বোৱাৰীৰ উক্তি | House Wife Quotes & Status In Assamese

0





ভাল বোৱাৰী হ'ব
পাৰিম নে নাই নাজানো, কিন্তু
মোৰ শাহুৰ আৰু শাহু মায়ে
মোৰ কাৰণে কেতিয়াও বৃদ্ধা
আশ্রম যাব নালাগে।






পুৰুষ হ'ল এটা পৰিয়ালৰ মগজু,
নাৰী হ'ল পৰিয়ালৰ মেৰুদণ্ড।
মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও
পোন হৈ থাকিব নোৱাৰে।





আজিৰ দিনৰ এটা সঁচা, আৰু
অটুত সম্পর্ক গঢ়ি তোলাটো আটাইতকৈ
কঠিন কাম।






ল'ৰা সন্তান যদি
এটা পৰিয়ালৰ দীপ হয়,
তেনেহলে ছোৱালী সন্তান দুটা পৰিয়ালৰ
মহা দীপ, মনত ৰাখিব।





প্রকৃত পুৰুষে
নাৰীৰ দাসী ৰূপত নহয়,
ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে।





পিন্ধন উৰণক লৈ
কাৰোবাৰ সংস্কাৰ বিচাৰ নকৰিবা।

কাৰণ কোনোবাই জিনচ পিন্ধিও মানুহৰ
দুখ মৰম বুজিব পাৰে,

কোনোবাই ওৰনি আঁৰৰ পৰাও হিংসা
কৰিব পাৰে।





চেহেৰাৰ সৌন্দর্য্য
কেৱল আইনাত প্রকাশিত হয়,
আৰু অন্তৰৰ সৌন্দর্য্য আচৰণত
প্রকাশ পায়।






ছোৱালী এজনীৰ গাত সকলো গুণ
বিছৰাৰ আগত এটা কথা মনত ৰাখিব যে,
ছোৱালীজনী কোনো লাইব্রেৰীত থকা
গাইড বুক নহয় বিছাৰিলে সকলো গুণ পাব।





প্রকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়,
ৰাণী ৰূপত চাবলৈ বেছি
পছন্দ কৰে।






মোৰ জীৱনতো আছে এনেকুৱা
এজন মানুহ,
যাক হেৰুৱাৰ ভয়ে মোক
অহৰহ কান্দুৱাই।






সঁচা
ভালপোৱা সেইয়াহে
যেতিয়া দুয়োজনৰে মাজত
ইজনে সিজনক হেৰুৱাৰ
ভয় থাকে।






স্ত্রীৰ মনৰ দায়িত্ব ল'ব পৰাটো
পুৰুষৰ প্রথম কর্তব্য,
ভাত কাপোৰৰ
দায়িকত্বতো মাক-দেউতাকেও লৈছিল।







ভুল জীয়েকেও কৰে,
বােৱাৰীয়েকেও কৰে, পার্থক্য মাথাে এটাই,
জীয়েকে কৰা ভুলবােৰ ধৰি নাথাকে,
আৰু বােৱাৰীকে কৰা ভুলবােৰ
ধৰি খুচৰি থাকে।









নাৰী হৈছে ধুপকাঠিৰ দৰে,
তাত জ্বলন, ধৈর্য্য আৰু সহনশীলতাৰ উপৰিওঁ
লাহে লাহে জ্বলি ঘৰখন সুগন্ধি কৰাৰ
ক্ষমতাওঁ আছে,




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বোৱাৰীৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বোৱাৰীৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !