অসমীয়া উপদেশ বাণী | অসমীয়া উপদেশ উক্তি | Advice Quotes & Status in Assamese

0

বন্ধু বান্ধৱী সকল কিছুমান উপদেশ বাণী বা উপদেশ উক্তি যি সমূহ আমি সদায় মানি চলিব লাগে।
তাৰেই ভিতৰত কেইটামান উপদেশ বাণী বা উপদেশ উক্তি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰো আপোনালোকৰ ভাল লাগিব।

অসমীয়া উপদেশ বাণী


কিছুমান কথা
সদায় নিজৰ মাজতেই ৰখাটোৱেই ভাল,
নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে,
কাৰণ সকলোৱে সকলো কথা বুজি নাপায়
আৰু সকলোৱে সকলো অনুভূতিৰ
মূল্য দিবও নোৱাৰে।





তুমি যিমানেই সহজ সৰল হ'বা
তোমাক মানুহে সিমানেই থগ-প্রবঞ্চনা কৰিব।
সেই বাবে ইমান সহজ সৰল নহবা।





জীৱন পথত প্রতিটো খোজ
দিয়াৰ আগত ভালদৰে ভাবি ল'ব,
কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই
সকলো হেৰুৱাব লগা হয়।
সৰু ভুল এটাৰ বাবেই সকলোৱে
ভাল গুণবোৰ পাহৰি যায়।





ধাৰ আৰু ভালপোৱা
তেওঁকহে দিব লাগে, যাৰ পৰা ঘূৰাই
পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে।





নিজৰ জীৱনটো
কাৰোবাৰ লগত তুলনা নকৰিব,
কাৰণ চন্দ্র আৰু সূর্য দুইটাই
পোহৰ দিয়ে, কিন্তু তুলনা নহয় !
যাৰ যেতিয়া সময় আহিব
তেতিয়াই উজ্বলি উঠিব।




অসমীয়া উপদেশ উক্তি


বিশ্বাস কৰাত বাধা নাই
কিন্তু এজন মানুহক সিমানলৈকেহে
বিশ্বাস কৰিব যিমান খিনিৰলৈকে
তেওঁৰ যোগ্য, দৰকাৰতকৈ বেছি বিশ্বাস
কৰিলে আপুনি কষ্ট পোৱাটো
স্বাভাৱিক।





সকলো সময়তে সকলোকে
সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু
নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়।
 অপ্ৰিয় যদিও সঁচা।





বাৰিষা মাছে পৰুৱাক খায়।
খৰালি পৰুৱাই মাছক খায়।
সুযোগ সকলোৰে জীৱনলৈ আহে।
অপেক্ষা মাথো সময়ৰ।





সুখ বিচাৰি অতীত লৈ তথা
ভৱিষ্যতলৈ নাযাবা।
সুখ কেৱল বৰ্তমানতহে পাবা।
এই সময়ক প্ৰাণভৰি উপভোগ কৰা।





জীৱনত দুই
ধৰণৰ মানুহৰ পৰা দূৰত থাকক,
ব্যস্ত মানুহ আৰু স্বার্থপৰ মানুহ।
কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে
কথা পাতিব, আৰু স্বার্থপৰ মানুহে
নিজৰ দৰকাৰ থাকিলে কথা পাতিব।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া উপদেশ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া উপদেশ বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !