দূর্গা পূজাৰ শুভেচ্ছা বাণী | Happy Durga Puja Wish In Assamese


দূর্গা পূজাৰ শুভেচ্ছা বাণী

প্রিয় মানুহবোৰৰ লগত আনন্দ আৰু ভালপোৱাৰ সময়ত মা দূর্গাৰ আশীর্বাদ লৈ সেই ফুর্তি আৰু বঢ়াবলৈ আজি কেইটামান দূর্গা পূজাৰ শুভেচ্ছা বাণী লৈ আহিছো আশা কৰোঁ এই দূর্গা পূজাৰ শুভেচ্ছা বাণী আপোনালোকৰ ভাল লাগিব।

দূর্গা পূজাৰ শুভেচ্ছা বাণী | Happy Durga Puja In Assamese


এই দূর্গা পূজাত মা দূর্গাই যাতে
আনি দিয়ে সকলোৰে 
ভাল দিন।






মা আহি আছে ঘৰত এবছৰ পিছত
প্যান্ডেলত বাজিল ঢল
দূর্গা পূজাৰ শুভেচ্ছা জনালো।







মা আহি আছে এবছৰ পিছত
সেই বাবে সকলো ঘৰতে চলি আছে প্রস্তুতি
সকলোৰে বাবে কৰো এটাই প্রার্থনা
সুখ সান্তিতে কাটে যেন এই
দূর্গা পূজা।






আশা কৰোঁ দেবী দূর্গা
আপোনাৰ সকলো বিপদৰ পৰা
ৰক্ষা কৰিব,
আৰু গোটেই জীৱন তাৰ আশীর্বাদ
আপোনাৰ লগত থাকিব।






মই বিচাৰো এই দূর্গা পূজা
যেন হয় তোমাৰ বাবে সুখ সান্তি
লগতে আনন্দময়।
দূর্গা পূজাৰ শুভেচ্ছা জনালো।







মা দূর্গাৰ আশীর্বাদত
আপোনাৰ পৰিয়ালৰ হওক
সুখ শান্তি,
দূর্গা পূজাৰ শুভেচ্ছা জনালো।






এই বাৰ দূর্গা পূজাত
হ'ব বহুত আনন্দ, কাৰণ মা দূর্গাৰ
আশীর্বাদ আছে আমাৰ লগত।







মই প্রার্থনা কৰো যে
আপুনি আৰু আপোনাৰ পৰিয়ালৰ
সকলো সদস্যৰ এই দূর্গা পূজায় 
যেন হয় সুখ আৰু শান্তি।






এই দূর্গা পূজা
সকলোৰে বাবে যেন হয়
আনন্দময়।







মা আজি গুচি গ'ল
মা'ক আকৌ আহিবলৈ কোৱা,
সুখ দুখত মিলি জুলি
শুভ বিজয়া জনাওঁ শেষত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ দূর্গা পূজাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা শুভেচ্ছা বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post