Assamese I Miss You Status | Assamese I Miss You SMS | Status Photo Assamese


Assamese I Miss You Status

বন্ধু বান্ধৱী সকল আজিৰ এই আর্টিকেলটোৰ জড়িয়তে কেইটামান Assamese I Miss You Status লিখিম আশা কৰো Assamese I Miss You Status সমূহ আপোনালোকৰ ভাল লাগিব, যদি Assamese I Miss You Status সমূহ ভাল লাগে তেনেহলে এটা কমেন্ট কৰিব।

Assamese I Miss You Status


মই সেইদিনাও আছিলো আজিও আছো
আৰু কালিও থাকিম।
তুমি যিমান দূৰত নথকা কিয়
মই তোমাকেই মনত ৰাখিম।






আজিও মই তোমাকেই ভাল পাওঁ
তুমি কাষত নাই কিন্তু মই তোমাৰে আছো,
মনত আছিল বহুত কথা কোৱাৰ বাকি।






 জোনাক তুমি শুনিবা নে 
মোৰ মনৰ কথা,
সঁচাকে কৈছো মইও যে তোমাৰ
নিচিনা অকলশৰীয়া।







মনত আছিল কিমান সপোন
আছিল কিমান আশা,
সকলোবোৰ মিছা আছিল
তোমাৰ ভালপোৱা।






তাকেই বেছি মনত পৰে
যি গোটেই দিন
মোৰ কথা এবাৰো মনত নপৰে।






জানিব বহুত মন আছিল
যে তুমি আগৰ দৰেই আছা নে
সলনি হৈছা।






তোমাৰ নিচিনা মোক কোনেও
ভাল নাপায়।






আজি তোমাক চাব ইচ্ছা কৰিলেও
মাত দিয়া নিষেধ।







তুমি কৈছিলা যে মানুহ সলনি হয়
মইও সলনি হৈ গৈছো।






কোনে ৰাখে কাৰ খবৰ
নতুন পালে সকলোয়ে হেৰাই যায়।






ভালপোৱা দি কেৱল ভালপোৱাৰ
ঋণ পৰিশোধ কৰা যায়।






ইমান ভালপালো কিন্তু তোমাক
নাপালো, তুমি সুখী হোৱা।






এই জীৱন তুমি সেই মানুহ
যাক অকাৰণে ভালপায় মন।







ঠগি ঠগি এজন বর্বক
মানুহেও গ'ম পায়, যে তাক কিমান
ঠগোৱা হৈছিল।






জীৱনত তুমি নাই কিন্তু মই সুখী,
কাৰণ জানা ?
তোমাক পোৱাৰ আশাত গোটেই
জীৱন কটাম।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese I Miss You Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Assamese I Miss You Status পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post