সুখৰ উক্তি | সুখৰ ষ্টেটাছ | Happiness Quotes & Status In Assamese | Happy Life Status & Quotes In Assamese

0


যেনেকৈ নিজৰ দুখবোৰৰ কথা আনক ক'লে দুখ পাতল হয়,
ঠিক তেনেকৈ আমি যেতিয়া সুখত থাকো আৰু সেই কথা আনৰ লগত শ্বেয়াৰ কৰিলে আমাৰ সুখবোৰ bari যায়।



জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ
ভাল পাই...
সেইবোৰ পাবলৈ চেষ্টা কৰি যাওক।
নতুবা জীৱনত যি আছে তাক ভাল
পাবলৈ শিকি লওক।










সুখী হ'বলৈ জীৱনে আমাক বহুত দিয়ে,
কিন্তু আমি সদায়
নোপোৱাখিনিক লৈ দুখ কৰি থাকো,
সেইয়াই আমাৰ দোষ।









জীৱনত সুখী হ'বলৈ 
বেছি টকা পইচাৰ প্রয়োজন নাই,
আপোনাৰ যি আছে সেইখিনি লৈ সুখী 
থাকিলেই হ'ল।









মানুহে যিমান খিনি সুখী হ'বলৈ মন বান্ধে,
ঠিক সিমান খিনিয়েই তেওঁ 
সুখী হ'ব পাৰে।










সুখ আৰু দুখ
দুয়োটা ক্ষণস্থায়ী আজি আপোনাক
দুখ দিয়াৰ কাৰণটো কালিলৈ
সুখ হৈ উঠিব পাৰে।










ভোকত থকা শিশু এটিক
পেট ভৰাই খুৱাই চাওকচোন, তাৰ পৰা
পোৱা সুখে আপোনাক
যি তৃপ্তি দিব সেইয়া আপুনি পঞ্চতাৰকা 
হোটেলত খাইয়ো নাপায়।










যিমানেই ধন সম্পত্তি নাথাকক কিয়
যদিহে আপোনাৰ মানসিক
স্থিতি ভাল নহয়!
তেনেহলে আপুনি কেতিয়াওঁ সুখী
হ'ব নোৱাৰে।










সেইজন ব্যক্তি সদায়েই সুখী
যিজনে দুদিনীয়া অর্থহীন জীৱনৰ 
উপলব্ধি বাৰুকৈয়ে কৰিছে।










তোমাৰ পৰিয়াল কিমান ধনী সেইটো
ডাঙৰ কথা নহয়,
তোমাৰ পৰিয়াল কিমান সুখী
সেইটোহে ডাঙৰ কথা।





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সুখৰ উক্তি আৰু ষ্টেটাছ যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সুখৰ উক্তি আৰু ষ্টেটাছ সমূহ জানিবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক, ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !