ছুটি বিচাৰি আবেদন পত্র | অসমীয়াত ছুটি বিচাৰি আবেদন পত্র লিখাৰ নিয়ম | Assamese School Application

আজি এই আর্টিকেলটোৰ জড়িতে শিকিম ছুটি বিচাৰি আবেদন পত্র বা প্ৰধান শিক্ষকক ছুটি বিচাৰি আবেদন পত্র কেনেকৈ লিখিব, জানিবলৈ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব।



প্ৰতি
    মাননীয় প্ৰধান শিক্ষক মহোদয়।
    (স্কুলৰ নাম)
    ডাকঃ (স্কুলৰ ডাকঘৰৰ নাম)

বিষয়ঃ ছুটি বিচাৰি দৰ্খাস্ত।

মহাশয়,
    সম্মান সহকাৰে মহোদয়ক জনাওঁ যে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ।

    গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন।
    এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

                                             ইতি,
                          আপোনাৰ একান্ত বাধ্য ছাত্ৰ
                      নিজৰ নাম,
                       শ্ৰেণী_____
                       শাখা______
                      ৰোল নং______





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ছুটি বিচাৰি আবেদন পত্র যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ছুটি বিচাৰি আবেদন পত্র সমূহ জানিবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post