ছাই বাবাৰ বাণী | Sai Baba Quotes In Assamese


ছাই বাবাৰ বাণী

বন্ধু বান্ধুৱী সকল আজি এই আর্টিকেলটোৰ জড়িয়তে আপোনালোকক কেইটামান ছাই বাবাৰ উক্তি লিখিম, আশা কৰোঁ ছাই বাবাৰ উক্তি সমূহ আপোনালোকৰ ভাল লাগিব।

ছাইৰ বাবাৰ বাণী | Assamese Quotes By Sai Baba

খং, হিংসা, লোভ এই তিনিতা হ'ল
মানুহৰ ডাঙৰ ৰোগ,
এই তিনিতা কেতিয়াওঁ আহিব নিদিব।
ছাই বাবা






শ্রদ্ধা কৰা, ধৈর্য ধৰি কাম কৰা
ভগৱানক আপোনাৰ
ভাল কৰিব।
ছাই বাবা





যদি মোৰ কোনো ভক্তই পঢ়িবলৈ
আৰাম্ভ কৰে,
তেওঁক মই হাত আগুৱাই দি
সহায় কৰোঁ।
ছাই বাবা





যদি কোনোবাই মোক সময় দিয়ে,
আৰু মোৰ ওচৰত আহে
তেনেহলে তাৰ মৃৰ্ত্যক লৈ কোনো ভয়
পোৱা উচিত নহয়।
ছাই বাবা





মই কাৰো ওপৰত ৰাগ নকৰো,
কোনো মা কি তাৰ
সন্তানৰ ওপৰত ৰাগ কৰিব পাৰে ?
সাগৰ কি তাৰ পানী নদীত
এৰি দিব পাৰে।
ছাই বাবা





মানুহৰ আচল পৰিচয়
তেওঁৰ কাপোৰক দি নহয়,
তাৰ চৰিত্র দি হয়।
ছাই বাবা





অন্ধ তেওঁ নহয় যিয়ে চকুত 
দেখা নাপায়,
অন্ধ তেওঁ যিয়ে নিজৰ দোষ
দেখা নাপায়।
ছাই বাবা





সম্পূর্ণৰূপে ভগৱানৰ ওপৰত
আত্মসমর্পণ কৰা।
ছাই বাবা





সকলোৰে মালিক এজনে।
ছাই বাবা





ভোগ লগা মানুহক অন্ন দিয়া,
পিয়াহ লগা মানুহক পানী দিয়া,
বস্র নথকা মানুহক বস্র দিয়া,
তেনেহলেই ভগৱান সন্তুষ্ট হ'ব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ছাই বাবাৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ছাই বাবাৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post