বিলগেটৰ বাণী | বিলগেটৰ উক্তি | Bill Gates Quotes In Assamese

0

বিলগেটৰ বাণী

বন্ধু বান্ধৱী সকল আজি এই আর্টিকেলটোত কেইটামান বিলগেটৰ বাণী বা  বিলগেটৰ উক্তি লিখিম আশা কৰোঁ এই বিলগেটৰ বাণী বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

বিলগেটৰ বাণী | Bill Gates Quotes In Assamese

নিজক কাৰোবাৰ লগত তুলনা নকৰিব,
যদি কৰা,
তেনেহলে আপুনি নিজেই নিজক
অপমান কৰিব।





আপুনি যদি ভুল কৰে
সেয়া আপোনাৰ মা-দেউতাৰ ভুল নহয়,
সেয়েহে ভুল কৰাৰ বাবে
দুখ নকৰিবা
ভুলৰ পৰা শিক্ষা লোৱা।





আপুনি যদি ভাল কিবা এটা
কৰিব নোৱাৰে,
অন্তত চেষ্টা কৰক।





মানুহ পৰিৱর্তনক ভয় পায়
যেতিয়া বিদ্যুৎ আবিস্কাৰ হৈছিল
তেতিয়াও মানুহে ভয় পাইছিল।





পৃথিৱীৰ কোনো মানুহেই
আপোনাৰ মূল্য লৈ নাভাবে,
সকলোয়ে আপোনাৰ পৰা কিবা এটা
আশা কৰে।





ডাঙৰ কিবা পাবলৈ গ'লে
আপোনাক ৰিক্স ল'ব লাগিব।





সাফল্য এটা পৰিপূর্ণ শিক্ষক,
এইটো স্মার্ট মানুহৰ চিন্তাৰ মাজত
সোমাই দিলে কেতিয়াও বিফল নহব।





ধৈর্য হ'ল সফলতাৰ
প্রধান শর্ত।





সফলতা উদযাপন কৰা ভাল,
কিন্তু বিফিলতাও মনত ৰাখিব লাগিব।





এজন ভাল শিক্ষক
বহুত ইন্টাৰেক্টিভ হয়।





চবতকৈ দুখী মানুহৰ প্রতি লক্ষ্য কৰক
বহুত কিবা কেবি শিকিব পাৰিব।





যদি মই পৰৱর্তী প্রজন্মক দেখো
তেনেহলে লিডাৰ সেই জন হ'ব
যিয়ে বেলেগক সক্ষম বনাব পাৰে।





আমাৰ প্রত্যেকৰে 
এনেকুৱা এজন মানুহৰ প্রয়োজন
যিয়ে আমাৰ কামৰ বিষয়ে
মতামত দিব,
তেনেহলে জীৱনত সফল হ'ব পাৰিম।





যেতিয়া তোমাৰ পকেটত টকা থাকিব
তেতিয়া তুমি পাহৰি যাবা
পৃথিৱীৰ মানুহ বোৰক,
কিন্তু যেতিয়া তোমাৰ পকেট খালি থাকিব
তেতিয়া মানুহে পাহৰি যাব
তুমি কোন।





এবাৰ মই কেইটামান 
Subject ত ফেল কৰিছিলো,
কিন্তু মোৰ বন্ধু সকলে পাচ কৰিছিল
এতিয়া তেওঁলোক মাইক্রোছফটৰ ইঞ্জিনিয়াৰ
আৰু মই মাইক্রোছফটৰ প্রতিষ্ঠাতা।





আপুনি যদি গৰিৱ হৈ জন্ম লয় সেয়া
আপোনাৰ দোষ নহয়,
কিন্তু যদি গৰিৱ হৈয়েই মৃর্ত্যু বৰন কৰে
সেয়া আপোনাৰ দোষ।





পিচি অপেন কৰা সময়ৰ পৰাই
মানুহে জানিছিল যে এইটো গুৰুত্বপূর্ণ।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিলগেটৰ বাণী বা বিলগেটৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বিলগেটৰ বাণী বা বিলগেটৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !