অসমীয়া ছোৱালীৰ উক্তি | Girls Quotes & Status In Assamese

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান ছোৱালীৰ উক্তি লিখিম আশা কৰোঁ এই ছোৱালীৰ উক্তি সমূহ আপোনালোকৰ ভাল লাগিব।

অসমীয়া ছোৱালীৰ উক্তি


এজনী ছোৱালীৰ বাবে
নিজৰ মাকৰ ঘৰখনতে এদিন
আলহী হৈ পৰে।







ছোৱালীবোৰে সৰু সৰু কথাত
কান্দিলেও জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ
কিন্তু হাঁহিমুখে পাৰ কৰে।







সত্য এইটোৱে যে
ছোৱালীবোৰ ভাগ্যৱতী বাবেই
দুখন ঘৰৰ সন্তান হোৱাৰ
সুযোগ পায়।







ছোৱালীবোৰ অলপ বেছিয়ে
''দেউতাকৰ ভক্ত'' তাই আনৰ কথা
ৰাখিব নোৱাৰিলেও দেউতাকৰ কথা
থিকেই ৰাখিব চায়।





অসমীয়া caption attitude girl


ছোৱালী মানেই
মাক-দেউতাকৰ সুখৰ বাবে
নিজৰ সকলো ত্যাগ
কৰিব পাৰা গৰাকী।







ছোৱালী মানেই
ভায়েকৰ দুষ্টামিৰ সংগী।







এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত
থিয় হোৱাটো খুবেই জৰুৰী।
টকাৰ বাবে নহয়, তাইৰ নিজৰ
আত্মসন্মানৰ বাবে।







ছোৱালী হৈ জন্ম লোৱাটো সহজ,
কিন্তু জীয়াই থকাটো খুবেই টান,
কিয়নো কান্দিব গলেও ভাবিব লাগে,
হাঁহিবলৈ ললেও ভাবিব লাগে।







যিবোৰ মানুহে ছোৱালী সন্তান
জন্ম পালে বেয়া পাই সেই বোৰ মানুহে 
বিয়া পাতি অনাজনী 
কোন আছিল ?







এজনী কুৎচিত ছোৱালী, আৰু
এজন বেকাৰ ল`ৰাই ভালদৰে জানে
বাস্তৱতা কি বস্তু।







ছোৱালী বিয়া দিয়া পিছত
কিছুমান লৰা ঘৰৰ মানুহে যৌতুক বিচাৰে।
মই ভাবো যে তেওঁলোক
আচলতে ভিক্ষাৰী।







ছোৱালী এজনীৰ কাৰোবাৰ লগত
সম্বন্ধ আছে মানে এইটো নুবুজাই যে
তাই বেয়া বা অপবিত্ৰ হ'ল।
সম্পৰ্ক সদায় হৃদয়েৰে গঢ়ক
মগজুৰে নহয়।







মানুহে কয় ছোৱালীৰ কোনো
ঘৰ নাথাকে, কিন্তু সত্য কথা এইটো যে
ছোৱালী অবিহনে কোনো এখন
ঘৰ সম্পূর্ণ নহয়।







সেই জনীয়েই ছোৱালী
যিজনী ছোৱালী মাক-দেউতাকৰ
অতিকৈ আদৰৰ সেইজনী
ছোৱালী এদিন সেইখন 
ঘৰৰ আলহী হয়গৈ।







এজনী ছোৱালীয়ে পিতৃ গৃহ ত্যাগৰ পাছত
নতুন ঘৰ এখন আপোন কৰি লোৱাটো
এজনী ছোৱালী বাবে বহুত ডাঙৰ কাম।
সেই কাৰণে তেওঁক কিছুদিন
সময় দিব লাগে।







কল্পনা কেতিয়াও বাস্তৱ নহয়৷
কাৰণ কল্পনা এজনী ছোৱালী
আৰু বাস্তৱ এটা ল’ৰা৷







কন্যা সন্তানক সুন্দৰভাবে মানুহ কৰক,
ল'ৰা নাই বুলি দুখ নকৰিব,
দেখিব সেই ছোৱালীজনীয়ে এদিন ল'ৰাতকৈ
দামী হৈ পৰিব।







ধনী দুখীয়া বুলি কোনো কথা নাই,
ল'ৰা জন সৎ মানে ছোৱালী
জনী সুখী।







ছোৱালী এজনীৰ গাত সকলো
গুণ বিছৰাৰ আগত এটা কথা মনত ৰাখিব,
যে ছোৱালী জনী কোনো লাইব্ৰেৰীত থকা
গাইড বুক নহয় বিছাৰিলে
সকলো গুণ পাবলৈ।







ছোৱালী হৈ জন্ম হোৱাটো ভুল নহয়,
ল'ৰা হৈ জন্ম লৈ নাৰীক সন্মান
কৰিব নজনাটোহে ভুল।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ টকা লৈ উক্তি বা টকা লৈ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু টকা লৈ উক্তি বা টকা লৈ বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !