এজাহাৰ লিখাৰ নিয়ম | How To Write FIR In Assamese


এজাহাৰ লিখাৰ নিয়ম

এজাহাৰ লিখাৰ নিয়ম বন্ধু বান্ধুৱী সকল আজিৰ এই আর্টিকেলটোৰ জড়িয়তে লিখিম যে এজাহাৰ কেনেকৈ লিখিব পাৰি, বা এজাহাৰ লিখাৰ নিয়ম সমূহ সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব।

এজাহাৰ কি ?

যদি আমি ইংৰাজীত কওঁ তেনেহলে হ'ব First Information Report (F.I.R) এজাহাৰ হৈছে যদি কোনোবাই আমাৰ লগত মাৰপিট কৰে বা ভাবুকি দিয়ে তাৰ বিৰুদ্ধে যেতিয়া পুলিচৰ ওচৰত অৱগত কৰো তাক এজাহাৰ কোৱা হয়।

এজাহাৰ লিখাৰ নিয়ম

১/ য'ত অপৰাধ হৈছে তাৰ নিকটবর্তী থানাত এজাহাৰ দিব লাগে।
২/ এজাহাৰত ভাৰপ্রাক্ত অচি (OC) বৰাবৰ লিখিব লাগিব।
৩/ লিখিত আকাৰে দিব বিচাৰিলে চাদা কাগজত লিখিব লাগিব।
৪/ ঘটনাৰ সম্পূর্ণ বিবৰণ, স্থান, সময়, তাৰিখ থাকিব লাগিব।

এজাহাৰ কেনেকৈ লিখিব ?

প্রতি
মাননীয় ভাৰপ্রাপ্রাপ্ত আৰক্ষী বিষয়া
_____Police Station

দিনাংক_____
বিষয়ঃ এজাহাৰ

মহাশয়ঃ
ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে আজি _____ নামৰ এজন ব্যক্তিয়ে ছচিয়েল মিডিয়াত মোক হত্যাৰ ভাবুকি দিছে। মোক কেতিয়াওঁ জীয়াই থাকিবলৈ নিদিয়ে বুলি ব্যক্তিজনে ঘোষণা কৰিছে। তেওঁ এই ভাবুকিৰ পাছত মই নিৰাপত্তাহীণতা তথা প্রাণৰ সংশয়ত ভুগিছোঁ। গতিকে মহোদয়ে সমগ্র বিষয়টোৰ উচিত তদন্ত কৰি মোক ন্যায় প্রদান কৰে যেন।
তেওঁ ছচিয়েল মিডিয়াত মোক হত্যাৰ ভাবুকি দিয়াৰ ''স্ক্রীন শ্বট'' এজাহাৰৰ লগত গাঁথি দিয়া হ'ল।

                             Signature
                             পিতা_____
                             ঘৰ নং____
                             থানা_____
                             ফোন____



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ এজাহাৰ লিখাৰ নিয়ম যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এজাহাৰ লিখাৰ নিয়ম সমূহ জানিবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post