এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা পছন্দ কৰে ? ছোৱালীৰ পছন্দ | What Kind Of Boy Does A Girl Like In Assamese


বন্ধু বান্ধুৱী সকল আজি আমি কথা পাতিম এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা পছন্দ কৰে বা ভালপায়। আহক তেনেহলে এই বিষয়ে কথা পাতো।


ছোৱালীয়ে কেনেকুৱা ল'ৰা পছন্দ কৰে ?

ছোৱালী সকলৰ বয়স বঢ়াৰ লগতে চিন্তা ধাৰাও সলনি হয়, যেনে ১৬ ৰ পৰা ১৮ বছৰৰ ছোৱালী সকলে ফ্লিমৰ হিৰোৰ নিচিনা ল'ৰাক পছন্দ কৰে।

১৮ ৰ পৰা ২৫ বছৰৰ ছোৱালী সকলে অলপ দেখাত ভাল, ধনী ল'ৰাক পছন্দ কৰে।
ইয়াৰ বাহিৰেও আৰু কেইবা ধৰণৰ ল'ৰাক পছন্দ কৰে যেনে-

  ১. জনপ্রিয় ল'ৰা।
  ২. ধনী বা ষ্টাইলিচ ল'ৰা।
  ৩. তাৰ প্রতি জত্ন লোৱা।
  ৪. তাৰ পৰা পৰামর্ষ লোৱা।
  ৫. দুজনৰ মাজত বিশ্বাস থকা।

কিন্তু কথা কওঁ চৰকাৰি চাকৰি বা ধনী ল'ৰাক প্রায় ছোৱালীয়েই পছন্দ কৰে, দেখাত যেনেকুৱাই নহওঁক কিয়।

১. জনপ্রিয় ল'ৰা।

ছোৱালীবোৰে জনপ্রিয় ল'ৰাক বহুত পছন্দ কৰে, কাৰণ তাইৰ স্বামী যদি জনপ্রিয় হয় বা বহুত মানুহে চিনে বা সন্মান কৰে তেনেহলে তাইৰ স্বামীৰ লগতে তাইও জনপ্রিয় হয়, লগতে সন্মান পায়। সেই বাবে জনপ্রিয় ল'ৰাক ছোৱালীবোৰে পছন্দ কৰে।

২. ধনী বা ষ্টাইলিচ ল'ৰা।

সকলো ছোৱালীয়ে ভাবে যে তেওঁৰ জীৱনটো যাতে সুখৰ হয়, আৰু সুখী হ'বলৈ গ'লে টকা থাকিব লাগিব। সেই বাবে ধনী ল'ৰাক ছোৱালীবোৰে পছন্দ কৰে, লগতে ষ্টাইলিচো হ'ব লাগিব কাৰণ যদি টকা থাকে কিন্তু ষ্টাইলিচ নহয় তেনেকুৱা ল'ৰাক ছোৱালীবোৰে পছন্দ নকৰে,
সেই বাবে ধনী হোৱাৰ লগতে ষ্টাইলিচো হ'ব লাগিব।

৩. তাৰ প্রতি যত্ন লোৱা।

সকলো ছোৱালীয়ে ভাবে যে তাইৰ বিয়া হোৱাৰ পিছত তাৰ স্বামীয়ে তাৰ প্রতি যত্ন ল'ব, তাক মৰম কৰিব কাৰণ সেই ছোৱালী জনীয়ে অকল তাইৰ স্বামীৰ বাবে তাৰ নিজৰ ঘৰ এৰি আহে। সেই বাবে প্রত্যেক ছোৱালীয়ে তাৰ স্বামীৰ পৰা যত্ন আৰু ভালপোৱা বিচাৰে।

৪. তাৰ পৰা পৰামর্শ লোৱা।

পৰামর্শ লোৱা ল'ৰাক ছোৱালীবোৰে বহুত পছন্দ কৰে, কাৰণ সকলো ছোৱালীয়ে ভাবে যে তাইৰ বিয়া হোৱাৰ পিছত তাইৰ স্বামীয়ে তাৰ পৰা পৰামর্শ ল'ব।
কিছুমান মানুহ আছে যে কিছুমান কাম পৰামর্শ গ্রহণ নকৰাকৈ কৰে, আৰু পিছত তাৰ পৰিনাম বেয়া হয়। সেই বিলাক ল'ৰাক ছোৱালীবোৰে পছন্দ নকৰে, ছোৱালী সকলে সেই ল'ৰা পছন্দ কৰে যিয়ে সকলো সময়ত তাৰ পত্নীৰ পৰামর্শ গ্রহণ কৰে।

৫. দুজনৰ মাজত বিশ্বাস থকা।

এটা সম্পর্কত আটাইতকৈ গুৰুত্বপূর্ণ বিষয় হ'ল, দুজনৰ মাজত বিশ্বাস থকা। কাৰণ যদি বিশ্বাস না থাকে তেনেহলে এটা সম্পর্ক জীয়াই থাকিব নোৱাৰে।
সেই বাবে সকলো ছোৱালীয়ে এজন বিশ্বাসী ল'ৰাক পছন্দ কৰে। কৰণ বিয়াৰ পিছত সম্পর্ক জীয়াই ৰাখিবলৈ বিশ্বাস থকাটো অতি জৰুৰী, সেই বাবে প্রত্যেক ছোৱালীৰ বাবে এজন বিশ্বাসী ল'ৰা পছন্দ।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা পছন্দ কৰে জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post