সময়ৰ উক্তি | সময়ৰ বাণী | Assamese Quotes On Time

0

বন্ধু বান্ধুৱী সকল আজি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান  সময়ৰ উক্তি বা Assamese Quotes On Time লিখিম, এই সময়ৰ উক্তি বা Assamese Quotes On Time সমূহ যদি আপোনালোকে পঢ়ে তেনেহলে আপোনালোকৰ ভাল লাগিব।


সময়ৰ উক্তি | Quotes About Time In Assamese

জীৱনৰ আৰম্ভণিতে
আমি সময়ক লৈ খেলো, তেতিয়া
চিৰিয়াচ হোৱাৰ সময় আহে !
তেতিয়া সময়ে আমাৰ সৈতে খেলিবলৈ
আৰম্ভ কৰে।





যি সকলে সময়ৰ মূল্য বুজি নাপায়
আৰু সময়ৰ সৎ ব্যৱহাৰ
কৰিব নাজানে,
সেই সকল মানুহে জীৱনত সদায়
পিছ পৰি থাকে।





জীৱনত বহু কিবা কেবি গুৰাই
আনিব পাৰোঁ, কিন্তু
সময়ক কেতিয়াওঁ গুৰাই আনিব নোৱাৰো।





জীৱন আৰু সময়
পৃথিৱীৰ শ্রেষ্ঠ শিক্ষক,
জীৱনে শিকাই সময়ক ভাল ভাবে
ব্যৱহাৰ কৰিবলৈ,
আৰু সময়ে শিকাই জীৱনৰ মূল্য দিবলৈ।





Assamese Quotes On Time

যাৰ হাতত একো নাই
তাৰ হাততো সময় আছে, আৰু
সেইটো হৈ ডাঙৰ সম্পদ।





তুমি যিবোৰ খৰচ কৰা
তাৰ ভিতৰত সময় হৈছে দামী।





যি সকলে সময়ক সঠিক 
ভাবে ব্যৱহাৰ কৰিব নোৱাৰে,
সেই সকলে সময়ক লৈ অভিযোগ কৰে।








সাধাৰণ মানুহ সময় কটুৱাৰ চেষ্টা কৰে,
অসাধাৰণ মানুহ সময়ক কামত
লগুৱাৰ চেষ্টা কৰে।





সময়ক যদি সঠিক বাবে ব্যৱহাৰ কৰিব পাৰোঁ
তেহলে সময়ক লৈ কোনেও 
অভিযোক নকৰিব।






জীৱনত ধন-সম্পত্তি হেৰাই গ'লে
গুৰাই পাব পাৰি,
কিন্তু সময় নষ্ট কৰিলে সেয়া কেতিয়াওঁ
গুৰাই পাব নোৱাৰি।




সময় status assamese

সময় আহিব আৰু যাব,
কিন্তু সময় থকালৈকে
সময়ৰ ওচৰত তুমি যি বিচাৰিবা
তুমি সেয়া পাবা।





অতীত গুচি গৈচে সেইটো লৈ 
চিন্তা কৰি লাভ নাই,
ভৱিষৎ লৈ ভাবি লাভ নাই
কাৰণ সেয়া এতিয়াওঁ আহা নাই,
চিন্তা কৰা উচিত বর্তমান সময়ক লৈ।





Assamese Quotes On Time

কাৰোবাৰ বেয়া সময় আহিলে
তাক আঘাত নিদিবা,
কাৰণ বেয়া সময় তোমাৰো আহিব পাৰে।





বৰষুণ দিলেহে গম পোৱা যায়
ঘৰৰ চাল খনৰ ক'ত ক'ত
ফুটা আছে্‌
ঠিক একেদৰে জীৱনত বেয়া সময়
আহিলেহে গম পোৱা যায়
কোন কিমান আপোন।





বেয়া সময়ত কাষত থকাজন
সদায়ে ভাল,
কেৱল ভাল সময়ত কাষত
থকাজন স্বার্থপৰ।


  

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সময়ৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সময়ৰ উক্তি বা Assamese Quotes On Time পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !