাই বুকুত পিন্ধা কাপোৰ)
কর্ণিকা
অর্থ ( কাণৰ অলংকাৰ)
কমলা
অর্থ (লক্ষী)
কপাহী
অর্থ (কপাহেৰে তৈয়াৰ কৰা)
কনক
অর্থ (চম্পা এবিদ গছ আৰু তাৰ ফুল)
কুসুম
অর্থ (ফুল)
(খ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
খাস্তি
অর্থ (বিবৰণ)
খৰিক
অর্থ (বনৰ ঠাৰি)
খন্দিয়া
অর্থ (খন্দিয়াই সোধ কৰা গোপন কৰা কথা)
খ্যাতি
অর্থ (যশস্যা)
(গ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
গৰিমা
অর্থ (এবিদ গছ)
গৌৰী
অর্থ (দুর্গা)
গৌতমী
অর্থ (দ্রোণাচার্য্যাৰ পত্নী)
গীতাঞ্জলী
অর্থ (এখন বিখ্যাত কিতাব পুঠী)
গীতা
অর্থ (ভাগবতগীতা)
গঙ্গা
অর্থ (গঙ্গাদেৱী)
গগনা
অর্থ (বাহঁৰ বাদ্য)
(চ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
চেনেহী
অর্থ (চেনেহৰ মানুহ)
চান্দি
অর্থ (ৰূপ)
চন্দাৰ
অর্থ (চন্দোৱাৰ)
চিঞা
অর্থ ( ক্ষীণ)
(ছ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
ছেৰা
অর্থ (এৰি যোৱা)
ছেনা
অর্থ (সোণ, ৰূপ, লো)
(জ) আখৰৰ অসমীয়া ছোৱালীৰ নাম।
জৌতি
অর্থ (জেউতি)
জুনালী
অর্থ (জোনাক)
জোনাকী
অর্থ (ৰাতি জলা এবিদ পোক)
জেউতি
অর্থ (পোহৰৰ দিপ্তী)
জিঞা
অর্থ (আবিধ হালধীয়া ফুল)
জয়া
অর্থ (দুর্গাৰ এটা নাম)
(ত) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
তৰা
অর্থ (নক্ষত্র)
তুলী
অর্থ (তলা ভৰোৱা কাপোৰ)
তিথি
অর্থ (চন্দ্রৰ মাহেকীয়া গতিৰ ত্রিশ দিনৰ এদিন)
(দ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
দনু
অর্থ (দক্ষ ৰজাৰ এজনী জীয়েক)
দর্শনী
অর্থ (দর্শলাভ)
দীক্ষা
অর্থ (ব্রতসাধনত নিয়োগ)
দেহি
অর্থ (আনৰ দুখ দেখি নিজৰ দেহতে দুখ পোৱা)
(ধ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
ধনশ্রী
অর্থ (সংগীতৰ ৰাগ বিশেষ)
ধাৰনা
অর্থ (স্মৰণ শক্তি)
(ন) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
নৰা
অর্থ (দাই নিয়া ধানৰ মূঢ়া)
নিতু
অর্থ (নিতৌ)
নুৰা
অর্থ (কোমল বস্তুৰ আটি)
নেহা
অর্থ (মৰম, চেনেহ, প্রীতি)
(প) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
পিংকী
অর্থ (এজনি ছোৱালী গোলাপৰ দৰে)
পৰী
অর্থ (সুন্দৰী উপদেশী বিশেষ)
প্রিয়া
অর্থ (মৰমৰ ঘৈণী)
প্রীতি
অর্থ (আনন্দ)
(ব) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
বৰষা
অর্থ (বাৰিষা)
বর্ষা
অর্থ (এটা ঋতুৰ নাম)
(ভ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
ভাৰতী
অর্থ (সৰস্বতী)
ভুমিকা
অর্থ (পাতনি)
ভাৰসা
অর্থ (আশা)
(ম) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
মইনা
অর্থ (মানুহৰ মাত লগোৱা এবিধ শালিকা জাতিৰ চৰাই)
মৌচুমী
অর্থ (বর্ষাকালীন)
মোহি
অর্থ (মোক)
মিতালী
অর্থ (মিত্রতা)
(ৰ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
ৰ'দালি
অর্থ (ৰ'দ থকা)
ৰাধা
অর্থ (কৃষ্ণৰ বৰ প্রিয় এজনা গোপীৰ নাম)
ৰেখা
অর্থ (আচঁ)
ৰেনু
অর্থ (কণিকা)
ৰোহাণী
অর্থ (চতুর্থ নক্ষত্র)
(ল) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
লখিমী
অর্থ (লক্ষ্মী শব্দৰ কোমল ৰূপ)
লিলি
অর্থ (পদুম)
(শ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
শতি
অর্থ (বল)
শশী
অর্থ (চন্দ্র)
শিক্ষা
অর্থ (মূৰৰ ওপৰত দিঘলকৈ ৰখা চুলি)
শোভা
অর্থ (সৌন্দর্য্য)
(স) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
সুৰভি
অর্থ (সুবাস)
সোণালী
অর্থ (সোণ বৰণীয়া)
(হ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
হিয়া
অর্থ (বুকু)
হীৰা
অর্থ (মাটিৰ পাত্র গঢ়া এজাতি মানুহ)
(ক্ষ) আখৰেৰে অসমীয়া ছোৱালীৰ নাম।
ক্ষমতা
অর্থ (শক্তি)
বন্ধু সকল এতিয়া আপোনালোকক দিম কেইটামান ল'ৰাৰ নাম, সেই নাম সমূহ আপুনি আপোনাৰ ল'ৰাক, দিব পাৰিব।
(অ) আখৰেৰে অসমীয়া ল'ৰাৰ নাম।
অঙ্কিত
অর্থ (চিহ্নিত)
অজিত
অর্থ (কোনেও জয় কৰিব নোৱাৰা)
অজয়
অর্থ (যাক জিকিব নোৱাৰি)
অখিল
অর্থ (সমুদাই)
অনুপ
অর্থ (অনুপম)
অভিনাথ
অর্থ (কামদেৱ)
অৰুণ
অর্থ (এটা কল্পিত চৰাই)
অদয়
অর্থ (প্রচুৰ)
অনক
অর্থ (অধম)
অমল
অর্থ (শোভিত কৰা)
(আ) আখৰেৰে অসমীয়া ল'ৰাৰ নাম।
আকাশ
অর্থ (গগন)
আনন্দ
অর্থ (ৰং)
আয়ুশ
অর্থ (আয়ু)
আহাক
অর্থ ( কাম)
(ক) আখৰেৰে অসমীয়া ল'ৰাৰ নাম।
কংকন
অর্থ (হাতৰ ঠাৰিত পিন্ধা অলংকাৰ)
কৰম
অর্থ (কার্য্য)
কমন
অর্থ (কামদেৱ)
কমল
অর্থ (পদ্ম)
কবীৰ
অর্থ (ডাঙৰ)
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ল'ৰা আৰু ছোৱালীৰ নাম যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু ল'ৰা আৰু ছোৱালীৰ নাম পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment