কাতি বিহুৰ শুভেচ্ছা বাণী | Kati Bihu Wish In Assamese

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান কাতি বিহুৰ শুভেচ্ছা বাণী লিখিম এই কাতি বিহুৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনাৰ বন্ধু বান্ধৱী ভাই ভনী মা দেউতা দাদা মামা'ৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

কাতি বিহুৰ শুভেচ্ছা বাণী

কাতি বিহুৰ শুভেচ্ছা বাণী | Kati Bihu Wish In Assamese

পৱিত্র কাতি বিহুৰ
হিয়া ভৰা ওলগ জনালোঁ।





সমূহ অসম বাসীলৈ
কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।





এই কাতি বিহু আপোনাৰ বাবে
যেন হয় সুখ-সান্তি এই আশাৰে জনাওঁ
কাতি বিহুৰ শুভেচ্ছা জনালোঁ।




Kati Bihu Quotes In Assamese

মোৰ তৰফৰ পৰা
আপোনালোকক কাতি বিহুৰ
বহুত বহুত শুভেচ্ছা জনালো।





এই কাতি বিহুত
তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত
উপনীত হ'ব পাৰিবলৈ
শুভ কামনা জনালোঁ।





আপোনালোক সকলোৰে বাবে থাকিল
কাতি বিহুৰ শুভেচ্ছা।




Kati Bihu Wish In Assamese

ঘৰে ঘৰে জ্বলি উঠক তুলসী তলৰ চাকি
আৰু পথাৰত জ্বলি উঠক আকাশবন্তি।
কঙালীৰ গৰ্ভতে অঙ্কুৰিত হওক ভোগালীৰ বীজ।
কাতি বিহুৰ শুভেচ্ছা জনালোঁ।





আমাৰ www.AssameseStatus.com ৰ
ফালৰ পৰা আপোনালোকক
কাতি বিহুৰ শুভেচ্ছা জনালোঁ।





এই কাতি বিহুয়ে যেন
সকলোৰে বাবে লৈ আহে সুখ সান্তি
তাৰ কামনাৰে
কাতি বিহুৰ শুভেচ্ছা জনালোঁ।





সমূহ অসমবাসী ৰাইজলৈ
বাপোতি সাহো কাতি বিহুৰ আন্তৰিক
শুভেচ্ছা জ্ঞাপন কৰিছোঁ।





কাতি বিহুৰ শুভেচ্ছা যাঁচিলোঁ,
তুলসী তলৰ চাকিগছে সকলোৰে
মংগল কৰক।





আকাশবন্তিৰ পোহৰেৰে
পোহৰ হওক সকলোৰে জীৱন।





কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ,
চাকিৰ পোহৰে জীৱনৰ অন্ধকাৰ নাশ কৰি
পোহৰেৰে উজ্বলাই তোলক তাৰেই
কামনা কৰিলোঁ।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ কাতি বিহুৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !