অসমীয়াত জীৱনী লিখাৰ নিয়ম | How to write a biography in Assamese ?

0

কোনো মানুহৰ জীৱনৰ বিষয়ে লিখাক জীৱনী বুলি কোৱা হয়, বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোতো লিখিম জীৱনী সাহিত্যৰ বৈশিষ্ট্য, আত্মজীৱনী লক্ষণ, আশা কৰো আপোনালোৰ ভাল লাগিব।

How to write a biography in Assamese ?

  • জীৱনী সাহিত্য কি ?
  • আত্মজীৱনী বুলিলে কি বুজা ?
  • আত্মজীৱনী লিখাৰ নিয়ম।
  • জীৱনী লিখাৰ নিয়ম।


১/ জীৱনী সাহিত্য কি ?

জীৱনী এক ধৰণৰ সাহিত্য যি মানুহৰ জীৱনৰ ওপৰত লিখা হয়।  জীৱনী কেতিয়াওঁ কাল্পনিক নহয়। জীৱনী অকল মানৱ জীৱনৰ সত্য ঘটনাৰ ওপৰত লিখা হয়।  জীৱনীত এজন মানুহক বিশ্লেষণ কৰা হয়,  তাৰ জীৱনৰ বিভিন্ন ঘটনাক গভীৰ বাবে আলোচনা কৰা হয়।  যেনে জন্ম, কর্ম, শিক্ষা, ব্যৱহাৰ ইত্যাদি।


২/ আত্মজীৱনী বুলিলে কি বুজা ?

জীৱনী আৰু আত্মজীৱনীৰ মাজত পার্থক্য আছে।  জীৱনী হ'ল কোনো এটা বিশেষ মানুহৰ জীৱনী অইন কোনোবাই লিখা।  কিন্তু আত্মজীৱনী, জীৱনী দৰে নহয়।  আত্মজীৱনী হ'ল নিজৰ জীৱনী নিজে লিখা।  আপোনাৰ লগত হৈ যোৱা ঘটনা বিষয়ে।  আগতে আপুনি কি আছিলে আজি কি হৈছে,  তাৰ পৰা যাতে মানুহে প্রেৰণা পায় তেওঁলোকৰ জীৱনত আগবাঢ়িবলৈ। তেনেকৈ আত্মজীৱনী লিখিব লাগে।


৩/ আত্মজীৱনী লিখাৰ নিয়ম।

  • আপোনাৰ নাম।
  • দেউতাৰ নাম।
  • মা'ৰ নাম।
  • জন্মৰ তাৰিখ।
  • জন্মৰ স্থান।
  • আপোনাৰ সম্পূর্ণ ঠিকনা।
তাৰ পাছত আত্মজীৱনী লিখা আৰাম্ভ কৰক।  লিখক আপোনাৰ বিষয়ে,  আপোনাৰ অতীতৰ বিষয়ে। বর্তমানৰ বিষয়ে।  এয়াই হ'ল আত্মজীৱনী লিখাৰ নিয়ম।


৪/ জীৱনী লিখাৰ নিয়ম।

আপুনি যদি এজন মানুহৰ জীৱনী লিখিব বিচাৰে তেনেহলে আপোনাৰ কি কি বিষয় মনত ৰখা উচিত !

  • বিশিষ্ট ব্যক্তিৰ জীৱনী লিখোতে তাৰ বিষয়ে কোনো মিছা কথা লিখিব নোৱাৰিব।  তাৰ বিষয়ে যি সঁচা সেয়া লিখিব লাগিব।
  • জীবিত বা মৃত ব্যক্তি যাক লৈ জীৱনী সাহিত্য ৰচনা কৰা নহওক কিয়,  তাৰ বিষয়ে সঁচা সঁচা কথা লিখক।  নহলে জীবিত বা মৃত ব্যক্তিক অসন্মান কৰা হ'ব।
  • বিশিষ্ট ব্যক্তিৰ জীৱনীত ন্যায়, নীতি, আদর্শ, প্রকাশ পায়।  কিন্তু অতি সতর্কতাৰ লগতে এই সমূহ লিখিব লাগিব।  সেই কথাখিনি তাৰ হয়, নে নহয় সেয়া জানিব লাগিব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !