জীৱনৰ আৱেগিক Status | দুখৰ বেদনা

0
বন্ধু বান্ধুৱী সকল আজিৰ এই আর্টিকেলটোৰ জড়িয়তে কেইটামান জীৱনৰ আৱেগিক Status লিখিম আশা কৰো এই জীৱনৰ আৱেগিক Status সমূহ পঢ়ি ভাল পাব, যদি জীৱনৰ আৱেগিক Status ভাল লাগে তেনেহলে এটা কমেন্ট কৰিব।

জীৱনৰ আৱেগিক Status


অপেক্ষা এটা সৰু সব্দ
যাৰ সৈতে জড়িত হৈ থাকে কিছুমান
মানুহৰ বহুত মূল্যবান অনুভূতি
আৰু কষ্ট দায়ক মুহূর্ত।







সময়ে মানুহক সলনি নকৰে
আচলতে সময়ত মানুহৰ আচল
চৰিত্রটো ওলাই পৰে।







আৱেগ হ'ল মমৰ দৰে
কিছু সময় পিছত মুদি যায়,
আৰু বিবেক হ'ল
সূর্যৰ দৰে যি কেতিয়াওঁ মুদি নাযায়।







যিমানেই হাঁহি ফূর্তিত নাথাকো কিয়
কিছুমান কথা মনত পৰিলে
মুখৰ সব্দ নোহোৱা হৈ যায়।







মধ্যবিত্ত ঘৰৰ লৰাৰ পকেটত
টকা নাথাকে,
থাকে মাথো মাথা ভর্তি
টেনশ্বন।







দুখৰ অভাৱ নাই বাবেই 
সুখৰ দাম বেছি মায়াৰ বজাৰত।







যিয়ে ধকা দিয়ে তেওঁ চতুৰ হ'ব পাৰে
কিন্তু যি ধকা খায় তেওঁ বুর্বক নহয়
তেওঁ হ'ল বিশ্বাসী।







অবুজন মানুহৰ
লগত সম্বন্ধ স্থাপন কৰাতকৈ 
জীৱনত অকলে থকা বহুত ভাল।







মন তাকেই পছন্দ কৰে
যিয়ে ভাগ্যত নাথাকে।







অলপতে কান্দি
পেলোৱা মানুহবোৰ সৰল মনৰ হয়, 
আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও 
বহুত পাব লগা হয়।







তাক বেছি মনত পৰে
যিয়ে গোটেই দিন মোৰ এবাৰো
খবৰ নলয়।







কান্দি নিজক
প্ৰকাশ কৰাটো তেনেই সহজ, 
কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি 
থকাটো বহুত কঠিন।







পৃথিৱীত ভালপোৱাৰ অধিকাৰ
সকলোৰে আছে,
কিন্তু পোৱাৰ অধিকাৰ নাই।







ভালপোৱাত সদায় দুজন ব্যক্তিহে সুখী হয়,
তৃতীয় জন সদায়েই নিজৰ মাজতে 
মৰি মৰি জীয়াই থাকে।







কোনে ৰাখে কাৰ খোজ
নতুন পালে সকলো নিখোজ।







সকলো কথাৰ উত্তৰ
কথাৰে দিয়া নাযায়, কিছুমান কথাৰ
উত্তৰ মৌনতাৰেও দিয়া যায়।







কেতিয়াবা কেতিয়াবা
এৰি দিয়াই সমাধান।







যিমানেই ডাঙৰ হৈছোঁ
আনন্দবোৰ সিমানেই দূৰত
হেৰাই গৈছে।







জোন তুমি শুনিবা নে
মোৰ মনৰ কথা
সত্য কৈছোঁ মইও হৈছো
তোমাৰ নিচিনা অকলশৰীয়া।







ব্যয়মানী অচিনাকি
মানুহে কেতিয়াও নকৰে, 
বেইমানী কৰে সদায় নিজৰ 
আপোন মানুহবোৰে।







যি ভাগ্যত নাই
সেয়া কান্দিলেও পোৱা নাযায়।







সপোন প্ৰত্যেকে
দেখে কিন্তু সপোনবোৰ 
পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে।







সুখৰ নাম জীৱন নহয়
কষ্টক জই কৰি জীয়াই থকাৰ
নামেই জীৱন।







যিয়েই আপোনাৰ প্ৰেমক গুৰুত্ব নিদিয়ে,
তেওঁ আপোনাৰ ভালপোৱাৰ 
যোগ্যই নহয়।







মনত আছিল কিমা সপোন
আছিল কিমান আশা,
সকলো মিছা হ'ল
তোমাৰ ভালপোৱা।







প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমাল 
অনুভুতি বোৰক অনুভৱ কৰিব পাৰে,
যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিছাৰে 
কেৱল মাথো ভাল পাব হে জানে।







সম্পৰ্কৰবোৰ আৰম্ভ হ'বলৈ
বহু সময় লাগে, কিন্তু ভাঙিবলৈ
এক ছেকেণ্ড নালাগে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জীৱনৰ আৱেগিক Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু জীৱনৰ আৱেগিক Status পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !