স্বার্থপৰ Status | দুখৰ Status | Dukhor Shayari Assamese

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান স্বার্থপৰ Status বা দুখৰ Status লিখিম আশা কৰোঁ এই স্বার্থপৰ Status বা দুখৰ Status সমূহ আপোনালোকৰ ভাল লাগিব।

স্বার্থপৰ Status | দুখৰ Status


স্বার্থপৰ পৃথিৱীত 
ভাল বুলি একো নাই,
তুমি যাৰ মনত ভাল লগাব পাৰিছা
তেওঁৰ ওচৰত তুমি ভাল।
আৰু যাৰ পাৰা নাই তুমি তেওঁৰ
ওচৰত তুমি বেয়া।






স্বার্থপৰ মানুহবোৰে কি বুজিব
এটা সম্পর্কৰ মূল্য কিমান।
কাৰণ তেওঁলোকেটো স্বার্থপৰ বাবেহে
আপোন হোৱাৰ অভিনয় কৰে।






স্বার্থপৰ তুমি মিছলিয়াও
তথাপিও তোমাক আপোন বুলি ভাবি
তোমাৰ কাষলৈ আছোঁ,
এদিন এখন ৰঙা ৰুমাল দিম তোমাক
মেলি চালে এটা অনুভৱ পাবা
আৰু বতাহত ঠিকনা বিচাৰিবা মোৰ।
✍️ Rumnu Rumi Dutta






স্বার্থপৰ মানুহৰ লগত 
কেতিয়াও সম্পর্ক নাৰাখিবা, কাৰণ
স্বার্থপৰ মানুহে সম্পর্কৰ মূল্য
বুজি নাপায়।
তেওঁলোকে কেৱল নিজৰ স্বার্থৰ 
বাবেহে ভাবে।






আজিকালি মানুহবোৰ
ইমানেই স্বার্থপৰ যে দৰকাৰ হ'লে
সম্পর্কই এৰি দিব,
কিন্তু অহংকাৰ এৰি নিদিয়ে।






স্বার্থপৰ মানুহ আৰু
মিছা সম্পর্ক এটাত থকাতকৈ
অকলে থকাই ভাল।






স্বার্থপৰ নহয় বাবেই
সুখবোৰ বহুত কমকৈ, আৰু
দুখবোৰ বহুত বেছিকৈ পাওঁ।






স্বার্থপৰ মানুহ কেতিয়াও আপোন নহয়,
কাৰণ স্বার্থ শব্দটোৰ পিছত
পৰ থাকে।






স্বার্থপৰ মানুহে বুজি নাপায়
সম্পর্ক কি।






সুখত থকা মানুহে নুবুজে কষ্ট কি ?
সপোন দেখা মানুহে নুবুজে বাস্তৱ কি ?
আৰু স্বার্থপৰ মানুহে নুবুজে সম্পর্ক কি ?






এই পৃথিৱীত মা-দেউতাৰ বাহিৰে
সকলো স্বার্থপৰ।






কিছুমান স্বার্থপৰ মানুহৰ পৰা
আঁতৰত থাকি অকলেই
বহুত ভালে আছোঁ।






স্বার্থপৰ মানুহবোৰতকৈ শত্রুবোৰেই ভাল,
অন্তত তেওঁলোকে স্বার্থৰ বাবে
মিছা কথা কৈ আপোন হোৱাৰ নাটক নকৰে।






এবাৰ মৃত্যু হৈ আকৌ
ঘূৰি আহিব পৰা হ'লে জানিব
পাৰিলো হেঁতেন,
কোনে হাঁহে, কোনে কান্দে।
কোন আপোন, কোন পৰ।
কোন বিশ্বাসী, কোন স্বার্থপৰ।






এইয়াই বাস্তৱ
ভাল মানুহে ঠগ খাই,
সৎ মানুহে কষ্ট পাই,
সহজ সৰল মানুহে আঘাত পাই,
স্বার্থপৰ মানুহে আনন্দত জীৱন কটাই।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ স্বার্থপৰ Status বা দুখৰ Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু স্বার্থপৰ Status বা দুখৰ Status পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !