জ্যাক'মা ৰ বাণী | Jack Ma Quotes In Assamese

0

যেতিয়াই কোন সফল মানুহৰ কথা আহে তেতিয়াই জ্যাক মা নাম আহে।
বন্ধু  বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত জ্যাক মা ৰ বাণী বাণী লিখিম আশা কৰোঁ আপোনালোৰ ভাল লাগিব।

জ্যাক মা ৰ বাণী

জ্যাক মা ৰ বাণী | Jack Ma Quotes In Assamese

যদি তোমাৰ সপোন দেখাৰ সাহস থাকে,
আৰু সেই সপোনৰ বাবে যদি তুমি
মৰিবলৈ সাজো থাকা
তেনেহলে টকাৰ অভাৱ কোনো
বাধাই নহব।





আজিৰ দিনটো কঠিন,
কালি হ'ব অন্ধকাৰ
তাৰ পিছত সূর্য উঠিবই লাগিব।





যদি চেষ্টা নকৰা
তেনেহলে কেনেকৈ বুজিবা
যে পাৰিবা নে নোৱাৰিবা।





যদি তুমি ৩৫ বছৰ বয়সতো
গৰিৱ থাকা,
তেনেহলে সেয়া তোমাৰ দোষ।





সমস্যা আৰু অভিযোগ য'ত বেছি,
তাত সুযোগও সিমানেই বেছি।





পৃথিৱীক সলনি কৰিবলৈ হ'লে
আগতে নিজক সলনি কৰক।





আপোনাৰ মাজত যি বস্তুটো থকা
সকলো সময়ত জৰুৰী
সেয়া হৈছে ধৈর্য।





৩০ বছৰৰ আগত এটা সৰু
কোম্পানীত কাম কৰক, তাত আপুনি
ধৈর্য ধৰা আৰু সপোন দেখা
শিকিব পাৰিব।





তুমি কি কৈছা সেয়া পৃথিৱী মনত নাৰাখে,
কিন্তু তোমাৰ কামক পৃথিৱী থকা 
লৈকে মনত ৰাখিব।





তুমি বহু মানুহৰ চিন্তাক 
এক কৰিব নোৱাৰে, কিন্তু তুমি
এটা লক্ষ্যক সকলোৰে লক্ষ্য বনাব পাৰিব।





অতীতৰ সাফল্য হয়তো তোমাক
ব্যর্থতা লৈ যাব,
কিন্তু যদি তুমি প্রতিটো ব্যর্থতাৰ পৰা
শিক্ষা ল'ব পাৰা
তেনেহলে দিনৰ শেষত তুমি এজন
সফল মানুহ হ'বা।





মই কেতিয়াওঁ ভবা নাই যে
মোৰ টকা অকল মোৰেই সম্পদ,
এইটো আচলতে সকলোৰে সম্পদ।





তেওঁলোকে মোৰ নাম দিছে
পাগল জ্যাক,
মই মন কৰোঁ পাগল বেয়া নহয়
আমি পাগল কিন্তু আমি বর্বক নহয়।





সকলোয়ে তোমাক পছন্দ কৰিব
সেয়া অসম্ভৱ, কিন্তু
এইটো সম্ভৱ, যে সকলোয়ে সন্মান কৰিব।





যদি তুমি আকাৰত সৰু
তেনেহলে শৰীৰৰ শক্তিৰ সলনি
মগজুৰ শক্তিৰ ওপৰত ভৰষা
কৰা উচিত।





মোৰ কাম হ'ল
বেলেগৰ কাম বিচাৰি উলোৱাত
সাহায্য কৰা।





মানুহৰ ধাৰণাই নাই
যে সি আচলতে কিমান ক্ষমতা ৰাখে।





মই নিজকে অন্ধ বাঘৰ পিঠিত
বহা এজন অন্ধ মানুহ ভাবো।





মই ব্যর্থ হ'লেও কোনো সমস্যা নাছিল,
অন্তত মোৰ আইডিয়াটো মানুহে
জানিলে হেতেন,
মই সফল নহলেও বেলেগে নিচ্ছয়
হ'ল হেতেন।





৫০ বছৰ বয়স হোৱাৰ পিছত
তোমাৰ জ্ঞান আৰু সম্পদক নতুন বোৰক
সাহায্যৰ কামত লগাওক,
কাৰণ তেওঁলোকে যি কোনো কাম
তোমাতকৈ ভালকৈ কৰিব পাৰিব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জ্যাক মা ৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু জ্যাক মা ৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !