বন্ধু বান্ধুৱী সকল আজি আমি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান লক্ষ্মীনাথ বেজবৰুৱাৰ বাণী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব।
লক্ষ্মীনাথ বেজবৰুৱাৰ বাণী
লোকৰ কথা মন দি শুনিবা,
ভাল কিতাব মন দি পঢ়িবা আৰু
তাত অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা
ভাগ জুকিয়াই মনত থ'বা।
বিশ্ব মানৱৰ অসংখ্য তাঁৰৰ
এডালো তাঁৰ যি সাহিত্যিকে কঁপাব পাৰিব,
তেওঁৱেই প্রকৃত সাহিত্যিক।
পাঁচি সজা,
কামি চাঁছা সন্মানৰ কাম,
নীচ মাথোঁ এলেহুৱা।
তোমাক নিজকে
প্রথমে ভালকৈ চলাবলৈ শিকা,
তেতিয়াহে আনক চলাব পাৰিবা।
জীৱনৰ অর্থ লুকাই থাকে
আশাৰ মাজত।
ভাগ্যক কাহানিও বিশ্বাস নকৰিবা,
বিশ্বাস কৰিবা শক্তিক।
পৰিবর্তনশীল জগতত পৰিবর্তনেই সত্য।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment