বিশ্বকর্মা পূজাৰ শুভেচ্ছা বাণী | Vishwakarma Puja Wishes In Assamese
এই বিশ্বকর্মা পূজাত
বিশ্বকর্মা ঠাকুৰৰ আশীর্বাদত
তোমাৰ জীৱন সুখ-শান্তি আৰু
আনন্দত পৰিপূর্ণ থাকক,
শুভ বিশ্বকর্মা পূজা।
সপোনবোৰ সঁচা হওক,
সকলো আশা পূৰণ হওক,
দুখ কষ্টবোৰ দূৰত থাকক,
জীৱনটো হওক ধন্য
বিশ্বকর্মা পূজা তোমাৰ বাবে।
বিশ্বকর্মা পূজায় লৈ আহক
আনন্দ আৰু সুখ,
মুচি যাক দুখ আৰু কষ্ট,
শুভ বিশ্বকর্মা পূজা।
বিশ্বকর্মা ঠাকুৰৰ আশীর্বাদত
আমাৰ জীৱনৰ সকলো
পাপ আৰু বাধা
ধ্বংস হয় যেন,
শুভ বিশ্বকর্মা পূজা।
মোৰ ফালৰ পৰা
আপোনালোকক বিশ্বকর্মা পূজাৰ
বহুত বহুত শুভেচ্ছা জনালো,
ঈশ্বৰৰ আশীর্বাদ
থাকক সকলোৰে ওপৰত,
সুস্থ থাকক সকলোয়ে
আনন্দ থাকক সকলোৰে ঘৰত,
শুভ বিশ্বকর্মা পূজা।
বিশ্বকর্মা ঠাকুৰে যেন
তোমাৰ সকলো চিন্তা দূৰ কৰে,
আৰু তোমাৰ জীৱনত
সুখ শান্তি থাকে,
শুভ বিশ্বকর্মা পূজা।
সকলোকে
বিশ্বকর্মা পূজাৰ শুভেচ্ছা
আৰু ভালপোৱো,
বিশ্বকর্মা পূজাৰ এই শুভ দিনত
সুখত থাকক সকলোয়ে,
শুভ বিশ্বকর্মা পূজা।
আহক সকলোয়ে
আনন্দ আৰু ভালপোৱাত কটাও
আজিৰ দিনটো,
শুভ বিশ্বকর্মা পূজা।
আপুনি আৰু আপোনাৰ
পৰিয়ালৰ সকলোৰে বাবে থাকিল
বিশ্বকর্মা পূজাৰ শুভেচ্ছা।
বিশ্বকর্মা ঠাকুৰৰ হাত
সকলো সময়ত তোমাৰ মূৰত থাকক,
শুভ বিশ্বকর্মা পূজা।
বিশ্বকর্মা ঠাকুৰৰ আশীর্বাদত
তোমাৰ জীৱন সফল আৰু
আবন্দময় হওক ,
শুভ বিশ্বকর্মা পূজা।
বিশ্বকর্মাৰ নিচিনা আনন্দ হওক
প্রতিটো দিন,
সুন্দৰ হওক জীৱন,
পূৰণ হওক মনৰ সকলো আশা,
শুভ বিশ্বকর্মা পূজা।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিশ্বকর্মা পূজাৰ শুভেচ্ছা বাণী বা বিশ্বকর্মা পূজাৰ শুভেচ্ছা বার্তা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা শুভেচ্ছা বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment