টকা লৈ উক্তি | টকা লৈ বাণী | Money Quotes In Assamese | Money Status In Assamese


বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান টকা লৈ উক্তি বা টকা লৈ বাণী লিখিম আশা কৰোঁ এই টকা লৈ উক্তি বা টকা লৈ বাণী সমূহ আপোনালোৰ ভাল লাগিব।

টকা লৈ উক্তি | Money Quotes In Assamese

টকা লৈ উক্তি

টকা মানুহক
আনন্দ দিব পাৰে, কিন্তু
কেতিয়াওঁ সুখ দিব নোৱাৰে।






সকলোৱে কয়
টকাতকৈ ভালপোৱা ডাঙৰ,
তেনেহলে টকা দিলে যিমান মানুহ
আপোন হয়, ভালপোৱা দিলে
সিমান মানুহ কিয় আপোন নহয় ?






টকাৰ সংখ্যা কেতিয়াওঁ
শেষ নহয়, যদি আপোনাৰ দুখৰ কাৰণ
টকা হৈ থাকে, তেনেহলে
আপোনাৰ দুখ কেতিয়াওঁ শেষ নহ'ব।






টকা দি ভালপোৱা কিনিব নোৱাৰি,
তাৰ পাছতো মানুহ টকাৰ
পিছত লাগি থাকে।






এটা কথা মনত ৰাখিব
টকা আমাৰ বাবে,
টকাৰ বাবে আমি নহয়।




Money Status In Assamese


টকা মানুহক পৰিৱর্তন কৰে,
তাৰ আচল চেহেৰা উদ্ঘাটন কৰাৰ বাবে।






অবৈধ পদ্ধতিত হাৰাম টকা
উপাৰ্জন কৰি কোটিপতি হোৱাতকৈ,
বৈধ পদ্ধতিত পৰিশ্ৰম কৰি দিন হাজিৰা কৰি
খোৱাও বহু গুনে ভাল।






টকা এটা সৰু শব্দ,
অথচ সৰু এই শব্দটোৰ প্ৰভাৱ ইমানেই বেছি
যে ইয়াৰ অভাৱ হ'লে লাগে হাহাঁকাৰ আৰু
বেছি হ'লে হয় অহংকাৰ।






আগতে মানুহে বয়স চাই সন্মান দিছিল,
আজিকালি মানুহে টকা পইচা
চাইহে সন্মান দিয়ে।






এটা কথা মনত ৰাখিব
টকা আমাৰ বাবে সকলো নহয়,
যদি কোনোবাই ভাবে যে টকাই মোৰ বাবে
সকলো, তেনেহলে বুজিব
তেওঁৰ মানৱতা ইয়াতেই শেষ।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ টকা লৈ উক্তি বা টকা লৈ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু টকা লৈ উক্তি বা টকা লৈ বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

1 Comments

Post a Comment

Previous Post Next Post