গুৰু নানকৰ বাণী | Guru Nanak Quotes In Asssamese
আমাৰ কেতিয়াওঁ
কাৰোবাৰ অধিকাৰ কাঢ়ি লোৱা
উচিত নহয়।
সকলো সময়ত
ঈশ্বৰৰ উপাসনা কৰা।
ঈশ্বৰৰ বাবে খুশিৰ গান গোৱা,
প্রভুৰ নামৰ সেৱা কৰা, আৰু তাৰ
সেৱকৰ সেৱক হৈ যোৱা।
ধনক পকেটত স্থান দিয়া দৰকাৰ
নিজৰ হ্রদয়ত নহয়।
আমাৰ স্ত্রী জাতিক
সন্মান কৰা উচিত।
চিন্তামুক্ত থাকি
আমাৰ কর্ম কৰা উচিত।
যাৰ নিজৰ ওপৰত
বিশ্বাস নাই, তেওঁ কেতিয়াওঁ
ভগৱানক বিশ্বাস নকৰে।
অকল সেয়াই কওঁক
যি শব্দবোৰ আপোনাৰ সন্মান
বৃদ্ধি কৰে।
বন্ধু সকল আমি কেতিয়াওঁ
মৃত্যুক বেয়া বুলি নকলো হেঁতেন,
যদি জানিলোঁ হেঁতেন যে
বাস্তৱত কেনেকৈ মৰিব পাৰি।
সকলোৰ ওপৰত মৃত্যু,
কিন্তু তাৰ ওপৰত সত্যৰ বাবে
জীয়াই থাকা।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ গুৰু নানকৰ বাণী বা গুৰু নানকৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু গুৰু নানকৰ বাণী বা গুৰু নানকৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment