অর্থৰ সৈতে শিশু সকলৰ ইছলামিক নাম | মুছলিম শিশুৰ নাম অসমীয়াত | Islamic Baby Nama With Meaning In Assamese

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান অর্থৰ সৈতে মুছলিম শিশুৰ নাম লিখি আশা কৰোঁ এই শিশু সকলৰ ইছলামিক নাম সমূহ আপোনালোকৰ ভাল লাগিব।

অর্থৰ সৈতে শিশু সকলৰ ইছলামিক নাম

(A) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

আমান ( Aman )
অর্থ - নিৰাপদ।




আহমদ ( Ahmad )
অর্থ - প্রসংশাকাৰী।



আহনাফ ( Ahnaf )
অর্থ - ধর্ম বিশ্বাসী।



আশ্রাফুল ( Ashraful )
অর্থ - কৃতজ্ঞতা।



আশিক ( Ashiq )
অর্থ - প্রেমিক।



আলম ( Alom )
অর্থ - বিশ্ব।



আৰিফ ( Arif )
অর্থ - জ্ঞানী, শিক্ষিত, কর্তৃপক্ষ।



আমিৰ ( Amir )
অর্থ - ৰজা, শাসক।



আমজাত ( Amjad / Amzad )
অর্থ - সন্মানিত।



আদিল ( Adil )
অর্থ - পৰিস্কাৰ, সৎ সৰল, নিৰপেক্ষ, ন্যায়বিচাৰক।



আনিছ ( Anis )
অর্থ - সদয়, অমায়িক, ঘনিষ্ঠ বন্ধু।



আজাদ ( Azad )
অর্থ - স্বাধীন।



আজমাল ( Ajmal )
অর্থ - নিখুঁত অত্যন্ত সুন্দৰ।



আছিম ( Asim )
অর্থ - নিৰাপদ, ৰক্ষক, অভিভাৱক।



আছাদ ( Asad )
অর্থ - সিংহ।



আছলাম ( Aslam )
অর্থ - নিৰাপদ, সুস্থ।



আখতাৰ ( Akhtar )
অর্থ - তৰা।



আকৰাম ( Akram )
অর্থ - অতি উজ্জ্বল বগা, সাধু।



(B) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

বৰকত ( Borkot )
অর্থ - ভাল, ধন্য।



বাবৰ ( Babor )
অর্থ - সিংহ, জংঘলৰ ৰজা।



বাহাৰ ( Bahar )
অর্থ - আনন্দ, উপভোগ, বিনোদন।



বুৰহান ( Burhan )
অর্থ - প্রমান।



বুলবুল ( Bulbul )
অর্থ - টিয়া চৰাই।



(C) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ছুলতান ( Sultan )
অর্থ - ৰজা, শাসক।



চিৰাজ ( Siraj )
অর্থ - পোহৰ, প্রদীপ।



ছাইদ ( Said )
অর্থ - সুখী, সৌভাগ্যৱান।



ছাইফ ( Saif )
অর্থ - তৰোৱাল।



(D) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

দিদাৰ ( didar )
অর্থ - সাক্ষাৎ।



দবিৰ ( Dobir )
অর্থ - চিন্তাবিদ।



(E) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ইজাহাৰ ( Ezhar )
অর্থ - প্রকাশ, ঘষোণা।



ইমান ( Eman )
অর্থ - স্তৰ, পদ, স্থিতি, শ্রেণী।



ইবনুল ( Ebnul )
অর্থ - বিখ্যাত।



ইশামম ( Eshmam )
অর্থ - সুগন্ধি দান কৰা কাৰী।



ইশৰাক ( Eshrak )
অর্থ - প্রভাত।



(F) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ফখৰ ( Fokhor )
অর্থ - গৌৰৱ।



ফয়েজ ( Foyez )
অর্থ - বিজেতা, সম্পূর্ণ।



ফাহাদ ( Fahad )
অর্থ - সিংহ।



ফিৰোজ ( Firoz )
অর্থ - উপহাৰ, চিকমিকনি, নীলা বর্ণ।



(G) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

গাজী ( Gazi )
অর্থ - মুজাহিদ, বিজয়ী, বীৰ সৈনিক।



গালিব ( Galib )
অর্থ - বিজয়ী।



গুফৰান ( Gufran )
অর্থ - ক্ষমা।



গোলাম ( Golam )
অর্থ - দাস, সাহার্য্যকাৰী।



(H) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

হাছান ( Hasan )
অর্থ - উত্তম।



হানিফ ( Hanif )
অর্থ - সত্য ব্যক্তি বা ধার্মিক ব্যক্তি।



হাবিব ( Habib )
অর্থ - বন্ধু।



হামিদ ( Hamid )
অর্থ - প্রশংসাকাৰী।



হেলাল ( Helal )
অর্থ - চন্দ্র।



(I) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ইকৰাম ( Ikram )
অর্থ - সন্মান, গৌৰৱ, মূল্যৱান।



ইমান ( Iman )
অর্থ - স্তৰ, পদ, স্থিতি, শ্রেণী।



ইৰফান ( Irfan )
অর্থ - পৰিচয়।



ইবনুল ( Ibnul )
অর্থ - বিখ্যাত।



ইৰকান ( Irkan )
অর্থ - জ্ঞান, ব্যস্ত নহয়, মুক্ত।



ইশৰাক ( Ishrak )
অর্থ - ৰাতিপুৱা।



(J) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

জলিল ( Jolil )
অর্থ - মহান।



জাবিৰ ( Jabir )
অর্থ - সান্তনাকাৰী।



জাবেদ ( Jabed )
অর্থ - চিৰস্থায়ী।



জাহান ( Jahan )
অর্থ - পৃথিৱী।



জুনাইদ ( Junaid )
অর্থ - সৈনিক, যোদ্ধা।



(K) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

কৰিম ( Karim )
অর্থ - দয়ালু।



কামাল ( Kamal )
অর্থ - সম্পূর্ণতা।



কালাম ( Kalam )
অর্থ - কথা।



খলিল ( Kholil )
অর্থ - বন্ধু।



খান ( Khan )
অর্থ - প্রধান, শাসক, আমিৰ।



(L) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

লায়িক ( Layek )
অর্থ - সক্ষম।



লাইছ ( Lais )
অর্থ - সিংহ।



(M) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

মজিদ ( Mozid )
অর্থ - সন্মানিত।



মনছুৰ ( Monsur )
অর্থ - বিজয়ী।



মাচুম ( Masum )
অর্থ - নিষ্পাপ।



মামুন ( Mamun )
অর্থ - নিৰাপদ।



মুনজিৰ ( Munzir )
অর্থ - তর্কবীদ।



(N) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

নাজিৰ ( Nazir )
অর্থ - অতুলনীয়।



নছিব ( Nosib )
অর্থ - ভাগ্য।



নেহাল ( Nehal )
অর্থ - সুখী।



নাহিদ ( Nahid )
অর্থ - উন্নত।



(P) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

পাৰভেজ ( Parvej )
অর্থ - বিজয়ী।



(Q) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

কাবিল ( Qabil )
অর্থ - সক্ষম।



কুৰবান ( Qurban )
অর্থ - উৎসর্গ।



কুদৰত ( Qudrot )
অর্থ - শক্তি।



(R) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ৰফিক ( Rofik )
অর্থ - বন্ধু।



ৰাকিব ( Rakib )
অর্থ - শ্রদ্ধাশীল।



ৰাজিফ ( Razib )
অর্থ - যোগদান।



ৰাফাদ ( Rafat )
অর্থ - দয়া।



ৰিয়াদ ( Riyad )
অর্থ - বাগান।



(S) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ছিৰাজ ( Siraj )
অর্থ - প্রদীপ।



ছুলতান ( Sultan )
অর্থ - ৰজা, শাসক।



ছাকিল ( Sakil )
অর্থ - সুপুুৰুষ।



(T) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

তাহমিদ ( Tahmid )
অর্থ - প্রতিনিয়ত।



(U) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ওয়াছিম ( Uasim )
অর্থ - সুন্দৰ।



উমৰান ( Umran )
অর্থ - সমৃদ্ধি।



(W) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ওয়াছিম ( Wasim )
অর্থ - সুন্দৰ।



ওয়াজিৰ ( Wazir )
অর্থ - মন্ত্রী।



ওৱাজিহ ( Wazih )
অর্থ - বিখ্যাত।



(Y) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

ইয়াকিন ( Yakin )
অর্থ - বিশ্বাস।



ইয়াছিৰ ( Yasir )
অর্থ - ধনী।



ইয়াৰ ( Yaar )
অর্থ - বন্ধু।



(Z) আখৰৰে ল'ৰা সকলৰ ইছলামিক নাম।

জামান ( Zaman )
অর্থ - নিয়তি।



জাহিন ( Zahin )
অর্থ - মেধাবী, জ্ঞানী, বুদ্ধিমান।



জিয়া ( Zia )
অর্থ - পোহৰ।



বন্ধু বান্ধৱী সকল এতিয়া কেইটামান ইছলামিক ছোৱালীৰ সকলৰ নাম লিখিম, আশা কৰোঁ এই ইছলামিক ছোৱালীৰ সকলৰ নাম কেইটাও আপোনালোকৰ ভাল লাগিব।

(A) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

আফিয়া ( Afiah )
অর্থ - অসুস্থতাৰ পৰা মুক্তি বা নিৰাপদ।



আমিনা ( Amina )
অর্থ - মহানবী হজৰত মুহাম্মাদ (ছাঃ) ৰ মাতাৰ নাম আছিল (আমিনা)



আনোৱাৰ (  Anowarah )
অর্থ - উজ্জ্বল।



আনজুম ( Anjum )
অর্থ - তৰা।



আছিয়াহ ( Asiyah )
অর্থ - স্তম্ভ।



(B) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

বিপাশা ( Bipasha )
অর্থ - নদী।



বিজলী ( Bijoli )
অর্থ - পোহৰ।



বিলকিছ ( Bilkis )
অর্থ - দেশৰ ৰাণী।



(C) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ছুলতানা ( Sultana )
অর্থ - মহিলা শাসক।



চম্পা ( Chompa )
অর্থ - এক ধৰণৰ ফুল।



চাঁদনী ( Chadni )
অর্থ - সূর্যৰ পোহৰ।



(D) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

দীনাহ ( Dinah )
অর্থ - বিশ্বাসী।



ডালিয়া ( Daliya )
অর্থ - এটা ফুল।



(E) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ইলিজা ( Eliza )
অর্থ - জনপ্রিয়।



(F) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ফাৰিহা ( Fariha )
অর্থ - সুখী।



ফিৰোজা ( Firoza )
অর্থ - পাথৰ।



গাহিমা ( Fahima )
অর্থ - জ্ঞানী।



ফাৰহা ( Farha )
অর্থ - বহুত ভাল।



(H) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

হাছনা ( Hasna )
অর্থ - সুন্দৰী।



হাছিনা ( Hasina )
অর্থ - সুন্দৰী।



হামিদা ( Hamida )
অর্থ - প্রশংসাকাৰী।



হালীলা ( Halila )
অর্থ - সুখী।




(I) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ইয়াছমিন ( Easmin )
অর্থ - সুদর্শন ফুল।



(J) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

জান্নাত ( Jannat )
অর্থ - বেহস্ত।



জামিলা ( Jamila )
অর্থ - সুন্দৰী।



জাহিদা ( Jahida )
অর্থ - ধার্মিক।



জেৰিফা ( Jerifa )
অর্থ - সুন্দৰী।



জেছমিন ( Jesmin )
অর্থ - ফুলৰ নাম।



জামিলা ওয়াহিদা ( Jamila Wahida )
অর্থ - সুন্দৰী তুলনাহীন।



জুহি ( Juhi )
অর্থ - ফুল বিশেষ।



(K) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

খানম ( khanam )
অর্থ - ভদ্র মহিলা।



কুলছুম ( Kulsum )
অর্থ - দানশীল।



খাবিনা ( Khabina )
অর্থ - ধণৰ ভাণ্ডাৰ।








(L) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

লহিফা ( Lohika )
অর্থ - সাহায্যকাৰী।



লিপিকা ( Lipika )
অর্থ - সৰু চিঠি।



লিলি ( Lili )
অর্থ - ফুল।






(M) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

মুছলিমা ( Muslima )
অর্থ - ইছলাম ধর্মৰ প্রচাৰ কাৰী।



মুছকান ( Muskan )
অর্থ - হাঁহি।



মুজাহিদা ( Muzahida )
অর্থ - যিয়ে কষ্ট কৰে তাক কোৱা হয়। 


(P) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

প্রভা ( Prova )
অর্থ - পোহৰ, উজ্জ্বল।



প্রভাতী ( Provati )
অর্থ - পোৱা।



(R) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ৰাবিয়া ( Rabia )
অর্থ - পালন কাৰী।



ৰীমা ( Rima )
অর্থ - বগা হৰিন।



ৰহিমা ( Rohima )
অর্থ - দয়ালু।



ৰাইছা ( Raisa )
অর্থ - ৰাণী।



ৰিফাহ ( Rifah )
অর্থ - ভাল।



ৰিমছা ( Rimsa )
অর্থ - ফুল.



ৰিফা ( Rifa )
অর্থ - উত্তম।




(S) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ছাকিৰা ( Sakira )
অর্থ - কৃতজ্ঞ।



(T) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

টিনা ( Tina )
অর্থ - সৰু, মাটি।



টিশা ( Tisha )
অর্থ - হাঁহি।



তামান্না ( Tamanna )
অর্থ - ইচ্ছা।



তাছলিমা ( Taslima )
অর্থ - সম্পূর্ণ।


(U) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

উম্মে ( Umme )
অর্থ - চিৰন্তৰ।




(W) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ওয়াহিদাহ ( Wahidah )
অর্থ - একক।



(Y) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

ইউছুফা ( Yousufa )
অর্থ - সততা।



(Z) আখৰৰে ছোৱালী সকলৰ ইছলামিক নাম।

জয়নব ( Zoynob )
অর্থ - সহধর্মী।



জান্নাত ( Zannat )
অর্থ - বেহস্ত।



জামিলা ( Zamila )
অর্থ - সুন্দৰী।



জেৰিফা ( Zerifa )
অর্থ - সুন্দৰী।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শিশু সকলৰ ইছলামিক নাম যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু শিশু সকলৰ ইছলামিক নাম পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !