বন্ধু সকল আজি আমি এই আর্টিকেলটোত কথা পাতিম ৫ মিনিটত ছোৱালী কেনেকৈ পতাব পাৰি আশা কৰোঁ এই আর্টিকেলটো আপোনালোকৰ ভাল লাগিব।
ছোৱালী পতোৱা কোনো কঠিন কাম নহয়, অকল কেনেকৈ ছোৱালী পতাব লাগে আপুনি যদি সেইটো জানে তেনেহলে ৫ মিনিটত অতি সহজে ছোৱালী পতাব পাৰিব।
ছোৱালী পতাবলৈ কি কি কৰিব লাগিব।
১/ আকৃষ্ট কৰা।
২/ কথা কোৱাৰ চেষ্টা কৰা।
৩/ প্রশাংসা কৰা।
৪/ চুলি ঠিক ৰখা।
৫/ কথা কোৱাৰ ষ্টাইল।
৬/ ধৈর্য।
৭/ হাঁহি ফুর্তিত থাকা।
৮/ উপহাৰ দিয়া।
৯/ নিজৰ সুখ দুখৰ কথা কোৱা।
১০/ মন খুলি কথা কোৱা।
১/ আকৃষ্ট কৰা।
এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত চিন্তা কৰিব যে মই তাক কেনেকৈ আকৃষ্ট কৰিব পাৰিম, কাৰণ এজনী ছোৱালীক পতাব গ'লে আগতে তাইক আকৃষ্ট কৰিব লাগিব। তেনেহলে আপুনি সঠিক ভাবে কামটো কৰিব পাৰিব, আৰ যদি ছোৱালী জনীক আকৃষ্ট কৰিব নোৱাৰে তেনেহলে কেতিয়াওঁ সেই ছোৱালী জনীক পতাব নোৱাৰিব।
২/ কথা কোৱাৰ চেষ্টা কৰা।
কথা কোৱাৰ চেষ্টা কৰিব লাগিব, যিকনো কথা হ'ব পাৰে কিন্তু কমেও ২ ৰ পৰা ৩ মিনিট কথা ক'ব লাগিব।
এটিয়া প্রশ্ন হ'ব ২/৩ মিনিট কি কথা ক'ব?
আৰু কথা ক'লেই ছোৱালীজনী আপোনাৰ প্রতি কেনেকৈ আকৃষ্ট হ'ব।
হয় হ'ব আপুনি যদি ছোৱালী জনীৰ মন পছন্দৰ কথা কয় আৰু কথাৰ মাজে মাজে অলপ ছোৱালী জনীৰ প্রশংসা কৰিব পাৰে, লগতে আপোনাৰ কথাত ছোৱালী জনীক যদি হহুৱাব পাৰে, তেনেহলে ভাবি ল'ব যে আপোনাৰ প্রতি আকৃষ্ট হৈছে।
৩/ প্রশংসা কৰা।
ছোৱালীবোৰে নিজৰ প্রশংসা শুনি বহুত ভাল পায়,
আপুনি যেতিয়াই ছোৱালী জনীৰ লগত দেখা কৰিব তেতিয়াই সেই ছোৱালী জনীৰ বিষয়ে কিছুমান প্রশংসনীয় কথা ক'ব। আৰু যদি আপুনি এনেকৈ কৰিব পাৰে তেনেহলে আপোনাৰ কাম হ'ব।
৪/ চুলি ঠিক ৰখা।
আপোনাৰ যদি চুলিৰ ষ্টাইল ঠিক বহয় বা দেখাত ভাল নহয় তেনেহলে আগতে চুলিৰ ষ্টাইল ঠিক কৰিব, আপুনি দেখিব যে সেই ছোৱালী জনীয়ে কেনেকুৱা চুলিৰ ষ্টাইল পছন্দ কৰে আপুনি সেই ষ্টাইলত চুলি কাটিব। কাৰণ ছোৱালী জনীৰ লগত যেতিয়া দেখা কৰিব যাব, তেতিয়া প্রথমেই সেই ছোৱালীজনী চকু আপোনাৰ চুলিৰ ওপৰত পৰিব, সেই বাবে চুলি ছোৱালীজনীৰ মন পছন্দ মতে কাটিব।
৫/ কথা কোৱাৰ ষ্টাইল।
এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত কথা কোৱাৰ ষ্টাইলটো ভাল হ'ব লাগিব।
কিছুমান বেয়া কথাও যদি ষ্টাইলত কোৱা হয় তেনেহলে শুনাত ভাল লাগে। ঠিক তেনেদৰে যদি ভাল কথাও ষ্টাইলত কোৱা নহয় শুনাত বেয়া লাগে।
সেই বাবে এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত ষ্টাইলত কথা ক'ব।
৬/ ধৈর্য।
ধৈর্য নধৰিলে কোনো কামত সফল হ'ব নোৱাৰে,
ছোৱালী এজনী পতাব গ'লে আপোনাৰ সময় লাগিব পাৰে সেই বুলি এৰি নিদিব,
ধৈর্য নধৰক আপোনাৰ কাম হ'ব।
৭/ হাঁহি ফুর্তিত থাকা।
অকল ছোৱালী বুলি কথা নহয়, হাঁহি ফুর্তিত থাকিলে পৃথিৱীৰ সকলোৱে পছন্দ কৰে বা ভালপায়।
আপুনি জানেনে? মানুহক আকর্ষণ কৰাত ৬০% শতাংশ নির্ভৰ কৰে হাঁহি ফুর্তিয়ে।
সেই বাবে কোনো ছোৱালীক আকৃষ্ট কৰিবলৈ হাঁহি ফুর্তিত থাকিব লাগিব।
৮/ উপহাৰ দিয়া।
বন্ধু সকল যিকনো ছোৱালী নহওঁক কিয় উপহাৰ সকলো ছোৱালীয়ে পছন্দ কৰে।
সেই বাবে ছোৱালী জনীৰ লগত দেখা কৰিবলৈ যোৱাৰ সময়ত কিবা এটা উপহাৰ লৈ যাব,
তেনেহলে সেই ছোৱালী আপোনাৰ প্রতি আকৃষ্ট হ'ব।
৯/ নিজৰ সুখ দুখৰ কথা কোৱা।
ছোৱালীবোৰে নিজৰ সুখ-দুখ আনৰ আগত কৈ ভাল পায়, আৰু বেলেগৰ সুখ-দুখৰ কথা শুনিও ভাল পায়।
সেই বাবে নিজৰ সুখ দুখৰ কথা সেই ছোৱালীৰ লগত শ্বেয়াৰ কৰক,
তেনেহলে সেই ছোৱালী আপোনাৰ প্রতি আকৃষ্ট হ'ব।
১০/ মন খুলি কথা কোৱা।
কিছুমান মানুহ আছে যে মন খুলি কথা নকয়,
যিসকল আমুহে মন খুলি কথা নকয় সেই সকল মানুহক মানুহে ভাল নাপায়।
সেই বাবে ছোৱালী জনীৰ লগত কথা কোৱাৰ সময়ত মন খুলি কথা ক'ব।
তেনেহলে সেই ছোৱালী জনীয়ে আপোনাক ভাল পাব।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা পছন্দ কৰে জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment