গৌতম বুদ্ধৰ বাণী অসমীয়াত
"মানুহৰ অহংকাৰে
কেতিয়াও সত্যক গ্রহণ কৰিব নিদিয়ে,
সেইবাবে অহংকাৰ কৰা
উচিত নহয়"
"ভাল কামৰ বাবে কিছু বিশেষ
মুহূর্ত শান্ত আৰু হাঁহি মুখে পৰিস্থিতি
নিয়ন্ত্রণ কৰিবলৈ শিকা উচিত"
"আনৰ বাবে
যাতে কেতিয়াও আমাৰ ভিতৰৰ
শান্তি নষ্ট কৰিব নোৱাৰে তালৈ
লক্ষ্য ৰাখিব লাগে"
জীৱনত যদি আমি
ভাল কথা ভাবো তেনেহলে আমাৰ
জীৱনত ভালেই হয়।
সেইদৰে বেয়া কথা চিন্তা
কৰিলে বেয়াই হয়।
জীৱনৰ নিয়ম হ'ল
সদায় ভুল মানুহবোৰে আপোনাক
সঠিক শিক্ষা দিব, আৰু
তাক আপুনি গ্রহণ কৰিব লাগিব।
"নিজৰ মনক যিকোনো
পৰিস্থিতিতে শান্ত ৰাখিবলৈ শিকক"
"সকলো পৰিস্থিতিতে
আমি ক্ষমতাবান নহলেও সাহসেৰে
নিজৰ কাম সম্পূর্ণ কৰিব পাৰোঁ"
"জীৱনৰ সকলো বস্তুৰ বাবে
এক নির্দিষ্ট সময় আছে,
সেয়ে ধৈর্য ধৰা আৰু জীৱনৰ প্রতি
কৃতজ্ঞ হোৱা"
"মানুহৰ জীৱনত কোনো পৰিস্থিতিয়ে
ভাগ্যৰ জড়িয়তে পৰিৱর্তন নহয়,
একমাত্র কঠো পৰিশ্রমৰ
দ্বাৰাহে সম্ভৱ"
"জীৱনত যিজনে তোমাক বিশ্বাস কৰে
তেওঁক কেতিয়াও মিছা নকবা,
আৰু যিজনে মিছা কয়
তেওঁক বিশ্বাস নকৰিবা"
কাৰোবাৰ পৰা একো আশা নকৰাকৈ
প্রতিজন মানুহকে সমান ভাৱে
সহায় কৰাটো আমাৰ
লক্ষ্য হোৱা উচিত"
তুমি যদি আনৰ জীৱনত
আশাৰ বন্তি জ্বলোৱা তেনেহলে
সেই পোহৰে তোমাৰ
অহা যোৱা কৰা পথকেই আলোকিত কৰিব।
"সঁচা কথা কৈ মনত কষ্ট দিয়া,
কিন্তু মিছা কৈ সান্তনা নিদিবা"
"য'ত সকলো আশা
আকাংক্ষাৰ পৰিসমাপ্তি ঘটে
তাৰ পৰাই জীৱনৰ শান্তি
আৰম্ভ হয়"
''যেতিয়াই জীৱনত কিবা এটা শেষ হয়
তেতিয়াই নতুন কিবা এটাৰ
আৰম্ভণি হয়"
"হাজাৰ সুন্দৰ মুখতকৈ
এটা দয়ালু মন বেছি সুন্দৰ"
''যদি কাৰোবাৰ ওচৰত সম্পূর্ণ
পৰিয়াল থাকে,
ভোজনৰ বাবে পর্যাপ্ত খাদ্য থাকে
আৰু বাসস্থান থাকে
তেনেহলে সেই মানুহজন কেতিয়াও
দুখীয়া নহয়"
"নিজকে কেতিয়াও আনৰ
লগত তুলনা নকৰিবা,
কাৰণ সূর্য আৰু চন্দ্রই তাৰ নিজস্ব
সঠিক সময়ত পৃথিৱীক পোহৰ দিয়ে"
"পৃথিৱীত কোনো বিষ নাই যিয়ে
যোগাত্মক বা পজিটিব মানুহৰ ক্ষতি কৰিব পাৰে,
পৃথিৱীত এনে কোনো অমৃত নাই
যিয়ে কোনো ঋণাত্মক বা
নিগিটিভ মানুহক সুস্থ কৰি তুলিব পাৰে''
"জীৱনত কোনোবা ভাল মানুহক
ঠগাটো হ'ল
হীৰাৰ খনিৰ পৰা শিল বুটলি
গুচি অহাৰ দৰে"
"জীৱনট পোৱা কষ্টবোৰেই
হ'ল আমাৰ বাবে শ্রেষ্ঠ উপহাৰ,
যিবোৰৰ পৰা শিকিব পাৰো"
"এটা মুহূর্ত এটা দিন সলনি
কৰি দিব পাৰে,
এটা দিনে এটা জীৱন সলনি কৰি
দিব পাৰে,
এটা জীৱনে গোটেই বিশ্বকে
সলনি কৰি দিব পাৰে"
"যিকোনো পৰিস্থিতিতে তিনিটা বস্তু
কেতিয়াও লুকাই নাথাকে,
সেইবোৰ হ'ল সূর্য, চিন্দ্র, আৰু সত্য"
"জীৱনত কিবা এটা লক্ষ্য বা উদ্দেশ্যত
উপনীত হোৱাতকৈ,
সেই লক্ষ্যৰ উদ্দেশ্য কৰা যাত্রা ভালদৰে
সম্পূর্ণ কৰাটো বেছি মহত্বপূর্ণ"
ঘৃণাৰ দ্বাৰা ঘৃণা শেষ নহয়,
ঘৃণাক কেৱল প্রেমেৰেহে শেষ
কৰিব পাৰি।
"ভৱিষ্যতৰ সপোতন হেৰাই নাযাবা,
অতীতত হেৰাই নাযাবা,
কেৱল বর্তমানত মনোযোগ দিয়া"
গৌতম বুদ্ধক কোনোবাই শুধিছিল
মানুহৰ ভুল ধাৰণা কি ?
গৌতম বুদ্ধে উত্তৰ দিছিল যে
মানুহে ভাবে তেওঁলোৰ হাতত বহুত সময় আছে
কিন্তু সেয়া তেওঁলোকৰ ভুল ধাৰণা।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ গৌতম বুদ্ধৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
- মহৎ লোকৰ বাণী
- ৰবীন্দ্রনাথ ঠাকুৰৰ বাণী
- মহাত্মা গান্ধীৰ মহান বাণী
- লক্ষ্মীনাথ বেজবৰুৱাৰ বাণী
- হজৰত মহম্মদৰ বাণী
- Acharga Chanakya Best Quotes
- এ পি জে আব্দুল কালামৰ বাণী
- মাদাৰ টেৰেছাৰ বাণী
- ছাই বাবাৰ বাণী
- শ্রী কৃষ্ণৰ বাণী
- ওয়াৰেন বাফেটৰ বাণী
- বিলগেটৰ বাণী
- জ্যাক মা ৰ বাণী
- নেলছন ম্যান্ডেলাৰ বানী
- অটল বিহাৰী বাজপেয়ী বাণী
- ষ্টিভ জবছৰ বাণী
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু গৌতম বুদ্ধৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment