বিদায় বাণী অসমীয়াত | Good Bye Quotes In Assamese | Good Bye Status In Assamese

0

বন্ধু বান্ধৱী সকল আমি যেতিয়া কাৰোবাক বিদায় দিও তেতিয়া বহুত কষ্ট হয়, কিন্তু বিদায়তো দিবই লাগিব। সেই বাবে তাক আপুনি বিদায় বাণী লিখিব পাৰে। আমি এই আর্টিকেলটোত কেইটামান বিদায় বাণী লিখিম আপুনি সেই বিদায় বাণী সমূহ কপি কৰি তাক বিদায় জনাব পাৰিব।
( Good Bye Quotes In Assamese | Good Bye Status In Assamese )

বিদায় বাণী অসমীয়াত


বিদায় দিয়া কষ্টকৰ
কিন্তু সেই বিদায়ে যদি কাৰোবাৰ
উপকাৰ হয়, তেনেহলে সেই
বিদায় আনন্দৰ।







বিদায় কওতে যদিও কষ্ট হয়,
তাৰ পাছতো বিদায় দিব লগা হয়।






বিদায় কেতিয়াওঁ সুখৰ নহয়,
কিন্তু বিদায় জনাবই লাগিব
এয়াই বাস্তৱতা।






সম্পর্কৰ আৰাম্ভ হয় সপোন দি
আৰু শেষ হয় বিদায় দি।






এজন ভাল মানুহৰ বিদায় হয় দুখৰ,
আৰু এজন বেয়া মানুহৰ
বিদায় হয় সুখৰ।




Good Bye Quotes In Assamese


মিলনৰ যেনে আনন্দ আছে,
বিদায়ৰো কষ্ট আছে।






বিদায় মানেই কষ্ট নহয়,
কিছু কিছু সময়ত বিদায় মানে
ভাল কিবা অহাৰ সুযোগ।






তুমি কিমান ভাগ্যবান
যে তোমাক বিদায় দিবলৈ মোৰ
ইমান কষ্ট হৈ আছে।






সুন্দৰ বিদায় হ'ল
কাৰোবাৰ ক্ষতি নকৰি
বিদায় লোৱাটো।






বিদায় সকলো সময়ত
কষ্টৰ নহয়, কিছুমান ভাল
কিবা লৈ আহে।






জীৱনৰ দুটা কঠিন সময় হ'ল
প্রথমটো হ্যালো আৰু
শেষৰটো বিদায়।






কিছুমান মানুহক
বিদায় দি জীৱনৰ আৰম্ভণি
কৰিব লাগে।




Good Bye Status In Assamese


যদি কাৰোবাক
বিদায় দিব লগা আছে,
তেনেহলে সোণকালে দিয়ক,
নহলে সেয়া বহুত কষ্টৰ হ'ব।






যদি কোনবাই বিদায় বিচাৰে,
তেনেহলে হাঁহি মুখে বিদায়
দিয়া উচিত।






তোমাক বিদায় দিলো, কিন্তু
মনৰ পৰা নহয়।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিদায় বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বিদায় বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !