দীপাৱলীৰ শুভেচ্ছা বাণী | Happy Diwali Wishes In Assamese
বন্ধু বান্ধৱী সকল
দীপাৱলীৰ হিয়া ভৰা
শুভেচ্ছা জনালো।
দীপাৱলীৰ চাকিৰ পোহৰে যেন
সকলোৰে জীৱনলৈ পোহৰ লৈ আহে
তাৰে কামনা কৰোঁ।
আপোনাৰ জীৱন
দীপাৱলীৰ পোহৰেৰে ৰংঙীণ
হৈ পৰক অন্তৰৰ পৰা
তাৰেই কামনা কৰোঁ।
দিপাৱলীৰ শুভেচ্ছা বাণী
দীপাৱলীৰ শুভেচ্ছা জনালো
এই দীপাৱলী তোমাৰ বাবে হৈ পৰক
ধন-সম্পত্তিৰে পৰিপূর্ণ
জীৱন হৈ পৰক সুখ শান্তিৰ।
চাকিৰ পোহৰৰ দৰে যেন
সকলোৰে জীৱন পোহৰ হয়,
তাৰেই কামনা কৰোঁ।
এই দীপাৱলীত যেন
সকলোমানুহৰ আশা পূৰণ হয়,
তাৰেই কামনা কৰোঁ।
দীপাৱলীয়ে যেন
সকলো মানুহৰ বাবে ৰংঙীন হয়,
তাৰেই কামনা কৰোঁ।
আমাৰ www.AssameseStatus.com ৰ পাঠকক
দীপাৱলীৰ শুভেচ্ছা জনালোঁ,
শুভ দীপাৱলী।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ দীপাৱলীৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা শুভেচ্ছা বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment