নীতি কথা অসমীয়াত | Moral Quotes & Status In Assamese


নীতি কথা অসমীয়াত

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান নীতি কথা অসমীয়াত লিখিম আশা কৰোঁ এই নীতি কথা অসমীয়াত সমূহ আপোনালোকৰ ভাল লাগিব।

নীতি কথা অসমীয়াত


আচলতে কোনো কাৰো আপোন নহয়,
দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়...
কিন্তু ভাল লগা আৰু সামান্য  অভিনয়।







মানুহেই একমাত্র প্রাণী
যি কেতিয়াও সন্তুষ্ট নহয়,
কোনোবা দুখত থাকিলে আঁতৰি যায়,
কোনোবাই কষ্ট কৰিলে হাহে,
আৰু কোনোবাই উন্নতি কৰিলে জ্বলে।







পৰিস্থিতয়ে মানুহক বহুত কথা শিকাই,
- অকলে থাকিবলৈ শিকাই,
- সাহসী হ'বলৈ শিকাই,
- শক্তিশালী হ'বলৈ শিকাই,
মানুহ চিনি পাবলৈ শিকাই,








মানুহ হ'বলৈ ধর্ম 
আৰু জাতিৰ পৰিচয়নালাগে,
লাগে মানৱতা।







মনত ৰাখিবা-
সন্দেহৰ কোনো চিকিৎসা নাই,
নিৰবতাৰ সমান কোনো উত্তৰ নাই,
কথাতকৈ তীক্ষ্ণ কোনো  বাণ নাই,
কিতাপতকৈ ভাল কোনো বন্ধু নাই,
সততা ও সাধুতাতকৈ ডাঙৰ কোনো গুণ নাই,
আৰু মা-দেউতাতকৈ বেছি ভালপাব পাৰে পৃথিৱীত
এনেকুৱা কোনো মানুহ নাই।
  






খঙে মানুহক অন্ধ কৰে,
লোভে মানুহক সংকার্ণ কৰে,
আৰু সিংসাই মানুহক ধ্বংস কৰে।







পৃথিৱীত ধুনীয়া
চেহেৰাৰ মানুহৰ অভাৱ নাই,
কিন্তু ভাল মানুহৰ বহুত অভাব।



 

Moral Quotes & Status In Assamese


আগতে মানুহৰ ঘৰবোৰ সৰু আছিল,
কিন্তু মনবোৰ ডাঙৰ আছিল!
আৰু আজিকালি মানুহৰ ধৰবোৰ
ডাঙৰ হৈ পৰিল, কিন্তু
মনবোৰ ঠেক হৈ আহিল।







সময় তেওঁক দিয়ক যিয়ে
আপোনাৰ সময়ৰ মূল্য বুজি পায়!
গুৰুত্ব তেওঁক দিয়ক যিয়ে
আপোনাৰ গুৰুত্ব দিয়ে!
কথা তেওঁৰ লগত পাতক যিয়ে
আপোনাৰ কথা শুনি ভাল পায়!
সন্মান তেওঁক দিয়ক যি
সন্মানৰ যোগ্য।







সমাজত শিক্ষিত
মানুহৰ অভাব নাই, কিন্তু
জ্ঞানী মানুহৰ বৰ অভাব।







এটা অপ্রিয় সত্য
আজিকালি টকা পইচা নাথাকিলে
সম্পর্কীয় মানুহবোৰেও গুৰুত্ব নিদিয়ে।







কিছুমান মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে,
১/ যিয়ে তোমাৰ গুৰুত্ব নিদিয়ে
২/ যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে।
৩/ যিয়ে তোমাক হাঁহিৰ চলেৰে ঠাট্তা কৰে।
৪/ যিয়ে তোমাক সৰু কৰি ৰাখিবা বিচাৰে।
৫/ যিয়ে তোমাক কেৱল প্রয়োজনতহে মনত পেলায়।
৬/ যিয়ে তোমাক সন্মান নকৰে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Moral Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Moral Quotes সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post