লগতে এই আপুনি এই Assamese Laxmi Puja Quotes, SMS, And Status অতি সহজেই কপি কৰিব পাৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী লগত শ্বেয়াৰ কৰিব পাৰিব।
লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী | Lakshmi Puja Wishes In Assamese
শুভ লক্ষ্মী পূজাৰ ভালপোৱা
ও অভিনন্দন,
সুখ শান্তি সৌভাগ্য আপোনাৰ
জীৱন ভৰি উঠক।
এই লক্ষ্মী পূজাই
আপোনাৰ জীৱনত লৈ আহক
সুখ শান্তি ও সৌভাগ্য,
তাৰেই কামনা কৰোঁ।
এই লক্ষ্মী পূজায় মা'ৰ আশীর্বাদ
তোমাৰ ওপৰত পঢ়ক তাৰেই
কামনা কৰোঁ,
শুভ লক্ষ্মী পূজা।
সকলোকে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ
আন্তৰিক শুভেচ্ছা যাচিলো,
মা লক্ষ্মীয়ে সকলোৰে মনোবাঞ্চা
পূৰণ কৰক তাৰেই কামনাৰে,
শুভ লক্ষ্মী পূজা।
Lakshmi Puja Status In Assamese
মা লক্ষ্মীৰ আশীর্বাদ
সকলো সময়ত আপোনাৰ ওপৰত
থাকক তাৰেই কামনা কৰোঁ,
শুভ লক্ষ্মী পূজা।
আপুনি ও আপোনাৰ
পৰিয়ালৰ সকলোৰে বাবে থাকিল
লক্ষ্মী পূজাৰ শুভেচ্ছা।
লক্ষ্মী পূজাৰ শুভেচ্ছা জনাওঁ
সকলোকে, মা লক্ষ্মী সকলোৰে
জীৱন সুখ শান্তিৰে ৰাখক,
শুভ লক্ষ্মী পূজা।
Lakshmi Puja Quotes In Assamese
সকলো বন্ধু বান্ধৱীলৈ
লক্ষ্মী পূজাৰ শুভেচ্ছা ও
শুভ কামনা জনালোঁ।
লক্ষ্মী পূজাৰ এই দিনত
সুখত থাকক সকলোৱে, আহক
আমি সকলোৱে মনৰ দর্জা খুলি
আনন্দত দিন কটাও,
শুভ লক্ষ্মী পূজা।
লক্ষ্মী পূজাৰ এই মুহূর্তত
সকলোকে জনাওঁ বহুত বহুত শুভেচ্ছা,
শুভ লক্ষ্মী পূজা।
Lakshmi Puja SMS In Assamese
আমাৰ পৰিয়ালৰ তৰফৰ পৰা
অসমবাসী সকলো ৰাইজক লক্ষ্মী পূজাৰ
আন্তৰিক শুভেচ্ছা জনালোঁ,
শুভ লক্ষ্মী পূজা।
মা লক্ষ্মীৰ আশীর্বাদত
তোমাৰ জীৱনত সাফল্য আৰু
আনন্দত ভৰি উঠক,
শুভ লক্ষ্মী পূজা।
মোৰ সকলো বান্ধ বান্ধৱী সকলক
লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ,
মা লক্ষ্মীৰ কৃপা সকলৰ ওপৰত
বিৰাজমান থাকক তাৰে কামনাৰে,
শুভ লক্ষ্মী পূজা।
লক্ষ্মী পূজাৰ অশেষ হিয়াভৰা
অভিনন্দন জ্ঞাপন কৰিলো,
শুভ লক্ষ্মী পূজা।
আমাৰ ৱেবচাইট
তৰফৰ পৰা সকলোকে
লক্ষ্মী পূজাৰ শুভেচ্ছা জনালোঁ।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment