দৰিদ্রতা কি ?
প্রথমে আলোচনা কৰোঁ দৰিদ্রতা কি ? দৰিদ্রতা হ'ল যেতিয়া আমি আর্থিক ভাবে অনটনত পৰো বা টকাৰ পইচাৰ অভাৱ হয় তাক আমি দৰিদ্রতা কওঁ।
দৰিদ্রতা অহাৰ আগতে এই ৫ টা সংকেত পোৱা যায়।
১/ খোৱা বোৱা কৰা পদার্থবোৰত যদি ক'লা পৰুৱা বাঢ়ি যায় তেনেহলে ই আপোনাৰ আহিবলগা বেয়া সময়ৰ সংকেত দিয়ে।
২/ আপোনাৰ ঘৰখত পৰি থকা চীনা মাটিৰ পাত্র বা ভঙা আইনাৰ গিলাচ বাৰে বাৰে পৰি ভাঙি যায় তেনেহলে ই দৰিদ্রতা অহাৰ সংকেত দিয়ে।
৩/ যি ঘৰত গাখীৰ উতলি পৰি যায়, সেই ঘৰখনত হঠাৎ টকা পইচাৰ খৰচ বাঢ়ি যায়। ঘৰৰ মানুহবোৰ প্রায়ে অসুস্থ হ'বলৈ ধৰে লগতে ঘৰুৱা জীৱনত অশান্তি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। বহুত মানুহৰ মতে গাখীৰ উতলি পৰি যোৱাটো শুভ বুলি মানে কিন্তু যদি সদায় আপোনাৰ ঘৰত গাখীৰ উতলি পৰি গৈছে তেনেহলে ই শুভ লক্ষণ নহয়।
সদায় সদায় এনে হ'ব নালাগে, আপোনাৰ এই কথাত ধ্যান ৰাখিব লাগে।
৪/ কাউৰীৰ পৰাও আমি আহিবলগা সময়ৰ সংকেত পাওঁ, যদি কাউৰী আহি কোনো স্ত্রীৰ মূৰৰ ওপৰত আহি বহে তেনেহলে তেওঁৰ স্বামীৰ ওপৰত কোনো ডাঙৰ বিপদ আহিবলগা আছে। যদি কোনো ব্যক্তিৰ ধৰৰ ওপৰত আহি বহুত কাউৰী বহি হুলস্থুল কৰিব ধৰে তেনেহলে সেই ঘৰখনৰ গৰাকীৰ ওপৰত বহুত ডাঙৰ সমস্যাৰ আগমন ঘটে।
৫/ যদি আপোনাৰ ঘৰত থকা গছ গছনিৰ পাতবোৰ শুকাই যাব ঘৰে তেনেহলে তাক তৎক্ষণাত কটাই দিব লাগে। ঘৰত থকা গছ গছনিৰ পাত শুকাই যাব নালাগে, ইয়াৰ ফলত আপোনাৰ বুধ গ্রহ বেয়া হয় আৰু আপোনাৰ ওপৰত ধাৰ ঋণ বাঢ়ি যায়। গছ গছনি শুকাই নাযাবলৈ সদায় পানী দিব লাগে, ফলত গছ গছনি নমৰে আৰু লক্ষণ দূৰ হয়।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ কিয় দৰিদ্রতা আহে জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment