শ্রী কৃষ্ণৰ বাণী অসমীয়াত | ভগৱানৰ বাণী | Shri Krishna Quotes & Status In Assamese

0

শ্রী কৃষ্ণৰ বাণী

বন্ধু বান্ধুৱী সকল আজিৰ এই আর্টিকেলটোৰ জড়িয়তে ভগৱান শ্রী কৃষ্ণৰ বাণী লিখিম, আশা কৰো ভগৱান শ্রী কৃষ্ণৰ বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

শ্রী কৃষ্ণৰ বাণী | Shri Krishna Quotes & Status In Assamese

যদি কোনো ঘটনাত মানুহ ভয়প্রাপ্ত হয়
তেনেহলে পৰাজয় হয়,
আৰু যিজন ছব হেৰাইও শান্ত থাকে
তেওঁ হ'ল বিজয়ী।





সাগৰ হওক বা সংসাৰ
যি ধর্মৰ নৌকা প্রস্তুত কৰে
সি ঠিকেই পাৰ হৈ যায়।





সময় কেতিয়াও মানুহৰ নির্দেশত নচলে
মানুহক সময়ৰ নির্দেশিত
পথত চলিব লাগে।





ধর্মৰ উপদেশ দিব পাৰি,
কিন্তু নির্দেশ দিব নোৱাৰি।
সকলোকে নিজৰ ধর্মক নিজেই নিচ্চিত
কৰিব লাগে।





যি বস্তু সহজতে ভাল কৰিব পাৰি
সেই বস্তুৰ প্রতি মানুহৰ মূল্যবোধ নাথাকে।





চৰিত্রৰ পৰীক্ষা তেতিয়াই হয়
যেতিয়া কাৰোবাৰ লগত সম্পর্ক হয়।





সুগন্ধি, দুর্গন্ধ আৰু মানুহৰ স্বভাৱ
কোনো দিনেই লুকাই নাথাকে।





যি সকল শত্রুৰ শত্রু হয়
তেওলোকৰ লগত বন্ধুত্ব কৰিব লাগে।




ভগৱানৰ বাণী

মাতৃৰ ঋণ কোনো সন্তানেই
কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।





কেৱল মাত্র মনই
মানুহৰ মিত্র বা শত্রু হয়।





মিথ্যাবাদী ব্যক্তি
সাপতকৈ ভয়ংকৰ।





ব্যৱহাৰ আৰু চৰিত্রই
বংসৰ পৰিচয় হয়।





সন্মানিত ব্যক্তিৰ ওচৰত অপমান 
মৃত্যুতকৈ বেছি হয়।





যিকোনো ব্যক্তি যি বিচাৰে
সেয়াই হ'ব পাৰে,
যদি সেই বিষয়েৰ ওপৰত বিশ্বাস
ৰাখি চিন্তা কৰে।





আজি যি তোমাৰ আছে
সেয়া আগত কাৰোবাৰ আছিল,
আৰু ভবিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব
এয়াই সংসাৰৰ নিয়ম।





জোন আৰু সূর্য
যেনে তুলনা নহয়, ঠিক তেনেকৈ
তোমাৰ জীৱনটো বেলেগৰ
তুলনা নকৰিবা,
যাৰ যেতিয়া সময় আহিব
তেওঁ তেতিয়াই উজ্বলিব।


কাৰোবাৰ ওপৰত ৰাগ কৰি থকা
অর্থ হ'ল, যে
নিজে বিষ খাই বেলেগগক মৰাৰ
আশা কৰা,
ক্ষতি কিন্তু তোমাৰ হ'ব।





পৃথিৱীতকৈ ডাঙৰ হ'ল মা,
স্বর্গতকৈ উখ হ'ল দেউতা,
বায়ুতকৈ দ্রুতগামী হ'ল মন,
পৃথিৱীত ঘাসতকৈ সংখ্যাত বেছি
হ'ল দুৰচিন্তা।





জন্ম মানুহৰ প্রকৃত পৰিচয় নহয়,
প্রকৃত পৰিচয় হ'ল মানুহৰ কর্মত।





জীৱনক এক দীঘল যাত্রা পথত মন 
কৰি আগুৱাই যোৱা,
তোমাৰ উদেশ্য ঠিক থাকিলে
এদিন সঠিক পথৰ সন্ধান পাবা।





যি বেলেগৰ খানা কাঢ়ি খায়
তেওঁৰ কোনোদিনেই পেট নভৰে,
যে পাচজনক দি খায়
তেওঁ কোনোদিনেই ভোখা নাথাকে।





ভাগ্য বুলি একো নাই
যি আছে সেয়া হ'ল তোমাৰ
কর্মৰ ফল।





জীৱনত চলাৰ পথত বাধা আহিব
কিন্তু সেই পৰিস্থিত ধর্মৰ লগত থাকা,
মনত ৰাখিবা
জয় কিন্তু সত্যৰই হয়।






জীৱনলৈ চিন্তা কৰিবলৈ গৈ
সকলো সময়ত মনত ৰাখিবা
দোষ ধৰি ৰাখি অতীতৰ সমস্যা
সমাধান নহ'ব,
আৰু দুৰচিন্তা কৰি ভবিষ্যত
পৰিবর্তন নহ'ব।





কাৰোবাক ঠগি দুদিন বহুত ফুর্তি কৰিব,
কিন্তু মনত ৰাখিবা ঈশ্বৰ
যিদিনা ঠগিব গোটেই জীৱন
দুঃখৰ সংগ দিব লাগিব।





পৰুষ নিজকে যিমানেই মহান
নাভাবক কিয়, তাৰ জন্ম নাৰীৰ গর্ভতেই হৈছে।
কোনো নাৰী নিজকে যিমানেই
আধুনিকা গঢ়ি নতুলক কিয়
তাৰ পূর্ণতা দান কোনো পৰুষেই কৰিছে।





লোভি মানুহ কোনো দিনেই
দুখৰ ভাগ নলয়,
তেওঁলোক সকলো সময়ত সুখৰ ভাগ
লোৱাৰ বাবে বহি থাকে।





পলম কৰি হ'ব কিন্তু হ'ব
তুমি যি চোৱা সেয়াই হ'ব।
মনত ৰাখিবা তোমাৰ সময় বেয়া
তোমাৰ জীৱন নহয়,
অপেক্ষা কৰা সকলো হ'ব।





সফল হোৱা
তেওঁলোকৰ বাবে যিসকলে তোমাক
অসফল দেখাব বিচাৰিছিল।





বিবেক মানুহৰ প্রধান বিচাৰ
যি ব্যক্তি নিজৰ বিবেকক ওচৰত
প্রশ্ন কৰিব জানে,
তেওঁক কোনোদিন কোনো বিচাৰৰ সন্মুখিন
হ'ব লগা নহয়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শ্রী কৃষ্ণৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু শ্রী কৃষ্ণৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !