সামাজিক উক্তি অসমীয়াত | Social Quotes In Assamese


বন্ধু বান্ধৱী সকল আমাৰ সমাজৰ পৰা পোৱা কিছুমান শিক্ষা, বা দুখ-সুখ কিছুমান অভিজ্ঞতা, সেইবোৰ বিষয়ে লৈ আজি এই আর্টিকেলটোত কেইটামান সামাজিক উক্তি লিখিম আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

সামাজিক উক্তি অসমীয়াত


আমাৰ সমাজে
কন্যা সন্তান নিবিচাৰে, কিন্তু
পুত্রৰ বাবে ধুনীয়া
ছোৱালী বিচাৰে।






আমাৰ সমাজৰ
মধ্যবিত্ত ঘৰৰ ল'ৰা-ছোৱালীৰ
জীৱনত টকাৰ অভাৱ থাকিব পাৰে,
কিন্তু সংস্কাৰৰ নহয়।






অশিক্ষিত মানুহৰ কাৰণে
আমাৰ সমাজ নষ্ট নহয়, সমাজ
নষ্ট হয়, কিছুমান শিক্ষিত
মূর্খৰে কাৰণে।






আপুনি যদি সমাজৰ এজন
শিক্ষিত মানুহ বুলি পৰিচয় দিয়ে,
তেনেহলে আপোনাৰ দায়িত্ব
হ'ব সমাজখন ঠিক কৰা।






 আমাৰ সমাজখন
তেতিয়াই উন্নত হ'ব, যেতিয়া
মানুহৰ মন মানুসিকতা
উন্নত হ'ব।






আমাৰ সমাজৰ মানুসিকতা ইমানেই
তললৈ নামিব যে,
পৃথিৱী ধ্বংস হোৱাৰ আগতে
মানুহে মৃত্যুলৈও ঠাট্টা কৰিব।






আমাৰ সমাজত এনে কিছুমান
মানুহ আছে যিসকলে
গোটেই জীৱনটো আপোনাৰ বদনাম কৰিব,
কেৱল মৃত্যুৰ দিনা ক’ব মানুহটো
বহুত ভাল আছিল।






সমাজৰ মানুহৰ আগত
কেতিয়াওঁ নিজৰ দুর্বলতাৰ কথা
প্রকাশ নকৰিবা,
নহলে মানুহে আপোনাৰ
সুযোগ ল'ব।






আমাৰ নতুন প্রজন্মৰ
দায়িত্ব হ'ব, আমাৰ সমাজখন
সলনি কৰা, 
আৰু ন্যায় প্রতিষ্ঠা কৰা।






এটা নতুন প্রজন্মই পাৰে
এখন সমাজক সলনি কৰিব,
সেই বাবে নতুন প্রজন্মক আগবাঢ়ি
আহিব লাগিব।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সামাজিক উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সামাজিক উক্তি পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post