ওয়াৰেন বাফেটৰ বাণী | Assamese Quotes By Warren Buffett

0

ওয়াৰেন বাফেটৰ বাণী

বন্ধু বান্ধৱী সকল ওয়াৰেন বাফেটৰ বিষয়েতো আপোনালোকে জানে কিন্তু আজি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান ওয়াৰেন বাফেটৰ বাণী লিখিম আশা কৰো এই ওয়াৰেন বাফেটৰ বাণী বাণী সমূহ যদি ফল্ল কৰে তেনেহলে আপোনালোকৰ জীৱন সলনি হ'ব।

ওয়াৰেন বাফেটৰ বাণী | Assamese Quotes By Warren Buffett

ব্যৱসাৰ ক্ষেত্রত পৰিকল্পনাৰ আগত
হৈ যোৱা ভুলবোৰৰ পৰা
শিক্ষা লোৱা বেছি জৰুৰী।





মই সকলো সময়তে জানিছিলো
যে মই এদিন ধনী হ'ম,
জীৱনত এক মিনিটৰ বাবেও
এই বিষয়ে সন্দেহ নাছিল।





সততা এটা মহা মূল্যৱান এটা গুন
স্বস্তিয়া মানুহৰ পৰা এইটো কেতিয়াওঁ
আশা কৰিব নোৱাৰি।





যদি তুমি পৃথিৱীৰ ১% ভাগ্যৱান ভিতৰত
এজনো হোৱা,
তেতিয়াও ৯৯% মানুহৰ উন্নতিৰ কথা
চিন্তা কৰা তোমাৰ দায়িত্ব।





বেছি সংখ্যক মানুহৰ স্বভাৱ হ'ল
সহজ বস্তুক কঠিন কৰা।






ব্যৱসায়ত সেই সকল মানুহ সফল
যিসকলে তেওঁলোকৰ ভাল
লগা কাম কৰে।





মোক তোমাৰ আদর্শ বেক্তিৰ নাম কোৱা
মই তোমাৰ ভবিষ্যৎ কৈদিম।





যদি কোনো কাম ১০ বছৰ লৈকে
কৰিবলৈ ইচ্ছা নহয়,
তেনেহলে সেই কাম ১০ মিনিট কৰাই মূর্খামি।





মানুহ নিজৰ বাবে যি বিনিয়োগ কৰে
সেয়াই সকলোতকৈ লাভজনক।





যদি এনেকুৱা এটা পদ্ধতি উলাব নোৱাৰা
যে তুমি টোপনিত থাকিলেও
টকা উপার্জন হয়,
তেনেহলে মৰাৰ মুহূর্তলৈকে তোমাৰ
কাম কৰি যাব লাগিব।





আজি যিয়ে ছাঁত বহি আছে
তাত কোনোবাই বহু আগত 
তাত এটা গছ লগাইছিল।





মই ১১ বছৰ বয়সত প্রথম বিনিয়োগ কৰো,
তাৰ আগ মুহূর্তলৈকে মই অকল
সময় নষ্ট কৰিছো।





যদি তুমি অপ্রয়োজনীয় বস্তু ক্রয় কৰি থাকা,
তেনেহলে অতি সোনকালে
তোমাৰ প্রয়োজনীয় বস্তুবোৰ বিক্রি
কৰিব লাগিব।





তোমাৰ আগ্রহ নাথাকিলে শক্তি নাথাকিব,
শক্তি নাথাকিলে তোমাৰ একোয়েই
নাথাকিব।






যদি তোমাৰ ভিতৰত দক্ষতা আৰু 
চেষ্টা থাকে, তেনেহলে সাফল হ'বা
অপেক্ষা মাথো সময়ৰ।





সকলোতকৈ সুখী মানুহৰ ওচৰত
সকলোবোৰ নাই, তেওঁলোকৰ ওচৰত
যি আছে সেইখিনি লৈ তেওঁলোক সুখী।





মই যি নাজানো, তাত কেতিয়াওঁ
মই বিনিয়োগ নকৰো।





নিজৰ ভুলৰ পৰা শিকা ভাল,
বেলেগৰ ভুলৰ শিকিব পাৰিলে আৰু ভাল।





মোৰ জীৱনৰ সকলোতকৈ ভাল
কামটো আছিল,
সঠিক মানুহবোৰক আদর্শ হিচাবে
বাচি লোৱা।





এনেকুৱা বন্ধু বাচনি কৰা
যিসকলে তোমাতকৈ সকলো বিষয়ে ভাল
তেনেহলে তুমিও এদিন সফল হ'বা।





যদি তুমি তোমাৰ ব্যৱসায়ৰ দুর্বলতাৰ
বিষয়ে জানা, তেনেহলে ভয় নাই।
আৰু যদি নাজানা তেতিয়ায়া হ'লে বহুত
বিপদত আছা।





তোমাৰ চেষ্টা আৰু প্রতিভা যিমান নহওঁক কিয়,
কিছুমান বিষয়ে সফল হ'বলৈ
সময় লাগে।





যদি জীৱনত বহুত বেছি ভুল নকৰা
তেনেহলে অলপ সঠিক
কাম কৰাই যতেষ্ঠ।





যদি তুমি আৱেক নিয়ন্ত্রণ কৰিব নোৱাৰা
তেনেহলে আর্থিক  অবস্থাও
নিয়ন্ত্রণ কৰিব নোৱাৰিব।





সফল বিনিয়োগ খেত্রত প্রয়োজন
শান্তি আৰু দৈর্য।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ওয়াৰেন বাফেটৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ওয়াৰেন বাফেটৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !